• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গম পালেনে…মনে মনেই অসম এৰি গ’লগৈ IPS আনন্দ মিশ্ৰ!

গম পালেনে…মনে মনেই অসম এৰি গ’লগৈ IPS আনন্দ মিশ্ৰ!

3 years ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

6 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

6 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

7 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

7 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

8 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

8 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

9 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

10 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

10 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

11 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

11 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

গম পালেনে…মনে মনেই অসম এৰি গ’লগৈ IPS আনন্দ মিশ্ৰ!

editor by editor
January 8, 2024
in অসম, জীৱনশৈলী, ভাৰত, ৰাজনীতি, লেখা
0
গম পালেনে…মনে মনেই অসম এৰি গ’লগৈ IPS আনন্দ মিশ্ৰ!
0
SHARES
31.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সেইদিনা তেওঁ কৈছিল, ‘মোৰ মাতৃভূমিয়ে মোক বিচাৰিছে। মাতৃভূমিতকৈ ডাঙৰ জানো কিবা থাকিব পাৰে?’ অসমৰ মৰমে টানিলেও অসম এৰিলে আনন্দ মিশ্ৰই। অসমত থাকি অসমীয়াৰ প্ৰেমত পৰিলেও মাদাৰলেণ্ড অলৱেইছ বি মাদাৰলেণ্ড। জন্মভুমিৰ প্ৰতি আপোনাৰ মোৰ যেনেদৰে ভালপোৱা আছে এই ভালপোৱা বিহাৰৰ প্ৰতি আছে আনন্দ মিশ্ৰৰো। ছিভিল ছাৰ্ভিছৰ লোভনীয় চাকৰিতকৈ মাতৃভূমিৰ আৱেগ সদায়ে পৃথক। অসম এৰিবলৈ গৈ আৱেগিক আনন্দ মিশ্ৰই তেওঁৰ মন্তব্যত কৈছিল এইকথা।

অসমৰ এছ পি সকলে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিব নোৱাৰিব বুলি কোৱাৰ পাছতো নিয়ম ভাঙি কেমেৰাৰ সন্মুখত সেইদিনা আনন্দ মিশ্ৰই সকলোকে আৱেগিক কৰি কৰিছিল কেইবাটাও মন্তব্য। আনন্দ মিশ্ৰই ১৮ ডিচেম্বৰত দাখিল কৰা পদত্যাগ পত্ৰক লৈ ৰাজ্যজুৰি কিছু হৈ-চৈ লাগিছিল যদিও শেষ মুহূৰ্তত সকলোবোৰ তল পৰিল। সকলোৰে অজ্ঞাতে অসম এৰি গ’লগৈ সকলোৰে প্ৰিয় হৈ পৰা আনন্দ মিশ্ৰ। অসমত বিগত সময়ছোৱাত খুবেই জনপ্ৰিয় হৈ হিয়াৰ কোণত ঠাই লোৱা বিশেষ ব্যক্তিজন অসম এৰি নিজৰ মাতৃভূমিলৈ গ’লগৈ।

কেইবাবছৰ ধৰি অসমৰ ধুবুৰী, নগাওঁ তাৰপিছত লখিমপুৰত সেৱা আগবঢ়োৱা আনন্দ মিশ্ৰই নিজৰ কামৰ মাজেৰে অসমত অভূতপূৰ্ব সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ লোকেও তেওঁৰ কামৰ বিনিময়ত দিয়া আন্তৰিকতা মৰমৰ কথাবোৰ সোঁৱৰি বিদায় পৰত অসমক লৈ যথেষ্ট আৱেগিকো হৈ পৰিছিল আনন্দ মিশ্ৰ। শেহতীয়াকৈ বিগত ৩ জানুৱাৰীত বিহাৰ বিজেপিৰ যুৱমৰ্চাৰ এগৰাকী কাৰ্যকৰ্তাই আনন্দ মিশ্ৰক স্বাগত জনাই কৰিছে বিশেষ প’ষ্ট।

