• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাম মন্দিৰ নিৰ্মাণৰ বাবে তাৰকাসকলে দিছে মোটা অংকৰ ধন, কিমান কোটিকৈ দিলে অক্ষয়-হেমা-অনুপম খেৰে?

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে তাৰকাসকলে দিছে মোটা অংকৰ ধন, কিমান কোটিকৈ দিলে অক্ষয়-হেমা-অনুপম খেৰে?

3 years ago
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

25 minutes ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

10 hours ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

11 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

11 hours ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

12 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

12 hours ago
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

14 hours ago
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

14 hours ago
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

15 hours ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

15 hours ago
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

15 hours ago
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে তাৰকাসকলে দিছে মোটা অংকৰ ধন, কিমান কোটিকৈ দিলে অক্ষয়-হেমা-অনুপম খেৰে?

editor by editor
January 22, 2024
in জীৱনশৈলী, বিনোদন, ভাৰত
0
ৰাম মন্দিৰ নিৰ্মাণৰ বাবে তাৰকাসকলে দিছে মোটা অংকৰ ধন, কিমান কোটিকৈ দিলে অক্ষয়-হেমা-অনুপম খেৰে?
0
SHARES
4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২২ জানুৱাৰী, সোমবাৰে বহুপ্ৰতিক্ষীত ৰাম মন্দিৰ উদ্বোধনৰ দিন। সেই মাহেন্দ্ৰক্ষণৰ বাবে অপেক্ষা কৰি আছিল সমগ্ৰ দেশে। অযোধ্যাত এতিয়া উৎসৱমুখৰ পৰিবেশ। ন ৰূপে সজাই তোলা হৈছে অযোধ্যাৰ চাৰিওদিশ। ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত নিমন্ত্ৰিত বলীউডৰ একাধিক তাৰকা উপস্থিত হৈছে অযোধ্যাত। ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত নিমন্ত্ৰণ জনোৱা হৈছে প্ৰায় ৭হাজাৰ মানুহক। ৰথী-মহাৰথীসহ আছে বহু বলীউড অভিনেতা অভিনেত্ৰীও। প্ৰাইভেট বিমানবন্দৰত দেখা গৈছে ৰণবীৰ-আলিয়া, বিকি-কেটৰীণা, কংগনা ৰানাউট, অমিতাভ বচ্চনকে ধৰি বহু অভিনেতাক।

ৰাম মন্দিৰ গঢ়ি তোলাৰ আঁৰত আছে এওঁলোকৰ মোটা অংকৰ অনুদান। বলীউডৰ খিলাড়ী অক্ষয় কুমাৰৰ পৰা ড্ৰীম গাৰ্ল হেমামালিনীকে ধৰি সৰু পৰ্দাৰ শক্তিমান মুকেশ খান্নাৰ দৰে বহু চেলিব্ৰিটিৰ অনুদান আছে ৰামমন্দিৰ ট্ৰাষ্টলৈ। এক সূত্ৰৰ খবৰ অনুসৰি, শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ পৰা ৰাম মন্দিৰ নিৰ্মাণত ১হাজাৰ ১০০ কোটি টকা খৰচ হৈছে। বাকী ৩০০ কোটি টকা মন্দিৰৰ কাম শেষ কৰাৰ বাবে ৰখা হৈছে। ৰাম মন্দিৰ তীৰ্থক্ষেত্ৰ ট্ৰাষ্টলৈ অনুদান আগবঢ়াইছে ৰূপালী পৰ্দাৰ বহু চেলিব্ৰিটিয়েই। ৰূপালী পৰ্দাৰ পৰা সৰু পৰ্দাৰ ষ্টাৰলৈকে কোনে কিমান ধন আগবঢ়াইছে ৰাম মন্দিৰ ট্ৰাষ্টক সেই তথ্যও পোহৰলৈ আহিছে।

অক্ষয় কুমাৰৰ অনুদান
২০২১ চনত অক্ষয় কুমাৰে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। তাতেই তেওঁ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সকলোকে অনুদান দিবৰ বাবে অনুৰোধো জনাইছিল। তেওঁ কৈছিল, ‘যিয়ে যিমান পাৰে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অনুদান দিব। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ অত্যন্ত গৰ্বৰ কথা। সেয়ে আমি এই নিৰ্মাণৰ কামত আগবাঢ়ি অহা উচিত। মইয়ো মোৰ সামৰ্থ অনুসৰি অনুদান দিছো। আশা কৰিছো আপোনালোকেও অনুদান আগবঢ়াব। জয় শ্ৰী ৰাম।’

