• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমবেদনা কাক জনাব, পৰিয়ালৰ এজনো লোক এই পৃথিৱীত নাথাকিল! স্বামী-সন্তানক লৈ চিৰদিনৰ বাবে ব্ৰিটেইনলৈ যাবলৈ ওলাইছিল, কিন্তু মাত্ৰ ২ মিনিটত ছাই হৈ গল তিনিসন্তান, স্বামীসহিতে চিকিৎসক কোমি

সমবেদনা কাক জনাব, পৰিয়ালৰ এজনো লোক এই পৃথিৱীত নাথাকিল! স্বামী-সন্তানক লৈ চিৰদিনৰ বাবে ব্ৰিটেইনলৈ যাবলৈ ওলাইছিল, কিন্তু মাত্ৰ ২ মিনিটত ছাই হৈ গল তিনিসন্তান, স্বামীসহিতে চিকিৎসক কোমি

1 year ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

1 hour ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

2 hours ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

2 hours ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

2 hours ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

3 hours ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

3 hours ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

4 hours ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

5 hours ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

5 hours ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

6 hours ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

7 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সমবেদনা কাক জনাব, পৰিয়ালৰ এজনো লোক এই পৃথিৱীত নাথাকিল! স্বামী-সন্তানক লৈ চিৰদিনৰ বাবে ব্ৰিটেইনলৈ যাবলৈ ওলাইছিল, কিন্তু মাত্ৰ ২ মিনিটত ছাই হৈ গল তিনিসন্তান, স্বামীসহিতে চিকিৎসক কোমি

সমবেদনা কাক জনাব, পৰিয়ালৰ এজনো লোক এই পৃথিৱীত নাথাকিল! স্বামী-সন্তানক লৈ চিৰদিনৰ বাবে ব্ৰিটেইনলৈ যাবলৈ ওলাইছিল, কিন্তু মাত্ৰ ২ মিনিটত ছাই হৈ গল তিনিসন্তান, স্বামীসহিতে চিকিৎসক কোমি

editor by editor
June 12, 2025
in জীৱনশৈলী
0
সমবেদনা কাক জনাব, পৰিয়ালৰ এজনো লোক এই পৃথিৱীত নাথাকিল! স্বামী-সন্তানক লৈ চিৰদিনৰ বাবে ব্ৰিটেইনলৈ যাবলৈ ওলাইছিল, কিন্তু মাত্ৰ ২ মিনিটত ছাই হৈ গল তিনিসন্তান, স্বামীসহিতে চিকিৎসক কোমি
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চৰম মৰ্মান্তিক! দেশ এৰি ব্ৰিটেইনলৈ গৈ স্থায়ীভাৱে বসবাস কৰাৰ সপোন দেখিয়েই বিমানত উঠিছিল চিকিৎসক কোমি বছ৷ স্বামীৰ সৈতে তিনি সন্তানক লৈ তেওঁ লণ্ডনলৈ যাবলৈ সাজু হৈছিলহে মাত্ৰ৷ কিন্তু ব্ৰিটেইনগামী বিমান আকাশত উৰাৰ মাত্ৰ কেইমিনিটৰ ভিতৰতেই ভয়ংকৰ দুৰ্ঘটনা৷ ব্ৰিটেইনলৈ গৈ জীৱনৰ নতুন অধ্যায় আৰম্ভ হোৱাৰ আগতেই সকলো শেষ৷ নিহত হৈছে চিকিৎসক পৰিয়ালৰ পাঁচ সদস্যই৷ শোকৰ ছাঁ এতিয়া ৰাজস্থানৰ বাঁশৱায়াৰা চহৰত৷

চিকিৎসক কোমি বছৰ স্বামী প্ৰতীক যোশীয়ে বিগত ৬ বছৰ ধৰি লণ্ডনত বসবাস কৰিছিল৷ তেওঁ পেছাত এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ৷ প্ৰতীক যোশীয়ে দীৰ্ঘদিন ধৰি তেওঁৰ পত্নী আৰু তিনি সন্তানক বিদেশলৈ অনাৰ বাবে চেষ্টা কৰিছিল তেওঁ৷ বিচাৰিছিল সন্তানৰ ভৱিষ্যৎ উন্নত দেশত গঢ়ি উঠক৷ অৱশেষত এই সপোন বাস্তৱায়িত হোৱাৰ দিশেৰেই আগুৱাইছিল৷ কিন্তু ভাগ্যৰ নিৰ্মম পৰিহাস৷ সন্তান আৰু পত্নীক ব্ৰিটেইনলৈ নি নতুন জীৱনৰ পৰিচয় কৰাই দিয়া নহ’ল প্ৰতীকৰ৷ ব্ৰিটেইনলৈ যাবলৈ আহমেদাবাদৰ সেই অভিশপ্ত এয়াৰ ইণ্ডিয়াৰ বোয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমানতেই উঠিছিল তেওঁলোকো৷

চিকিৎসক ডাঃ কোমি বছে ব্ৰিটেইনলৈ যোৱাৰ বাবে দুদিন পূৰ্বে পদত্যাগপত্ৰ জমা দিছিল ৰাজস্থানৰ সংস্থাত৷ কিন্তু বিমান দুৰ্ঘটনাৰ পাছতেই এই পৃথিৱী এৰি বহু দূৰলৈ গুচি গল চিকিৎসক কোমি৷ কেৱল তেৱেই নহয় তেওঁৰ পৰিয়ালৰ সকলোৱেই এতিয়া চিৰনিদ্ৰাত৷

চুবুৰীয়াই কোমিৰ পৰিয়াল সন্দৰ্ভত দিয়া তথ্য অনুসৰি তেওঁৰ পৰিয়ালৰ প্ৰত্যেকজনেই উচ্চশিক্ষিত৷ সন্তানকো তেনেকৈয়ে গঢ় দিয়াৰ মানসেৰেই ব্ৰিটেইনলৈ লৈ যাব খুজিছিল কোমি আৰু প্ৰতীকে৷ কিন্তু সেই সপোন সপোন হৈয়েই ৰ’ল৷ কোমি আৰু প্ৰতীকৰ সন্তানক ব্ৰিটেইনৰ স্কুলত পঢ়োৱাই সন্তানক একোগৰাকী শিক্ষিত নাগৰিক কৰি গঢ়ি তোলাৰ সপোন পুৰি ছাই হ’ল অভিশপ্ত এয়াৰ ইণ্ডিয়াৰ বোয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰতেই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব কাইলৈ আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

August 24, 2026
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’
অসম

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

August 24, 2026
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ
জীৱনশৈলী

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

August 24, 2026
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?
জীৱনশৈলী

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

August 24, 2026
Next Post
অভিশপ্ত ১২ জুন বৃহস্পতিবাৰ! প্ৰাণ হেৰুৱালে সৰ্বমুঠ ২৯৭গৰাকীয়ে, আজি মোদী উপস্থিত হ’ব ঘটনাস্থলীত

অভিশপ্ত ১২ জুন বৃহস্পতিবাৰ! প্ৰাণ হেৰুৱালে সৰ্বমুঠ ২৯৭গৰাকীয়ে, আজি মোদী উপস্থিত হ'ব ঘটনাস্থলীত

দৈনিক ৰাশিফল- কৃষ্ণা দ্বিতীয়াত ব্ৰহ্মা যোগ, চাকৰি লাভৰ সম্ভাৱনা এই ৰাশিৰ লোকৰ

দৈনিক ৰাশিফল- কৃষ্ণা দ্বিতীয়াত ব্ৰহ্মা যোগ, চাকৰি লাভৰ সম্ভাৱনা এই ৰাশিৰ লোকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.