• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিশপ্ত ১২ জুন বৃহস্পতিবাৰ! প্ৰাণ হেৰুৱালে সৰ্বমুঠ ২৯৭গৰাকীয়ে, আজি মোদী উপস্থিত হ’ব ঘটনাস্থলীত

অভিশপ্ত ১২ জুন বৃহস্পতিবাৰ! প্ৰাণ হেৰুৱালে সৰ্বমুঠ ২৯৭গৰাকীয়ে, আজি মোদী উপস্থিত হ’ব ঘটনাস্থলীত

1 year ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

57 minutes ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

1 hour ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

2 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

2 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

3 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

4 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

4 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

5 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

6 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

7 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

8 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অভিশপ্ত ১২ জুন বৃহস্পতিবাৰ! প্ৰাণ হেৰুৱালে সৰ্বমুঠ ২৯৭গৰাকীয়ে, আজি মোদী উপস্থিত হ’ব ঘটনাস্থলীত

editor by editor
June 13, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
অভিশপ্ত ১২ জুন বৃহস্পতিবাৰ! প্ৰাণ হেৰুৱালে সৰ্বমুঠ ২৯৭গৰাকীয়ে, আজি মোদী উপস্থিত হ’ব ঘটনাস্থলীত
0
SHARES
481
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অভিশপ্ত ১২ জুন বৃহস্পতিবাৰ! প্ৰাণ হেৰুৱালে সৰ্বমুঠ ২৯৭গৰাকীয়ে, আজি মোদী উপস্থিত হ’ব ঘটনাস্থলীত

অভিশপ্ত বৃহস্পতিবাৰ! অভিশপ্ত ১২ জুন। ভাৰতৰ ইতিহাসত লিখা থাকিব ১২ জুনৰ অতিকে হৃদয়বিদাৰক ঘটনাৰ বিষয়ে। মাথো কেইটামান মুহুৰ্ত, কেইটামান ছেকেণ্ড। নিমিষতে শেষ হৈ যায় ২৯৭ গৰাকী লোকৰ প্ৰাণ।

কালি গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাত এতিয়ালৈকে ২৯৭ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। বিমানখনত থকা ২৪২ জনৰ ভিতৰত ২৪১ জনৰ মৃত্যু হৈছে। দুৰ্ঘটনাটোত মাত্ৰ এজন যাত্ৰীহে ৰক্ষা পৰে।

নিহতসকলৰ ভিতৰত ২২৯ জন যাত্ৰী হোৱাৰ বিপৰীতে ১২ জন বিমানখনৰ ক্ৰু মেম্বাৰ। ইয়াৰ উপৰিও বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা মেডিকেল কলেজৰ হোষ্টেলত উপস্থিত থকা ৫৬ জন লোকেও প্ৰাণ হেৰুৱাইছে।

আজি সেই অভিশপ্ত ঘটনাস্থলীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী। কালি গৃহমন্ত্ৰী অমিত শ্বাহে সেই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ইফালে বিমান দুৰ্ঘটনাৰ তদন্তও তীব্ৰতৰ হৈ পৰিছে। তদন্তৰ বাবে চৰকাৰে গঠন কৰিছে এখন উচ্চ পৰ্যায়ৰ কমিটী।

আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ পিছত একমাত্ৰ জীৱিত আৰু আহত এমবিবিএছৰ ছাত্ৰ-ছাত্ৰীক আহমেদাবাদ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আনহাতে আজি পুৱাই মৃত যাত্ৰীক চিনাক্ত কৰিবলৈ ডি এন এৰ নমুনাও সংগ্ৰহ কৰা হৈছে।

বিমানখনত মুঠ ২৩০ জন যাত্ৰী আছিল, য’ত আছিল ১৬৯ জন ভাৰতীয়, ৫৩ জন ব্ৰিটিছ, ৭ জন পৰ্তুগীজ আৰু এজন কানাডাৰ নাগৰিক। বাকীসকল আছিল ১২ জন ক্ৰু মেম্বাৰ। বিমানখনত থকা লোকসকলৰ ভিতৰত আছিল ১০৩জন পুৰুষ, ১১৪গৰাকী মহিলা, ১১টা শিশু আৰু ২টা নৱজাতক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 12 june black DayAhmedabaad Plane Crash . Plane CrashGujrat Plane Crash
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
জীৱনশৈলী

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

October 7, 2026
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ
অসম

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

October 7, 2026
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ
অসম

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

October 7, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

October 7, 2026
Next Post
দৈনিক ৰাশিফল- কৃষ্ণা দ্বিতীয়াত ব্ৰহ্মা যোগ, চাকৰি লাভৰ সম্ভাৱনা এই ৰাশিৰ লোকৰ

দৈনিক ৰাশিফল- কৃষ্ণা দ্বিতীয়াত ব্ৰহ্মা যোগ, চাকৰি লাভৰ সম্ভাৱনা এই ৰাশিৰ লোকৰ

সোনম নহয়, অন্যহে ঘটনাৰ মাষ্টাৰমাইণ্ড, এবাৰ দুবাৰ নহয় ৪বাৰকৈ ৰচিছিল ষড়যন্ত্ৰ

সোনম নহয়, অন্যহে ঘটনাৰ মাষ্টাৰমাইণ্ড, এবাৰ দুবাৰ নহয় ৪বাৰকৈ ৰচিছিল ষড়যন্ত্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.