অনুপম খেৰ
২০২৩ৰ ২ অক্টোবৰ বলীউডৰ বৰ্ষীয়ান অভিনেতা অনুপম খেৰেও এটা ভিডিঅ’ পোষ্ট কৰিছে। তেওঁ ভিডিঅ’ত কৈছে, ‘বন্ধুসকল, মই আপোনালোকক এই ভিডিঅ’ৰ জৰিয়তে ৰাম মন্দিৰৰ কিছু ছবি দেখুৱাইছো। ৰাম লালাৰ মন্দিৰ নিৰ্মাণত প্ৰতিজন ভক্তই নিজকে ভক্তিত নিমজ্জিত কৰক। অযোধ্যাৰ চাৰিওফালে কেৱল জয় শ্ৰী ৰাম ধ্বনি। আমিও ইয়াৰ উপস্থিত থাকিবলৈ পায় নিজকে ধন্য মানিছো। কাৰণ এই মন্দিৰৰ এটা ইটা অন্তত মই ভগৱান ৰামৰ নামত উৎসৰ্গা কৰিছো।

হেমা মালিনী
ৰিপৰ্টৰ মতে, মন্দিৰ নিৰ্মাণৰ বাবে বলীউডৰ ড্ৰীম গাৰ্লেও মোটা অংকৰ ধন আগবঢ়াইছে। ড্ৰীম গাৰ্ল হেমাই অযোধ্যাত উপস্থিত হৈ কৈছে, ‘মই প্ৰথমবাৰ অযোধ্যালৈ আহিছো। মই ৰামায়ণত সীতাৰ চৰিত্ৰ পাৰফৰ্ম কৰিছো। এই সময়ত এই স্থানত উপস্থিত থাকিবলৈ পায় মই ভাগ্যৱান অনুভৱ কৰিছো। সমগ্ৰ বলীউডেই এতিয়া ৰামময়। শিল্পীসকলে ৰাম নাম গাইছে। মইয়ো বহু বছৰৰ অন্তত ৰাম ভজন গাইছো। পাৰ্যমানে অনুদানো দিছো। অনুদান দিবলৈ পায় নিজকে কৃতজ্ঞ মানিছো।

মুকেশ খান্না
সৰু পৰ্দাৰ শক্তিমান মুকেশ খান্নাইয়ো ৰামমন্দিৰ নিৰ্মাণৰ বাবে অনুদান আগবঢ়াইছে। ২০২১ৰ ফেব্ৰুৱাৰী মাহত মন্দিৰ নিৰ্মাণ বাবে ১.১ লাখ টকা অনুদান আগবঢ়াইছে অভিনেতাজনে।

গুৰমিতৰ অনুদান
টেলিভিছনৰ পৰ্দাৰ জনপ্ৰিয় অভিনেতা গুৰমিত চৌধুৰীয়েও ৰামৰ ভূমিকাত অভিনয় কৰিছিল। ২০২১ চনত এক্স হেণ্ডেলত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। তেওঁ লিখিছে, ‘আপোনালোকে জানে যে উৎসাহৰ সৈতে সমগ্ৰ দেশত ৰাম মন্দিৰ নিৰ্মাণৰ কাম চলিছে। বহুজনে অনুদান দিছে। ময়ো এই কামৰ বাবে পাৰ্যমানে অনুদান দিছো। জয় শ্ৰী ৰাম।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন
জীৱনশৈলী

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

September 17, 2026
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?
বিনোদন

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

September 16, 2026
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম
জীৱনশৈলী

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

September 16, 2026
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা
ভাৰত

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

September 16, 2026
Next Post
ধৰ্মনিৰপেক্ষতাৰ নজিৰ! ৪৫ বছৰ ধৰি ৰামচৰিতমানস পাঠ কৰি আহিছে মহম্মদ ইছলামে

ধৰ্মনিৰপেক্ষতাৰ নজিৰ! ৪৫ বছৰ ধৰি ৰামচৰিতমানস পাঠ কৰি আহিছে মহম্মদ ইছলামে

‘मंदिर वहीं बना है, जहां बनाने का संकल्प लिया था’, প্ৰাণপ্ৰতিষ্ঠাৰ পাছতেই যোগী আদিত্যনাথৰ উদাত্ত ভাষণত কেইবাটাও সংকল্প

'मंदिर वहीं बना है, जहां बनाने का संकल्प लिया था’, প্ৰাণপ্ৰতিষ্ঠাৰ পাছতেই যোগী আদিত্যনাথৰ উদাত্ত ভাষণত কেইবাটাও সংকল্প

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.