https://www.facebook.com/photo?fbid=6905255682901313&set=a.560416177385327

তেওঁ আনন্দ মিশ্ৰৰ এখন ছবি প’ষ্ট কৰি লিখিছে, ‘এই ছবি মোৰ ভাতৃপ্ৰতিম আনন্দ মিশ্ৰৰ। বহু লোকে তেওঁক পাগল বুলি কৈছে। ইমান সন্মান থকা চাকৰি বাদ দি তেওঁ ঘৰলৈ আহি আছে। ইমান সন্মানীয় আসন এৰি তেওঁ ৰাজনীতিলৈ আহি আছে! এয়া পাগলৰেই কাৰবাৰ। তেওঁ ৰাজনীতিত ধন ঘটিবলৈকে আহি আছে বুলিও একাংশই তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে। মই এই অপপ্ৰচাৰ চলোৱাসকলক ক’ব বিচাৰো যে, যদি তেওঁ ধনেই উপাৰ্জন কৰিব বিচাৰে তেন্তে তেওঁ যি আসনত আছে সেই আসনত অকল সন্মানেই নাই টকাও আছে। ধনৰ সৈতে সন্মান। মাজে মাজে প্ৰমোছন। ৩ৰ পৰা ৫ বছৰৰ ভিতৰত পদোন্নতিও আছে। এই আৰামৰ চাকৰি তেওঁ এৰি অহাৰ কাৰণ নিজৰ মাতৃভূমিহে। ৰাজনীতিয়ে তেওঁক কেতিয়াও সুৰক্ষিত ভৱিষ্যত দিব নোৱাৰে। ৫ বছৰ পাছত কি হ’ব তাৰো কোনো নিশ্চয়তা ৰাজনীতিত কোনোকালে নাথাকে। আৰু এটা কথা, তেওঁক যিয়ে পাগল বুলি কৈছে তেওঁলোককো কওঁ, হয় তেওঁ পাগল হ’বই লাগিব। পাগল বাবেহে মাত্ৰ ১৩ বছৰ চাকৰি কৰিয়েই তেঁও IPSৰ চাকৰি ৰিজাইন দিছে। কেৱল নিজৰ ঠাইৰ কথা ভাৱি পাগলৰ দৰে দৌৰি আহিছে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?
জীৱনশৈলী

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

October 12, 2026
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM
অপৰাধ

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

October 12, 2026
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ
অপৰাধ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

October 12, 2026
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!
জীৱনশৈলী

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

October 12, 2026
Next Post
অযোধ্যাত আদৱানীঃ বাবৰি মছজিদৰ ঠাইত ৰামমন্দিৰ নিৰ্মাণত আগভাগ লোৱা নেতাজনৰেই নাই কোনো চৰ্চা, ক’ত কেনেকৈ কোনে পৰিকল্পিতভাৱে আঁতৰাই দিছে আদৱানীৰ ৰামমন্দিৰ নিৰ্মাণৰ অৱদানৰ কাহিনী?

অযোধ্যাত আদৱানীঃ বাবৰি মছজিদৰ ঠাইত ৰামমন্দিৰ নিৰ্মাণত আগভাগ লোৱা নেতাজনৰেই নাই কোনো চৰ্চা, ক’ত কেনেকৈ কোনে পৰিকল্পিতভাৱে আঁতৰাই দিছে আদৱানীৰ ৰামমন্দিৰ নিৰ্মাণৰ অৱদানৰ কাহিনী?

জোনবাইলৈ ৰিটাৰ্ন গীফ্ট! এটুকুৰা এভাৰেষ্টৰ মাটি আৰু কেইবাটাও উপহাৰ লৈ চন্দ্ৰলৈ ৰাওনা নাছাৰ মহাকাশযান

জোনবাইলৈ ৰিটাৰ্ন গীফ্ট! এটুকুৰা এভাৰেষ্টৰ মাটি আৰু কেইবাটাও উপহাৰ লৈ চন্দ্ৰলৈ ৰাওনা নাছাৰ মহাকাশযান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.