• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লক্ষ্য অবিচল! দুভৰিয়ে জানে কিমান দূৰত্বত গলপোষ্ট… ফুটবল কেৰিয়াৰত মেছিয়ে খেলিলে ১০০০ খন মেচ

লক্ষ্য অবিচল! দুভৰিয়ে জানে কিমান দূৰত্বত গলপোষ্ট… ফুটবল কেৰিয়াৰত মেছিয়ে খেলিলে ১০০০ খন মেচ

4 years ago
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

4 hours ago
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

4 hours ago
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

5 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

5 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

6 hours ago
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

7 hours ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

8 hours ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

9 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

10 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

11 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

লক্ষ্য অবিচল! দুভৰিয়ে জানে কিমান দূৰত্বত গলপোষ্ট… ফুটবল কেৰিয়াৰত মেছিয়ে খেলিলে ১০০০ খন মেচ

editor by editor
December 7, 2022
in ক্ৰীড়া, বিশ্ব
0
লক্ষ্য অবিচল! দুভৰিয়ে জানে কিমান দূৰত্বত গলপোষ্ট… ফুটবল কেৰিয়াৰত মেছিয়ে খেলিলে ১০০০ খন মেচ
0
SHARES
927
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ফুটবল বুলিলেই পোনতেই মনলৈ আহে বিশেষ কেইগৰাকীমান খেলুৱৈৰ নাম। ৰোনাল্ডো, মেছি, নেইমাৰ। বেছিসংখ্যকৰেই মুখত প্ৰিয় খেলুৱৈ বুলিলেই নাম শুনা যায় মেছিৰ। ফুটবল কেৰিয়াৰত ১০০০ ৰো অধিক মেচ খেলিছে মেছিয়ে। কাটাৰ বিশ্বকাপত মেছিৰ প্ৰদৰ্শনে আকৌ এবাৰ মেছিৰ প্ৰতি অনুৰাগ বঢ়াই তুলিছে সকলোৰে। প্ৰি কোৱাৰ্টাৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হোৱা মেচত মেছিয়ে দিয়া গলটোত চকু থৰ হৈ ৰৈছিল বিশ্ব ফুটবলপ্ৰেমীৰ। মেছিয়ে দিয়া বিশেষ গলটোৱে ৩৫ মিনিটতেই আৰ্জেণ্টিনাক দিছিল জয়ৰ সোৱাদ।

এইবাৰ পঞ্চমখন বিশ্বকাপ খেলিছে মেছিয়ে। ফৰ্ম একেই আছে। লক্ষ্য অবিচল, ৫ খন বিশ্বকাপত ৯টাকৈ গলেৰে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে মেছিয়ে। মেছিয়ে খেলা ১০০০ মেছৰ মাজত আৰ্জেণ্টিনাৰ জাৰ্চীতেই খেলিছে ১৬৯ খন মেছ। বাৰ্ছিলোনাৰ হৈ মেছিয়ে খেলিছে ৭৭৮ খন মেছ। পেৰিছ ছেইণ্ট জাৰ্মানৰ হৈ মেছিয়ে খেলিছে ৫৩ খন মেছ। এই সমূহ খেলত কিমান গল দিছে মেছিয়ে? বাৰ্ছিলোনাৰ হৈয়ে সৰ্বাধিক গল দিছে মেছিয়ে। মুঠ ৭৭৮ খন মেচত মেছিয়ে দিছে ৬৭২ টা গল। আনহাতে পিএছজিৰ হৈ খেলা ৫২৩ খন মেচত মেছিয়ে দিছে ২৩টা গল আৰু আৰ্জেণ্টিনাৰ হৈ খেলা মুঠ ১৬৯ খন মেচত মেছিয়ে দিছে ৯৮ টা গল।

উল্লেখ্য যে বিশ্বকাপত যোগ্যতা অৰ্জনৰ পাছত খেলা ৬০ খন মেচত ২৮ টা গল দিছে মেছিয়ে। ইয়াৰোপৰি কোপা আমেৰিকাতো ৩৪ খন মেচক ১৩ টাকৈ গল দি সকলোৰে দৃষ্টি কাঢ়িছিল মেছিয়ে। ২০১৮ চনত অনুষ্ঠিক বিশ্বকাপত মেছিয়ে দিয়া গলৰ সংখ্যা আছিল ৪টা। এইবাৰ কাটাৰত অনুষ্ঠিত বিশ্বকাপতো মেছিয়ে মুঠ ৩ টা গল দিবলৈ সক্ষম হৈছে। আগন্তুক শুকুৰবাৰে বিশ্বকাপৰ শেষৰ ৮ ৰ বাবে হোৱা যুঁজৰ নেদাৰলেণ্ডৰ সন্মুখীন হ’ব মেছিৰ দল। সেই খেলত মেছিয়ে কেনে প্ৰদৰ্শন দেখুওৱাই সেয়া চাবৰ বাবেহে আগ্ৰহী এতিয়া বহুজন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
বিশ্ব

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

July 17, 2026
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!
বিশ্ব

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

July 17, 2026
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ
বিনোদন

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

July 17, 2026
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’
বিশ্ব

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

July 17, 2026
Next Post
বাসগৃহ পালেহি গকুলৰ নশ্বৰ দেহ, শোকাকুল পৰিবেশ চামগুৰিত…

বাসগৃহ পালেহি গকুলৰ নশ্বৰ দেহ, শোকাকুল পৰিবেশ চামগুৰিত...

ধৰ্মনিৰপেক্ষ দেশত কোনো ধৰ্মগুৰুৱেই পৰমাত্মা হ’ব নোৱাৰে! আবেদনকাৰীক ওলোটাই জৰিমনা বিহিলে দেশৰ উচ্চতম ন্যায়ালয়ে…

ধৰ্মনিৰপেক্ষ দেশত কোনো ধৰ্মগুৰুৱেই পৰমাত্মা হ’ব নোৱাৰে! আবেদনকাৰীক ওলোটাই জৰিমনা বিহিলে দেশৰ উচ্চতম ন্যায়ালয়ে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.