• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দল সংগঠনক আন্দোলন নকৰিবলৈ আওপকীয়াকৈ সঁকিয়ালে মুখ্যমন্ত্ৰীয়ে, গোলাঘাটত আৰু কি কি গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে?

দল সংগঠনক আন্দোলন নকৰিবলৈ আওপকীয়াকৈ সঁকিয়ালে মুখ্যমন্ত্ৰীয়ে, গোলাঘাটত আৰু কি কি গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে?

3 years ago
পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

3 hours ago
দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

4 hours ago
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

5 hours ago
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

5 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

5 hours ago
টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

6 hours ago
Image credit- AI

মহে কামুৰি ভাল পায় বিয়েৰ সেৱন কৰা লোকক! গৱেষণাত পোহৰলৈ আহিছে ডাঙৰ সত্য

6 hours ago
মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

7 hours ago
চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

8 hours ago
ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

9 hours ago
টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

9 hours ago
খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দল সংগঠনক আন্দোলন নকৰিবলৈ আওপকীয়াকৈ সঁকিয়ালে মুখ্যমন্ত্ৰীয়ে, গোলাঘাটত আৰু কি কি গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে?

editor by editor
December 9, 2022
in অসম, ৰাজনীতি
0
দল সংগঠনক আন্দোলন নকৰিবলৈ আওপকীয়াকৈ সঁকিয়ালে মুখ্যমন্ত্ৰীয়ে, গোলাঘাটত আৰু কি কি গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে?
0
SHARES
143
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিকাশৰ এটা পষেকৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানলৈ মুখ্যমন্ত্ৰীয়ে যাত্ৰা কৰিছে। শুকুৰবাৰে গোলাঘাট সমম্নয়ক্ষেত্ৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মতামত দাঙি ধৰিছে। মুখ্যমন্ত্ৰীয়ে গোলাঘাট জিলাৰ উন্নয়নৰ কথা ক’বলৈ গৈ বহুকেইটা দিশ সাঙুৰি লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে গোলাঘাট এখন কৃষিপ্ৰধান জিলা।

গোলাঘাটত কৃষকৰ উন্নয়নৰ বাবে চৰকাৰে কৃষকৰ ধান ক্ৰয়ৰ বাবে যি আঁচনি গ্ৰহণ কৰিছে সেই আচঁনি নতুন বিত্তীয় বৰ্ষতো বাহাল থাকিব। ইয়াৰোপৰি এইবাৰ ধানৰ মূল্য বৃদ্ধি কৰি প্ৰতি কুইণ্টল ধানৰ বিনিময়ত কৃষকক দিয়া হ’ব ২০৪০ টকাকৈ ধন। লগতে কেৱল চৰকাৰকেই যাতে ধানসমূহ বিক্ৰি কৰে তাৰ বাবেও কৃষকক আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। গোলাঘাট জিলাৰ ৩০ হাজাৰ মহিলাই নতুনকৈ পাব অৰুনোদয় আঁচনি।

আনহাতে মিছন বসুন্ধৰা আঁচনিৰো দ্বিতীয় সংস্কৰণৰ কাম আৰম্ভ হোৱা বুলি জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ২০২৬ চনলৈ কোনো কামকাজৰ বাবে আৰু চৰকাৰী কাৰ্যালয়ত শাৰী পাতিব নালাগে ৰাজ্যবাসীয়ে। পৰবৰ্তীকালত কেৱল কম্পিউটাৰ সহায়ত ঘৰতেই থাকি সকলোখিনি কাম কৰিব পাৰিব বুলি জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰোপৰি ১ লাখ চাকৰি অচিৰেই সম্পূৰ্ণ কৰিব বুলিও ভাষণত উনুকীয়াই মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে ২০২৩ চনৰ পৰা ৰাজ্যৰ চৰকাৰী হাইস্কুলসমূহৰ উন্নয়নৰ বাবে বিশেষ সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। শিক্ষাৰ উত্তৰণৰ বাবে ৰাজ্যৰ ৪ হাজাৰ হাইস্কুলক প্ৰদান কৰিব ৭-৮ লাখকৈ টকা।

অসমৰ দলসংগঠন সমূহকো এই মঞ্চৰ পৰাই আওঁপকীয়াকৈ আন্দোলন বন্ধ ৰাখিবলৈ সঁকীয়াই দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ ভাষণত কয়, অসমৰ দল সংগঠনসমূহে যদি ৫ বছৰ ধৰ্ণা নিদিয়ে তেন্তে অসম ভাৰতৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰিত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?
জীৱনশৈলী

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

May 14, 2026
জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক
জীৱনশৈলী

জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

May 13, 2026
আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?
জীৱনশৈলী

আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

May 13, 2026
ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?
অসম

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

May 13, 2026
Next Post
‘কথা ৰাখিম, আপোনালোকক ধন্যবাদ…’ টুইটযোগে হিমাচলবাসীক কি কি ক’লে কংগ্ৰেছৰ শীৰ্ষনেতৃত্বই?

'কথা ৰাখিম, আপোনালোকক ধন্যবাদ...’ টুইটযোগে হিমাচলবাসীক কি কি ক’লে কংগ্ৰেছৰ শীৰ্ষনেতৃত্বই?

ভাইৰেল ৰামগোপাল বাৰ্মা! চুম্বনৰ আঁৰৰ কাহিনী কি? সবিশেষ…

ভাইৰেল ৰামগোপাল বাৰ্মা! চুম্বনৰ আঁৰৰ কাহিনী কি? সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.