• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনন্ত আম্বানি

আঢ়ৈ হাজাৰ অতিথি, ২৭৫ বিধ ব্যঞ্জন… অনন্ত আম্বানিৰ বিয়াত আৰু কি

2 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

23 minutes ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

1 hour ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

2 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

3 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

3 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

4 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

5 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

5 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

5 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

6 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

6 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

আঢ়ৈ হাজাৰ অতিথি, ২৭৫ বিধ ব্যঞ্জন… অনন্ত আম্বানিৰ বিয়াত আৰু কি

editor by editor
February 29, 2024
in বিনোদন
0
অনন্ত আম্বানি
0
SHARES
208
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিয়া নামিছে। ফাগুনৰ ধূলিয়ৰি বতাহত ভাহি ফুৰিছে বিয়াৰ খবৰ। গাত মাহ-হালধি সানিবলৈ সাজু হৈছে অনন্ত। ঠিকেই শুনিছে, মুকেশ আম্বানিৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানিৰ বিয়া।

জামনগৰ এয়াৰপৰ্টত উখল-মাখল পৰিৱেশ। দেশ-বিদেশৰ পৰা আলহী আহিছে। আলহীক আদৰিবলৈ সজাই তোলা হৈছে বিমানবন্দৰৰ সমুখভাগ। বিমানৰ পৰা নামি আলহী-অতিথি ৰাওনা হৈছে গন্তব্যস্থানলৈ। জামনগৰৰ ৰিলায়েন্স টাউনশ্বীপত আঢ়ৈ হাজাৰ অতিথিক আদৰিবলৈ সাজু আম্বানি পৰিয়াল। ১ মাৰ্চৰ পৰা ৩ মাৰ্চলৈ অনুষ্ঠিত হ’ব অনন্ত আম্বানিৰ প্ৰাক বিবাহৰ অনুষ্ঠান।

জুলাইত মুকেশ আম্বানিৰ কণিষ্ঠ পুত্ৰ অনন্ত আম্বানিৰ বিয়া। বিশিষ্ট উদ্যোগপতি বিৰেণ মাৰ্ছেণ্টৰ জীয়ৰী ৰাধিকা মাৰ্ছেণ্টেৰে বিয়াত বহিব অনন্ত আম্বানি। ৩ দিনীয়া কাৰ্যসূচীত প্ৰথম দিনা আছে অন্নসেৱা কাৰ্যসূচী। জামনগৰত ৫১ হাজাৰ স্থানীয় লোকক কৰা হ’ব আপ্যায়ণ। পৰম্পৰাগত গুজৰাটী খাদ্য সম্ভাৰেৰে আপ্যায়ণ কৰা হ’ব স্থানীয় লোকসকলক।

এই প্ৰাক বিবাহ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে কাটাৰৰ প্ৰধানমন্ত্ৰী, ভূটানৰ ৰাণী, বিলগেটছ, মাৰ্ক জুকাৰবাৰ্গ তথা অষ্ট্ৰেলিয়া, চুইডেন, কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক। লগতে আমন্ত্ৰণ জনোৱা হৈছে দেশ-বিদেশৰ বহু ক্ৰীড়াবিদ, খেলুৱৈকে ধৰি বিশিষ্ট ব্যক্তিক।

প্ৰায় আঢ়ৈ হাজাৰ অতিথিক আপ্যায়ণৰ বাবে সাজু কৰা হৈছে বিশাল ৰন্ধনশাল। ২১ গৰাকী ৰান্ধনিৰ নেতৃত্বত সাজু বৃহৎ দল। খাদ্য সম্ভাৰত থাকিব জাপানীজ, মেক্সিকান, থাই, পাৰ্চী খাদ্য। পৰিৱেশন কৰা হ’ব বিধে বিধে খাদ্য সম্ভাৰ। জলপান, দুপৰীয়াৰ আহাৰ, নৈশ আহাৰৰ বাবে থাকিব পৃথক মেনু। জলপানত থাকিব ৭৫ বিধ ব্যঞ্জন। দুপৰীয়াৰ আহাৰত ২২৫ বিধ ব্যঞ্জনৰ লগতে নৈশ আহাৰত থাকিব ২৭৫ বিধ ব্যঞ্জন।

৩ দিনীয়া কাৰ্যসূচীৰে আয়োজিত এই প্ৰাক বিবাহ অনুষ্ঠানত প্ৰতিনিশাই থাকিব পৰম্পৰাগত সংগীত পৰিৱেশনৰ ব্যৱস্থা। অৱশ্যে যাও বুলিয়েই গুচি যাব নোৱাৰিব এই অনুষ্ঠানলৈ। প্ৰতিদিনেই থাকিব পৃথক পৃথক ড্ৰেছ ক’ড। বিবাহ বাহৰত পৰিণত হোৱা জামনগৰৰ ৰিলায়েন্স টাউনশ্বীপত গঢ়ি তোলা হৈছে অভেদ্য নিৰাপত্তা বেষ্টনী। দেশৰ বিশিষ্ট উদ্যোগপতিগৰাকীৰ কনিষ্ঠ পুত্ৰৰ বিয়াত জামনগৰত এতিয়া বৰসবাহৰ পৰিৱেশ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: anant ambanianant radhika weddingmukesh ambaninita ambaniradhika marchant
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং
বিনোদন

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

March 27, 2026
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?
বিনোদন

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

March 27, 2026
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!
বিনোদন

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

March 27, 2026
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?
বিনোদন

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

March 27, 2026
Next Post
বিজেপি

লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সম্পূৰ্ণ সম্ভাব্য প্ৰাৰ্থী তালিকা, চূড়ান্ত হ'ল বৰপেটাৰ অগপ প্ৰাৰ্থীও

গৌতম গম্ভীৰ

ৰাজনীতিত 'হিট উইকেট' গৌতম গম্ভীৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.