• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বোৰ্খা পৰিধান কৰি মেঘালয়ৰ পৰা গুৱাহাটীলৈ আহিছিল সোনম, সোনমৰ চকুৰ আগতেই দলিয়াই দিয়া হৈছিল ৰাজাৰ দেহ, আৰু কি কি স্বীকাৰোক্তি হত্যাকাৰীৰ?

বোৰ্খা পৰিধান কৰি মেঘালয়ৰ পৰা গুৱাহাটীলৈ আহিছিল সোনম, সোনমৰ চকুৰ আগতেই দলিয়াই দিয়া হৈছিল ৰাজাৰ দেহ, আৰু কি কি স্বীকাৰোক্তি হত্যাকাৰীৰ?

1 year ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

1 hour ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

2 hours ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

2 hours ago
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

3 hours ago
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

3 hours ago
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

5 hours ago
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

6 hours ago
দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

6 hours ago
পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

7 hours ago
হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

8 hours ago
আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

9 hours ago
মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বোৰ্খা পৰিধান কৰি মেঘালয়ৰ পৰা গুৱাহাটীলৈ আহিছিল সোনম, সোনমৰ চকুৰ আগতেই দলিয়াই দিয়া হৈছিল ৰাজাৰ দেহ, আৰু কি কি স্বীকাৰোক্তি হত্যাকাৰীৰ?

বোৰ্খা পৰিধান কৰি মেঘালয়ৰ পৰা গুৱাহাটীলৈ আহিছিল সোনম, সোনমৰ চকুৰ আগতেই দলিয়াই দিয়া হৈছিল ৰাজাৰ দেহ, আৰু কি কি স্বীকাৰোক্তি হত্যাকাৰীৰ?

editor by editor
June 12, 2025
in জীৱনশৈলী
0
বোৰ্খা পৰিধান কৰি মেঘালয়ৰ পৰা গুৱাহাটীলৈ আহিছিল সোনম, সোনমৰ চকুৰ আগতেই দলিয়াই দিয়া হৈছিল ৰাজাৰ দেহ, আৰু কি কি স্বীকাৰোক্তি হত্যাকাৰীৰ?
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজা ৰঘুবংশীক মেঘালয়লৈ লৈ গৈ হত্যা কৰিছিল কোনে? পত্নী সোনম ৰঘুবংশী নে তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহাই? এই প্ৰশ্নই ভৱাই তুলিছিল মেঘালয় আৰক্ষীক৷ সোনম আৰু ৰাজক জেৰা কৰিছে মেঘালয় আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে৷ আৰক্ষী সূত্ৰই কৈছে জেৰাত পৰস্পৰবিৰোধী কথাবাৰ্তাও কৈছে সোনম আৰু ৰাজে৷ এজনে আনজনক দোষাৰোপো কৰিছে৷

মেঘালয় আৰক্ষীৰ চিটে মধ্যপ্ৰদেশৰ ইন্দোৰ আৰু উত্তৰপ্ৰদেশৰ গাজিপুৰৰ পৰা তথ্যপ্ৰমাণ সংগ্ৰহ কৰিছে৷ আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি সেই তথ্যপ্ৰমাণ গোটাইহে আৰক্ষীয়ে মুকলিকৈ জনাব পাৰিব প্ৰকৃততে মাষ্টাৰমাইণ্ড কোন৷ অৱশ্যে মেঘালয় আৰক্ষীয়ে দিয়া তথ্যমতে সোণম আৰু ভাৰাতীয়া হত্যাকাৰীয়ে মিলি ৰাজাক হত্যা কৰাৰ পাছত সোণম গুৱাহাটীলৈ আহে৷ বোৰ্খা পৰিধান কৰি লোকেল টেক্সিত উঠি সোণম গুৱাহাটীলৈ আহে৷ তাৰপিছতেই ট্ৰেইনত উঠি ইন্দোৰ অভিমুখে যাত্ৰা সোণমৰ৷ কিন্তু একেখন ট্ৰেইনতে তেওঁ যাত্ৰা কৰা নাই৷ ট্ৰেইন সলাই সলাই যাত্ৰা কৰিছিল সোণমে৷ ইন্দোৰত ৰাজাৰ সৈতে হোটেলত এনিশা কটাই আকৌ গাজিপুৰলৈ যাত্ৰা কৰিছিল সোণমে৷ গাজিপুৰতেই আছিল ৰাজ কুশৱাহাৰ ঘৰ৷ ৯জুনত গাজিপুৰৰ পৰা ধৰা পৰে সোণম৷

আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি সোনমৰ ভাষ্য আৰু ৰাজ কুশৱাহাৰ ভাষ্যৰ মিল পোৱা নাই আৰক্ষীয়ে৷ আৰক্ষীৰ ওচৰত ৰাজে জনোৱা অনুসৰি ৰাজে সোনমক এইক্ষেত্ৰত সহায় কৰিব খোজা নাছিল৷ সেয়ে শেষ মুহূৰ্তত ৰাজে মেঘালয়লৈ যোৱা বাতিল কৰিছিল৷ বাকি তিনিজনকো ৰাজে নাযাবলৈ কৈছিল৷ তেতিয়া সোনমে ভাৰাতীয়া হত্যাকাৰী কেইটাৰ টিকট কাটি দিয়াত ভাৰাতীয়া হত্যাকাৰীকেইটাই নিজেই মেঘালয়লৈ যাবলৈ মন মেলে৷  শেষ মুহূৰ্তত সেই তিনিগৰাকী ভাৰাতীয়া হত্যাকাৰীয়েও ৰাজাক মাৰিব খোজা নাছিল৷ কিন্তু সোনমে জোৰ কৰি ধনৰ লোভ দেখুৱাই সৈমান কৰাই হত্যাকাৰীকেইটাক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব
জীৱনশৈলী

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

July 9, 2026
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান
জীৱনশৈলী

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

July 9, 2026
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?
জীৱনশৈলী

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

July 9, 2026
দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট
জীৱনশৈলী

দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

July 9, 2026
Next Post
সমবেদনা কাক জনাব, পৰিয়ালৰ এজনো লোক এই পৃথিৱীত নাথাকিল! স্বামী-সন্তানক লৈ চিৰদিনৰ বাবে ব্ৰিটেইনলৈ যাবলৈ ওলাইছিল, কিন্তু মাত্ৰ ২ মিনিটত ছাই হৈ গল তিনিসন্তান, স্বামীসহিতে চিকিৎসক কোমি

সমবেদনা কাক জনাব, পৰিয়ালৰ এজনো লোক এই পৃথিৱীত নাথাকিল! স্বামী-সন্তানক লৈ চিৰদিনৰ বাবে ব্ৰিটেইনলৈ যাবলৈ ওলাইছিল, কিন্তু মাত্ৰ ২ মিনিটত ছাই হৈ গল তিনিসন্তান, স্বামীসহিতে চিকিৎসক কোমি

অভিশপ্ত ১২ জুন বৃহস্পতিবাৰ! প্ৰাণ হেৰুৱালে সৰ্বমুঠ ২৯৭গৰাকীয়ে, আজি মোদী উপস্থিত হ’ব ঘটনাস্থলীত

অভিশপ্ত ১২ জুন বৃহস্পতিবাৰ! প্ৰাণ হেৰুৱালে সৰ্বমুঠ ২৯৭গৰাকীয়ে, আজি মোদী উপস্থিত হ'ব ঘটনাস্থলীত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.