• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰৰ এই দিশত ৰোৱক অপৰাজিতা ফুলৰ গছ, সুখ-শান্তিৰ অভাৱ নহ’ব আপোনাৰ সংসাৰত

ঘৰৰ এই দিশত ৰোৱক অপৰাজিতা ফুলৰ গছ, সুখ-শান্তিৰ অভাৱ নহ’ব আপোনাৰ সংসাৰত

1 year ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

4 hours ago
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

4 hours ago
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

4 hours ago
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

5 hours ago
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

6 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

7 hours ago
Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

7 hours ago
‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

8 hours ago
২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

9 hours ago
এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

9 hours ago
শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

12 hours ago
তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ঘৰৰ এই দিশত ৰোৱক অপৰাজিতা ফুলৰ গছ, সুখ-শান্তিৰ অভাৱ নহ’ব আপোনাৰ সংসাৰত

ঘৰৰ এই দিশত ৰোৱক অপৰাজিতা ফুলৰ গছ, সুখ-শান্তিৰ অভাৱ নহ’ব আপোনাৰ সংসাৰত

editor by editor
June 12, 2025
in বিবিধ
0
ঘৰৰ এই দিশত ৰোৱক অপৰাজিতা ফুলৰ গছ, সুখ-শান্তিৰ অভাৱ নহ’ব আপোনাৰ সংসাৰত
0
SHARES
609
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দুধৰ্মত অপৰাজিতা ফুলৰ বিশেষ মাহাত্ম্য আছে৷ এই ফুল দেখাত যেনেকৈ সুন্দৰ তেনেকৈ শুভ শক্তিৰো প্ৰতীক৷ অপৰাজিতা ফুলত দেৱী দুৰ্গাই বাস কৰে বুলি কোৱা হয়৷ মা দুৰ্গাৰ ওপৰিও মা লক্ষ্মী, শ্ৰী বিষ্ণু আৰু শনিদেৱৰ পূজাতো অপৰাজিতা ফুল ব্যৱহাৰ কৰা হয়৷ ঘৰত অপৰাজিতাৰ গছ থকাটো বাস্তুমতেও অত্যন্ত শুভ৷ ঘৰৰ কোন দিশত অপৰাজিতা গছ ৰুব বাস্তুশাস্ত্ৰত তাৰ সুনিৰ্দিষ্ট উল্লেখ আছে৷ জানি থওক ঘৰত অপৰাজিতা ফুলৰ গছ ৰোৱাৰ টিপছ৷

অপৰাজিতা গছ ৰোৱাৰ সঠিক দিশ

বাস্তুশাস্ত্ৰ মতে উত্তৰ পূৰ্ব দিশ হৈছে অত্যন্ত শুভ৷ এই দিশত ঈশ্বৰৰ বাস বুলি ধাৰণা কৰা হয়৷ আপুনি নিজৰ ঘৰৰ উত্তৰ পূৰ্ব দিশত অপৰাজিতা ফুলৰ গছ ৰোৱক৷ দেৱতাসকলৰ প্ৰিয় এই গছ উত্তৰ পূৰ্ব দিশত থাকিলে সমগ্ৰ ঘৰতে পজিটিভ এনাৰ্জি বিয়পি পৰে৷ এই দিশত অপৰাজিতা গছ থাকিলে নিগেটিভ এনাৰ্জি দূৰ হয়৷ ঘৰৰ পৰিবেশ শান্ত থাকে৷ ভুলতো ঘৰৰ দক্ষিণ বা পশ্চিম দিশত এই গছ ৰুব নালাগে৷ ইয়াৰ ফলত সংসাৰৰ পৰা সুখ শান্তিয়ে বিদায় লয়৷

অপৰাজিতা গছ ৰোৱাৰ উপযুক্ত দিন

বাস্তুশাস্ত্ৰ অনুসৰি যিকোনো দিনত অপৰাজিতা গছ ৰোৱাটো ঠিক নহয়৷ বৃহস্পতিবাৰ আৰু শুকুৰবাৰ হৈছে অপৰাজিতা গছ ৰোৱাৰ সকলোতকৈ উপযুক্ত দিন৷ অপৰাজিতা ফুল লক্ষ্মী আৰু নাৰায়ণৰ খুবেই প্ৰিয়৷ বৃহস্পতিবাৰ হৈছে বিষ্ণুৰ দিন আৰু শুকুৰবাৰ হৈছে লক্ষ্মীৰ দিন৷ সেয়ে এই দুই দিনত অপৰাজিতা গছ ৰোৱাটো শুভ৷

পৰিচ্ছন্ন স্থানত গছ ৰুৱক

অপৰাজিতা গছ যি স্থানত ৰোৱে সেই স্থান যাতে পৰিষ্কাৰ হয়৷ এই গছৰ আশেপাশে লেতেৰা আৱৰ্জনা থকা অত্যন্ত অশুভ৷ ইয়াৰ ফলত ৰুষ্ট হৈ আপোনাৰ সংসাৰ এৰি বিদায় লয় লক্ষ্মীয়ে৷ অপৰাজিতা গছৰ গুৰি শুকাবলৈ নিদিব৷ প্ৰতিদিনে গছজোপাৰ গুৰিত পানী দিয়ক৷

পূজাৰ কামত অপৰাজিতা

অপৰাজিতা ফুল পুজাৰ কামত ব্যৱহাৰ কৰাটো অত্যন্ত শুভ৷ মা দুৰ্গা, মা লক্ষ্মী, মহাদেৱ, নাৰায়ণ আৰু শনিদেৱৰ পূজাত অপৰাজিতা ফুল ব্যৱহাৰ কৰক৷ ইয়াৰ ফলত এই সকলো দেৱ দেৱীৰ আশীৰ্বাদ আপোনাৰ সংসাৰত বৰ্তি থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

August 4, 2026
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি
বিনোদন

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

August 4, 2026
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?
বিনোদন

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

August 4, 2026
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও
জীৱনশৈলী

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

August 4, 2026
Next Post
এই মাহতেই নিজৰ ঘৰত মালব্য ৰাজযোগ গঠন কৰিব শুক্ৰই, চকুত লগা উন্নতি এই ৫ৰাশিৰ ভাগ্যত

এই মাহতেই নিজৰ ঘৰত মালব্য ৰাজযোগ গঠন কৰিব শুক্ৰই, চকুত লগা উন্নতি এই ৫ৰাশিৰ ভাগ্যত

১০ লাখ টকা গোটাবলৈ SIPত কিমান বছৰ বিনিয়োগ কৰিব লাগিব? মাহিলী কিমান টকা জমা কৰিব লাগিব?

১০ লাখ টকা গোটাবলৈ SIPত কিমান বছৰ বিনিয়োগ কৰিব লাগিব? মাহিলী কিমান টকা জমা কৰিব লাগিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.