• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মিৰাকল…অভিশপ্ত বিমান দুৰ্ঘটনাত একমাত্ৰ ৰক্ষা পৰিছে ৰমেশ কুমাৰ বিশ্বাসৰ জীৱন, হাস্পতালৰ পৰা কি জনাইছে ৰমেশে?

মিৰাকল…অভিশপ্ত বিমান দুৰ্ঘটনাত একমাত্ৰ ৰক্ষা পৰিছে ৰমেশ কুমাৰ বিশ্বাসৰ জীৱন, হাস্পতালৰ পৰা কি জনাইছে ৰমেশে?

1 year ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

20 minutes ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

43 minutes ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

1 hour ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

2 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

2 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

3 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

3 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

4 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

4 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

5 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

7 hours ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মিৰাকল…অভিশপ্ত বিমান দুৰ্ঘটনাত একমাত্ৰ ৰক্ষা পৰিছে ৰমেশ কুমাৰ বিশ্বাসৰ জীৱন, হাস্পতালৰ পৰা কি জনাইছে ৰমেশে?

মিৰাকল...অভিশপ্ত বিমান দুৰ্ঘটনাত একমাত্ৰ ৰক্ষা পৰিছে ৰমেশ কুমাৰ বিশ্বাসৰ জীৱন, হাস্পতালৰ পৰা কি জনাইছে ৰমেশে?

editor by editor
June 12, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
মিৰাকল…অভিশপ্ত বিমান দুৰ্ঘটনাত একমাত্ৰ ৰক্ষা পৰিছে ৰমেশ কুমাৰ বিশ্বাসৰ জীৱন, হাস্পতালৰ পৰা কি জনাইছে ৰমেশে?
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়াৱহ বিমান দুৰ্ঘটনা৷ পৰিস্থিতিৰ ভয়াৱহতাত কঁপি উঠিছে সমগ্ৰ বিশ্ব৷ আশংকা বিমানৰ প্ৰায় সকলো যাত্ৰীয়েই মৃত৷ দুৰ্ঘটনাস্থল, হাস্পতালসমূহৰ সন্মুখত এতিয়া হাহাকাৰ৷ আত্মীয়, প্ৰিয়জনক চিনাক্ত কৰিবলৈকো এতিয়া খুবেই কঠিন হৈ পৰিছে৷ আহমেদাবাদৰ আছাৰৱা চিভিল হাস্পতালৰ জেনেৰেল বেডত শুই এজন যুৱকে দাবী কৰিছে যে তেওঁৱো সেই বিমানতেই আছিল৷ সৰ্বভাৰতীয় সংবাদ মাধ্যম সূত্ৰৰ খবৰ অনুসৰি জীৱন্তে উদ্ধাৰ হোৱা ব্যক্তিজনৰ বয়স ৪০বছৰ৷ তেওঁৰ নাম ৰমেশ কুমাৰ বিশ্বাস৷ তেঁৱো সেই বিমানতেই আছিল৷ সেই বিমানতেই আছিল তেওঁৰ ভাতৃও৷

যুৱকৰ এয়াৰ ইণ্ডিয়াৰ বিমানৰ টিকটৰ ছবিও ভাইৰেল হৈছে৷ বুকু, চকু আৰু শৰীৰৰ একাধিক স্থানত তেওঁৰ গভীৰ ক্ষত৷ সৰ্বভাৰতীয় সংবাদ মাধ্যম সূত্ৰৰ খবৰ অনুসৰি সেই যুৱকে জনাইছে যে উৰণৰ কেইছেকেণ্ডৰ পাছতেই বিকট শব্দ শুন যায়৷ তাৰপিছতেই ভাঙি পৰে বিমানখন৷ সেই বিমানত তেওঁৰ ভাতৃও আছিল৷ দুৰ্ঘটনাৰ পাছতেই তেঁৱো জ্ঞান হেৰুৱাই পেলাইছিল৷ জ্ঞান ঘূৰি আহোতে চৌদিশে চিটিকি পৰি আছিল মৃতদেহ৷ তাৰপৰা দৌৰি বাহিৰলৈ ওলাই আহিছিল তেওঁ৷ তেওঁ জনোৱা অনুসৰি প্ৰায় ২০ বছৰ ধৰি তেওঁ লণ্ডনত আছে৷ তেওঁৰ পত্নী আৰু পুত্ৰ এতিয়াও লণ্ডনতেই আছে৷ জ্ঞান ঘূৰি আহোতে তেওঁ ভাতৃক বিচাৰিছিল যদিও কতো দেখা নাপালে৷

ডি জি চি এৰ ৰিপৰ্ট অনুসৰি উৰণৰ সময়ৰ পৰা মাত্ৰ ৬২৫ ফুট উচ্চতালৈ উঠি প্ৰতি মিনিটত ৪৭৫ ফুট হাৰত তললৈ নামিবলৈ ধৰে বিমানখন৷ পাইলটে প্ৰতিক্ৰিয়া জনোৱাৰ বাবে ১ মিনিটতকৈ কম সময় পাইছিল৷ উৰণৰ সামান্য সময়ৰ ভিতৰতেই বিমানখন এখন মেডিকেল কলেজৰ হোষ্টেলৰ ওপৰত ভাঙি পৰে আৰু লগে লগে ভয়াৱহ বিস্ফোৰণ ঘটে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব
জীৱনশৈলী

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

October 6, 2026
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!
ভাৰত

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

October 6, 2026
Next Post
চকুৰ কোণত এফুটা পানী লৈ মাতৃয়ে কৈছে, ‘এই দুখন হাতেৰে তোক ডাঙৰ কৰিছিলো আই’ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত নিহত ক্ৰুৰ মেম্বাৰ নগানথোই শৰ্মাৰ ঘৰৰ বিশেষ ভিডিঅ’ ভাইৰেল

চকুৰ কোণত এফুটা পানী লৈ মাতৃয়ে কৈছে, ‘এই দুখন হাতেৰে তোক ডাঙৰ কৰিছিলো আই’ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত নিহত ক্ৰুৰ মেম্বাৰ নগানথোই শৰ্মাৰ ঘৰৰ বিশেষ ভিডিঅ’ ভাইৰেল

বোৰ্খা পৰিধান কৰি মেঘালয়ৰ পৰা গুৱাহাটীলৈ আহিছিল সোনম, সোনমৰ চকুৰ আগতেই দলিয়াই দিয়া হৈছিল ৰাজাৰ দেহ, আৰু কি কি স্বীকাৰোক্তি হত্যাকাৰীৰ?

বোৰ্খা পৰিধান কৰি মেঘালয়ৰ পৰা গুৱাহাটীলৈ আহিছিল সোনম, সোনমৰ চকুৰ আগতেই দলিয়াই দিয়া হৈছিল ৰাজাৰ দেহ, আৰু কি কি স্বীকাৰোক্তি হত্যাকাৰীৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.