• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ লাখ টকা গোটাবলৈ SIPত কিমান বছৰ বিনিয়োগ কৰিব লাগিব? মাহিলী কিমান টকা জমা কৰিব লাগিব?

১০ লাখ টকা গোটাবলৈ SIPত কিমান বছৰ বিনিয়োগ কৰিব লাগিব? মাহিলী কিমান টকা জমা কৰিব লাগিব?

1 year ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

1 minute ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

25 minutes ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

1 hour ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

2 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

2 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

3 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

3 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

4 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

4 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

6 hours ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

7 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০ লাখ টকা গোটাবলৈ SIPত কিমান বছৰ বিনিয়োগ কৰিব লাগিব? মাহিলী কিমান টকা জমা কৰিব লাগিব?

১০ লাখ টকা গোটাবলৈ SIPত কিমান বছৰ বিনিয়োগ কৰিব লাগিব? মাহিলী কিমান টকা জমা কৰিব লাগিব?

editor by editor
June 12, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
১০ লাখ টকা গোটাবলৈ SIPত কিমান বছৰ বিনিয়োগ কৰিব লাগিব? মাহিলী কিমান টকা জমা কৰিব লাগিব?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
SIPৰ মাধ্যমেৰে মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ বৰ্তমান সময়ত SIP বিনিয়োগৰ অন্যতম জনপ্ৰিয় মাধ্যম৷ বহুতেই ইয়াত প্ৰতিমাহে বিনিয়োগ কৰে৷ মিউচুৱেল ফাণ্ড বজাৰৰ সৈতে যুক্ত৷ সেয়ে নিশ্চিত ৰিটাৰ্ণ আশা কৰিব নোৱাৰি৷ বিগত বছৰৰ পৰিসংখ্যাৰ পৰা অনুমান কৰিব পাৰি যে SIPত গড়ে ১২শতাংশ ৰিটাৰ্ণ পোৱা যায়৷
অধিকাংশ ইক্যুইটি ফাণ্ডত ২০২৩ চনৰ ৰিটাৰ্ণ ৫০শতাংশতকৈ বেছি আছিল৷ ভৱিষ্যতে একেই হাৰত ৰিটাৰ্ণ পোৱা যাবনে সেয়া অৱশ্যে গেৰাণ্টিৰ সৈতে কব নোৱাৰি৷ বিগত বছৰ বহু মিউছুৱেল ফাণ্ডে ৪০শতাংশতকৈ বেছি ৰিটাৰ্ণ দিছে৷ মাত্ৰ ৫০০ টকা দি এছ আই পি আৰম্ভ কৰিব পাৰি৷ লেথাৰিকৈ বিনিয়োগ কৰি গলে ২৫ বছৰত কোটি টকাৰ ৰিটাৰ্ণ পাব পাৰে৷ বেছিভাগ মিউচুৱেল ফাণ্ডত নূন্যতম ৫০০ টকা দিয়েই বিনিয়োগ কৰিব পাৰে৷ যদি বিচাৰে বিনিয়োগৰ পৰিমাণ বঢ়াবও পাৰি৷
মিউচুৱেল ফাণ্ড এছ আই পিত প্ৰতিমাহে অলপ অলপকৈ বিনিয়োগ কৰি গলেও ভাল পৰিমাণৰ টকা আপুনি জমা কৰিব পাৰে৷ এছ আই পিৰ মাধ্যমেৰে ১০ লাখ টকা পৰ্যন্ত জমা কৰিব পাৰি৷ ১০ লাখ গোটাবলৈ প্ৰতিমাহে কিমান টকা বিনিয়োগ কৰিব লাগিব?
SIPৰ মাধ্যমেৰে ১০ লাখ টকা কিমান দিনত গোটাব পাৰি?
  • কোনোৱে যদি এছ আই পিত প্ৰতিমাহে ১০০০ টকা বিনিয়োগ কৰে তেতিয়া ১০ লাখ টকা গোটাবলৈ আপোনাক ২১ বছৰ সময় লাগিব৷ এই সময়ত বিনিয়োগৰ পৰিমাণ হব ২.৫২ লাখ টকা৷
  • কোনোৱে যদি প্ৰতিমাহে এছ আই পিত ২০০০টকাকৈ বিনিয়োগ কৰে তেতিয়া ১০ লাখ টকা জমা কৰিবলৈ ১৬ বছৰ সময় লাগিব৷ এই সময়ত বিনিয়োগৰ পৰিমাণ হব ৩.৮৪ লাখ টকা৷
  • কোনোৱে যদি প্ৰতিমাহে এছ আই পিত ৫০০০ টকা বিনিয়োগ কৰে তেন্তে ১০ লাখ টকা জমা কৰিবলৈ তেওঁৰ ১০ বছৰ সময় লাহিব৷ এই সময়ত বিনিয়োগৰ পৰিমাণ হব ৬ লাখ টকা৷
    মনত ৰাখিব, মিউছুৱেল ফাণ্ড এছ আই পিত কিমান ৰিটাৰ্ণ পোৱা যাব সেয়া বজাৰৰ ওপৰত নিৰ্ভৰ কৰে৷ কোনোৱে যদি দীৰ্ঘ সময় ধৰি নিয়মিত বিনিয়োগ কৰে তেন্তে তেওঁ ভাল ৰিটাৰ্ণ পাবই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব
জীৱনশৈলী

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

October 6, 2026
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

October 6, 2026
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!
ভাৰত

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

October 6, 2026
Next Post
সকলো নিহত নহয়, ৰক্ষা পৰিছে এজনৰ জীৱন, বিমানৰ কোন চিটত যাত্ৰা কৰিছিল তেওঁ? কি কৈছে আৰক্ষী সূত্ৰই?

সকলো নিহত নহয়, ৰক্ষা পৰিছে এজনৰ জীৱন, বিমানৰ কোন চিটত যাত্ৰা কৰিছিল তেওঁ? কি কৈছে আৰক্ষী সূত্ৰই?

মিৰাকল…অভিশপ্ত বিমান দুৰ্ঘটনাত একমাত্ৰ ৰক্ষা পৰিছে ৰমেশ কুমাৰ বিশ্বাসৰ জীৱন, হাস্পতালৰ পৰা কি জনাইছে ৰমেশে?

মিৰাকল...অভিশপ্ত বিমান দুৰ্ঘটনাত একমাত্ৰ ৰক্ষা পৰিছে ৰমেশ কুমাৰ বিশ্বাসৰ জীৱন, হাস্পতালৰ পৰা কি জনাইছে ৰমেশে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.