• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চকুৰ কোণত এফুটা পানী লৈ মাতৃয়ে কৈছে, ‘এই দুখন হাতেৰে তোক ডাঙৰ কৰিছিলো আই’ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত নিহত ক্ৰুৰ মেম্বাৰ নগানথোই শৰ্মাৰ ঘৰৰ বিশেষ ভিডিঅ’ ভাইৰেল

12 months ago
মহিলাৰ দৰে পুৰুষৰো হ’ব পাৰে নেকি স্তন কেঞ্চাৰ?

15 minutes ago
৩৭ বছৰীয়া মহিলাই ১২ বছৰীয়া কিশোৰী হৈ কৰিলে প্ৰতাৰণা, কিন্তু কেনেকৈ?

1 hour ago
আজিৰে পৰা মহিলা T20 বিশ্বকাপ। এইবাৰ ভাৰত কিয় hot favourite?

2 hours ago
২০১৫ৰ বো*মা বিস্ফো*ৰণ, ইউছুফু আৰু বিল্লালক চৰম শাস্তি আদালতৰ

4 hours ago
চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰ! অচিৰেই উপলব্ধ হ’ব কেতিয়াও বুঢ়া নোহোৱা ঔষধ

5 hours ago
যোগ্যতা অৰ্জন কৰিও ভাৰতে ১৯৫০ ফুটবল বিশ্বকাপত অংশগ্ৰহণ নকৰাৰ প্ৰকৃত কাৰণ কি?

এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী

17 hours ago
১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’

১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’

18 hours ago
স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল

৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

19 hours ago
চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

20 hours ago
গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চকুৰ কোণত এফুটা পানী লৈ মাতৃয়ে কৈছে, ‘এই দুখন হাতেৰে তোক ডাঙৰ কৰিছিলো আই’ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত নিহত ক্ৰুৰ মেম্বাৰ নগানথোই শৰ্মাৰ ঘৰৰ বিশেষ ভিডিঅ’ ভাইৰেল

চকুৰ কোণত এফুটা পানী লৈ মাতৃয়ে কৈছে, ‘এই দুখন হাতেৰে তোক ডাঙৰ কৰিছিলো আই’ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত নিহত ক্ৰুৰ মেম্বাৰ নগানথোই শৰ্মাৰ ঘৰৰ বিশেষ ভিডিঅ’ ভাইৰেল

editor by editor
June 12, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
চকুৰ কোণত এফুটা পানী লৈ মাতৃয়ে কৈছে, ‘এই দুখন হাতেৰে তোক ডাঙৰ কৰিছিলো আই’ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত নিহত ক্ৰুৰ মেম্বাৰ নগানথোই শৰ্মাৰ ঘৰৰ বিশেষ ভিডিঅ’ ভাইৰেল
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চকুৰ পানীৰে তিতি গৈছে এলবামৰ পাত৷ ৰঙা পোছাকত থকাগৰাকী মাতৃ আৰু অইন দুগৰাকীৰ এগৰাকী তেওঁৰ ভনীয়েক আৰু অন্যগৰাকী বায়েক৷ সকলোৱে হাত ফুৰাইছে পাৰিবাৰিক ছবিৰ এলবামত৷ কাৰণ সেই এলবামেই হয়তো ভৰসা ঘৰৰ কন্যা নগানথোই শৰ্মাক চোৱাৰ৷ আহমেদাবাদ বিমানবন্দৰৰ কাষত ভাঙি পৰা লণ্ডনগামী এয়াৰ ইণ্ডিয়াৰ বোয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমানৰ কেবিন ক্ৰু আছিল নগানথোই৷ বিমানখনৰ গন্তব্যস্থান আছিল ব্ৰিটেইনৰ গেটউইক বিমানবন্দৰ৷

https://x.com/PTI_News/status/1933138686272745634

কিন্তু উৰণৰ কিছুক্ষণৰ পাছতেই বিমানখন আহমেদাবাদ বিমানবন্দৰৰ কাষৰ ঘন বসতিপূৰ্ণ এলেকাত ভাঙি পৰে৷ খবৰ লাভ কৰিয়েই নগানথোইয়ৰ পৰিয়ালৰ সদস্যসকল একত্ৰ হৈছে৷ এজনে আনজনক সান্ত্বনা দিছে, কোনোৱে চকু পানী টুকি অজ্ঞান হৈ পৰিছে৷ আতংক, অসহায়তা আৰু গভীৰ শোকৰ ছবি ধৰা পৰিছে বিশেষ এটা ভিডিঅত৷ পি টি আইয়ে দিয়া বিশেষ ভিডিঅ’টো ভাইৰেল হৈ পৰিছে৷ এলবামত কন্যাৰ ছবি চাই কান্দি কান্দি এগৰাকী মহিলাই কৈছে, ‘এই দুখন হাতেৰে তাইক ডাঙৰ কৰিছিলো৷ মই তোক চাব খুজিছো৷’ আন এগৰাকীয়ে আকৌ কান্দি কান্দি কৈছে, ‘মোক ফোনটো দে মই তাইৰ ছবি চাওঁ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাৰ দৰে পুৰুষৰো হ’ব পাৰে নেকি স্তন কেঞ্চাৰ?
জীৱনশৈলী

মহিলাৰ দৰে পুৰুষৰো হ’ব পাৰে নেকি স্তন কেঞ্চাৰ?

June 12, 2026
৩৭ বছৰীয়া মহিলাই ১২ বছৰীয়া কিশোৰী হৈ কৰিলে প্ৰতাৰণা, কিন্তু কেনেকৈ?
বিশ্ব

৩৭ বছৰীয়া মহিলাই ১২ বছৰীয়া কিশোৰী হৈ কৰিলে প্ৰতাৰণা, কিন্তু কেনেকৈ?

June 12, 2026
আজিৰে পৰা মহিলা T20 বিশ্বকাপ। এইবাৰ ভাৰত কিয় hot favourite?
বিনোদন

আজিৰে পৰা মহিলা T20 বিশ্বকাপ। এইবাৰ ভাৰত কিয় hot favourite?

June 12, 2026
২০১৫ৰ বো*মা বিস্ফো*ৰণ, ইউছুফু আৰু বিল্লালক চৰম শাস্তি আদালতৰ
অপৰাধ

Next Post
বোৰ্খা পৰিধান কৰি মেঘালয়ৰ পৰা গুৱাহাটীলৈ আহিছিল সোনম, সোনমৰ চকুৰ আগতেই দলিয়াই দিয়া হৈছিল ৰাজাৰ দেহ, আৰু কি কি স্বীকাৰোক্তি হত্যাকাৰীৰ?

সমবেদনা কাক জনাব, পৰিয়ালৰ এজনো লোক এই পৃথিৱীত নাথাকিল! স্বামী-সন্তানক লৈ চিৰদিনৰ বাবে ব্ৰিটেইনলৈ যাবলৈ ওলাইছিল, কিন্তু মাত্ৰ ২ মিনিটত ছাই হৈ গল তিনিসন্তান, স্বামীসহিতে চিকিৎসক কোমি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন