• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভূপেন বৰাক কবি বুলিব পাৰিনে? নতুন কবিতাৰে কি কৈছে এপিচিচিৰ সভাপতি ভূপেন বৰাই…

ভূপেন বৰাক কবি বুলিব পাৰিনে? নতুন কবিতাৰে কি কৈছে এপিচিচিৰ সভাপতি ভূপেন বৰাই…

4 years ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

2 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

2 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

3 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

3 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

4 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

5 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

6 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

7 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

7 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

7 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ভূপেন বৰাক কবি বুলিব পাৰিনে? নতুন কবিতাৰে কি কৈছে এপিচিচিৰ সভাপতি ভূপেন বৰাই…

editor by editor
December 9, 2022
in অসম, ৰাজনীতি
0
ভূপেন বৰাক কবি বুলিব পাৰিনে? নতুন কবিতাৰে কি কৈছে এপিচিচিৰ সভাপতি ভূপেন বৰাই…
0
SHARES
204
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাজনীতিবিদ মানেই ব্যস্ততাপূৰ্ণ দৌৰ নতুবা কেৱল মাইকৰ সন্মুখত একোটা দিঘলীয়া ভাষণেই নহয়। ৰাজনীতিবিদৰ সংজ্ঞা সলনি কৰি ভূপেন বৰাই লিখিছে এটাৰ পাছত আনটো কবিতা। অৰিয়াঅৰি, খং ইত্যাদি আঁতৰাই কবিতাই বিৰোধীক প্ৰত্যুত্ত্বৰ দিয়া আৰম্ভ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই। নতুন কবিতাটোত ভূপেন বৰাই লিখিছে-

হয়, মই শিল-বালিৰ স’তে খোজ কাঢ়িছোঁ!
মই কেৱল পদব্ৰজে অহা নাই, চুঁচৰি ফুৰিছোঁ।
আঁঠুকাঢ়ি সেৱা কৰি মাতৃভূমিৰ চৰণ চুমিছোঁ৷
সত্ৰ, নামঘৰ, গুৰুদ্ধাৰ, মছজিদ, গীর্জা, মন্দিৰত
তীৰ্থ স্নান কৰি মই তপস্যাত বহিছোঁ।
মই শংকৰ-আজান-চ্যুকাফা-চিলাৰায়, গান্ধী-নেতাজীৰ
বাণীও কাণ থিয় কৰি শুনিবলৈ চেষ্টা কৰিছোঁ।
হয়, মই শিল-বালিৰ স’তে খোজ কাঢ়িছো…
পদাতিকৰ খোজৰ পথৰ ধূলি ওপৰলৈ উৰি
মোৰ শিৰত পৰাও দেখিছোঁ,
সেই পদধূলিৰেই ম‍ই কঁপালৰ তিলক আঁকিছোঁ।
শিলৰ গুড়িবোৰ আছুতীয়াকৈ থৈ
সমন্বয়ৰ সেঁতু গঢ়িবলৈ খনিকৰ বিচাৰি ফুৰিছোঁ।
মই ধুবুৰীৰ পৰা শদিয়ালৈ গৈ আছো,
নানা ৰঙৰ মণি-মুকুতা বুটলি
মাতৃৰ বাবে গহনা সজাৰ প্ৰস্তুতি কৰিছোঁ।
জাতি, জনজাতি, উপজাতিৰ তেজৰ ৰং,
হাঁহি আৰু কান্দোনৰ সাদৃশ্য দেখিছোঁ।
পকা ধাননিৰ মাজত সোমাই
নবৌৰ কাঁচিখনতো সান দিছোঁ।
মই বাগৰুম্বা নাচিবলৈ শিকিছোঁ,
ঝুমুৰৰ পাকত ঘূৰিছোঁ,
আইদেউক লগ পাই চলচিত্ৰৰ বুৰঞ্জী পঢ়িছোঁ।
মই কাৰ্বিক কাদম, মিছিঙক কুমনাং, ডিমাচাক যুঠাই
দেউৰীক আগঞ্জুমা, নেপালীক নমস্তে, আদিবাসীক জহাৰ
তিৱাক চেৱা ক’বলৈ শিকিছোঁ।
ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ খহনীয়াৰ প্ৰকোপ একেই দেখিছোঁ,
ম‍ই কেঁচা পাত ছিঙোতে চাহৰ সুগন্ধ পাইছোঁ।
ছাই আৰু সাঁজেৰে সজোৱা বানবাটিত ওঁঠ লগাই
পৰম্পৰাৰ বুনিয়াদ সুদৃঢ় কৰিছোঁ।
ধৰিবও নোৱৰা, এৰিবও নোৱৰা
আঁঠুৱাৰ ভিতৰৰ মহটো ময়ো দেখিছোঁ,
আঁঠুৱাৰ বাহিৰত বহি মই উজাগৰী নিশা কটাইছোঁ,
খল-নায়কক নায়ক সজাবলৈ চলা ষড়যন্ত্র
ফাদিল কৰাৰ মই আজি পণ লৈছোঁ।
সৰ্বানন্দ সিংহ, ৰাঘৱ মৰাণৰ পদূলিৰে পাৰ হৈ
কৃষ্ণৰ পদৰেণুৰে ধূসৰিত শদিয়াৰ পৰা
প্ৰগতিৰ জখলা সজাৰ মানস কৰিছোঁ।
হয়, মই শিল-বালিৰ স’তে খোজ কাঢ়িছোঁ…

-ভূপেন কুমাৰ বৰা ৯ ডিচেম্বৰ, ডিমৌ, শিৱসাগৰ

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’
ৰাজনীতি

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

September 29, 2026
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং
অসম

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

September 29, 2026
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?
অপৰাধ

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

September 29, 2026
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!
অসম

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

September 29, 2026
Next Post
দল সংগঠনক আন্দোলন নকৰিবলৈ আওপকীয়াকৈ সঁকিয়ালে মুখ্যমন্ত্ৰীয়ে, গোলাঘাটত আৰু কি কি গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে?

দল সংগঠনক আন্দোলন নকৰিবলৈ আওপকীয়াকৈ সঁকিয়ালে মুখ্যমন্ত্ৰীয়ে, গোলাঘাটত আৰু কি কি গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে?

‘কথা ৰাখিম, আপোনালোকক ধন্যবাদ…’ টুইটযোগে হিমাচলবাসীক কি কি ক’লে কংগ্ৰেছৰ শীৰ্ষনেতৃত্বই?

'কথা ৰাখিম, আপোনালোকক ধন্যবাদ...’ টুইটযোগে হিমাচলবাসীক কি কি ক’লে কংগ্ৰেছৰ শীৰ্ষনেতৃত্বই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.