• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাইৰেল ৰামগোপাল বাৰ্মা! চুম্বনৰ আঁৰৰ কাহিনী কি? সবিশেষ…

ভাইৰেল ৰামগোপাল বাৰ্মা! চুম্বনৰ আঁৰৰ কাহিনী কি? সবিশেষ…

4 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

2 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

2 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

3 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

4 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

4 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

5 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

6 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

7 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

8 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

8 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

9 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ভাইৰেল ৰামগোপাল বাৰ্মা! চুম্বনৰ আঁৰৰ কাহিনী কি? সবিশেষ…

editor by editor
December 9, 2022
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
ভাইৰেল ৰামগোপাল বাৰ্মা! চুম্বনৰ আঁৰৰ কাহিনী কি? সবিশেষ…
0
SHARES
36.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অভিনেত্ৰী আছু ৰেড্ডী আৰু ৰাম গোপাল বাৰ্মা। দুয়োৰে কাষত থকা টেবুলত আছে সু-সজ্জিত সুৰাৰ বটল, চৌদিশে সন্ধিয়াৰ হেঙুলীয়া আভা। এই পৰিবেশ, এই পাৰিপাৰ্শ্চিকে যিকোনো প্ৰেমিক যুগলকেই বাউলি কৰি তুলিব ধুৰূপ। ভাইৰেল ফটোখনত, ভৰিৰ ওপৰত ভৰি তুলি বহি আছে অভিনেত্ৰী আশু ৰেড্ডী। চুটি হালধীয়া ৰঙৰ পোছাক পৰিহিতা আশুৰ দুভৰি উন্মুক্ত। উন্মুক্ত ভৰিৰ সন্মুখত টাইলছৰ মজিয়াত বহি আছে প্ৰখ্যাত পৰিচালক ৰামগোপাল বাৰ্মা। কথা পাতি থাকোঁতে হঠাতেই পৰিচালক ৰাম গোপালে এটা সময়ত অভিনেত্ৰীগৰাকীৰ সোঁ ভৰিত চুমা খাবলৈ ধৰে। তাৰ পিছত ভৰিৰ আঙুলিকেইটা মুখত ভৰাই।

এই ভিডিঅ’টো এতিয়া নেটদুনীয়াত তোলপাৰ লগাইছে। অভিনেত্ৰীগৰাকীৰ ভৰিত চুমা খোৱা ছবিখন প্ৰথমে পোষ্ট কৰিছিল খোদ ৰামগোপাল বাৰ্মাই। পিছত পৰিচালকে সমগ্ৰ ভিডিঅ’টোৰ ইউটিউব লিংকো শ্বেয়াৰ কৰে। য’ত দেখা যায় আগন্তুক ছবি ‘ডেঞ্জাৰাছ’ মুক্তিৰ পূৰ্বে আশুৱে সাক্ষাৎকাৰ দিছে। ভিডিঅ’টোৰ শেষত ৰামগোপালে অভিনেত্ৰীগৰাকীৰ ভৰিত কিয় চুমা খাই সেই বিষয়টোক লৈ বহুতৰেই মনত প্ৰশ্ন।

সামাজিক মাধ্যমত নেটিজেনৰ প্ৰশ্ন, ‘ৰামগোপালৰ জ্ঞান হেৰাই গৈছে নেকি? নে বিতৰ্কিত কোনো কাম নকৰিলে শিৰোনামালৈ আহিব নোৱাৰিব বুলি এই সকলোবোৰ কৰিছে?’ বহুতৰে ধাৰণা ডেঞ্জাৰাছ’ক জনপ্ৰিয় কৰিবলৈ এনেদৰে লাইমলাইটলৈ আহিবলৈকে এইবোৰ কৰিছে ৰামগোপালে। উল্লেখ্য, দুগৰাকী মহিলাৰ সমলৈংগিক প্ৰেম উদযাপনৰ পটভূমিতে নিৰ্মাণ কৰা হৈছে ‘ডেঞ্জাৰাছ’। চলিত বৰ্ষৰ মে’ মাহত মুক্তি পোৱাৰ কথা আছিল যদিও ৯ ডিচেম্বৰত মুক্তি পাব ৰামগোপালৰ পৰিচালনাত দেশৰ প্ৰথমখন সমকামী অপৰাধমূলক ছবি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি
নিয়োগ

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

August 16, 2026
Next Post
‘মাই হার্ট উইল গ’ অন…’, টাইটানিক ছবিত গীত পৰিবেশন কৰা জনপ্ৰিয় কণ্ঠশিল্পীয়ে আৰু সুৰ দিব নোৱাৰিব কোনো গীতত!

‘মাই হার্ট উইল গ' অন…’, টাইটানিক ছবিত গীত পৰিবেশন কৰা জনপ্ৰিয় কণ্ঠশিল্পীয়ে আৰু সুৰ দিব নোৱাৰিব কোনো গীতত!

পাঁচখনকৈ তৰোৱাৰ অনায়াসেই গিলি দিছিল! পেটৰ বিভিন্ন অংশ টুকুৰা-টুকুৰ হৈ পৰা নেলছনে যুঁজিছে মৃত্যুৰে, কিয় গিলিছিল তৰোৱাল? সবিশেষ…

পাঁচখনকৈ তৰোৱাৰ অনায়াসেই গিলি দিছিল! পেটৰ বিভিন্ন অংশ টুকুৰা-টুকুৰ হৈ পৰা নেলছনে যুঁজিছে মৃত্যুৰে, কিয় গিলিছিল তৰোৱাল? সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.