• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় বাবা ছিদ্দিকীৰ সৈতে তেনে হ’ল, শ্বুটাৰে প্ৰকাশ কৰিলে বহু গোপন কথা

কিয় বাবা ছিদ্দিকীৰ সৈতে তেনে হ’ল, শ্বুটাৰে প্ৰকাশ কৰিলে বহু গোপন কথা

1 year ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

24 minutes ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

38 minutes ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

2 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

2 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

19 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

20 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

20 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

21 hours ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

22 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

23 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

23 hours ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কিয় বাবা ছিদ্দিকীৰ সৈতে তেনে হ’ল, শ্বুটাৰে প্ৰকাশ কৰিলে বহু গোপন কথা

editor by editor
January 28, 2025
in ভাৰত, ৰাজনীতি
0
কিয় বাবা ছিদ্দিকীৰ সৈতে তেনে হ’ল, শ্বুটাৰে প্ৰকাশ কৰিলে বহু গোপন কথা
0
SHARES
514
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিয় বাবা ছিদ্দিকীৰ সৈতে তেনে হ’ল, শ্বুটাৰে প্ৰকাশ কৰিলে বহু গোপন কথা

ডাউদৰ সৈতে সম্পৰ্ক, ১৯৯৩ চনৰ বোমা বিস্ফোৰণ, আদিৰ দৰে বহু কেইটা গোচৰত জড়িত থকা বাবা ছিদ্দিকীক কিয় বিষ্ণুই গেঙে হত্যা কৰিব বিচাৰিছিল, সেই সন্দৰ্ভত শ্বুটাৰে প্ৰকাশ কৰিলে বহু গোপন কথা। গোপন কথা প্ৰকাশৰ পাছতে এতিয়া চাঞ্চল্যই বিৰাজ কৰিছে।

কুখ্যাত অপৰাধী আনমোল বিষ্ণোইয়ে জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ নেতা বাবা ছিদ্দিকৰ ওপৰত আক্ৰমণৰ নিৰ্দেশ দিছিল। ছিদ্দিকীৰ “দাউদ ইব্ৰাহিমৰ সৈতে সম্পৰ্ক আৰু ১৯৯৩ চনৰ মুম্বাই বিস্ফোৰণত জড়িত” থকাৰ বাবেই তেনেদৰে বিষ্ণইৰ ভাতৃয়ে হত্যা কৰে বুলি উল্লেখ কৰে।
ছিদ্দিকী হত্যাকাণ্ডৰ মূল গুলীচালনাকাৰী শিৱকুমাৰ গৌতমে আৰক্ষীৰ আগত দিয়া এক বিবৃতিত এই কথা প্ৰকাশ কৰে । গৌতমৰ এই স্বীকাৰোক্তি ১২ অক্টোবৰত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ সন্দৰ্ভত দাখিল কৰা অভিযোগনামাৰ অংশ।

উল্লেখ্য যে, মুম্বাইৰ বান্দ্ৰা ইষ্ট এলেকাত পুত্ৰ জীছান ছিদ্দিকিৰ কাৰ্যালয়ৰ বাহিৰত তিনিজন আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰিছিল ৬৬ বৰ্ষীয় ছিদ্দিকীক।

শ্বুটাৰ গৌতমে ইয়াকো দাবী কৰে যে তেওঁক বাবা ছিদ্দিকী বা জীছান ছিদ্দিকীক হত্যা কৰিবলৈ কোৱা হৈছিল আৰু বিনিময়ত ১৫ লাখ টকাৰ প্ৰতিশ্ৰুতি দিছিল।

শিৱকুমাৰ গৌতমে কয়, “২০২৪ চনৰ জুন মাহত শুভম লংকৰে (শুবু) মোক আৰু ধৰমৰাজ কাশ্যপ (সহ শ্বুটাৰ)ক কৈছিল যে যদি আমি তেওঁৰ নিৰ্দেশনা অনুসৰি কাম কৰোঁ তেন্তে আমাক ১০ৰ পৰা ১৫ লাখ টকা দিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Baba SiddiqueBaba Siddique CaseBishnoi Gang
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ
ক্ৰীড়া

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

March 13, 2026
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

March 12, 2026
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা
জীৱনশৈলী

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

March 12, 2026
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

March 12, 2026
Next Post
ক্ৰিকেটৰ ভগবানে যি কৰিব নোৱাৰিলে কোহলী-বুমৰাহে অনায়াসে কৰি দেখুৱালে

ক্ৰিকেটৰ ভগবানে যি কৰিব নোৱাৰিলে কোহলী-বুমৰাহে অনায়াসে কৰি দেখুৱালে

শনিৰ ৰাশিত চন্দ্ৰৰ ট্ৰেনজিট, ৩টা ৰাশিয়ে লাভ কৰিব ভাল খবৰ, দূৰ হ’ব মানসিক চাপ

শনিৰ ৰাশিত চন্দ্ৰৰ ট্ৰেনজিট, ৩টা ৰাশিয়ে লাভ কৰিব ভাল খবৰ, দূৰ হ'ব মানসিক চাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.