• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাঁচখনকৈ তৰোৱাৰ অনায়াসেই গিলি দিছিল! পেটৰ বিভিন্ন অংশ টুকুৰা-টুকুৰ হৈ পৰা নেলছনে যুঁজিছে মৃত্যুৰে, কিয় গিলিছিল তৰোৱাল? সবিশেষ…

পাঁচখনকৈ তৰোৱাৰ অনায়াসেই গিলি দিছিল! পেটৰ বিভিন্ন অংশ টুকুৰা-টুকুৰ হৈ পৰা নেলছনে যুঁজিছে মৃত্যুৰে, কিয় গিলিছিল তৰোৱাল? সবিশেষ…

4 years ago
কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

59 minutes ago
স্বাস্থ্যৰ অৱনতি ঘটিছে Sonam Wangchukৰ, NEETৰ প্ৰশ্নকাকত ফাদিলকলৈ কৰিছিল প্ৰতিবাদ

স্বাস্থ্যৰ অৱনতি ঘটিছে Sonam Wangchukৰ, NEETৰ প্ৰশ্নকাকত ফাদিলকলৈ কৰিছিল প্ৰতিবাদ

2 hours ago
কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত

কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত

3 hours ago
আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

4 hours ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

16 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

16 hours ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

17 hours ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

18 hours ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

21 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

22 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

23 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পাঁচখনকৈ তৰোৱাৰ অনায়াসেই গিলি দিছিল! পেটৰ বিভিন্ন অংশ টুকুৰা-টুকুৰ হৈ পৰা নেলছনে যুঁজিছে মৃত্যুৰে, কিয় গিলিছিল তৰোৱাল? সবিশেষ…

editor by editor
December 9, 2022
in জীৱনশৈলী, বিশ্ব, স্বাস্থ্য
0
পাঁচখনকৈ তৰোৱাৰ অনায়াসেই গিলি দিছিল! পেটৰ বিভিন্ন অংশ টুকুৰা-টুকুৰ হৈ পৰা নেলছনে যুঁজিছে মৃত্যুৰে, কিয় গিলিছিল তৰোৱাল? সবিশেষ…
0
SHARES
10.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মুখত তৰোৱাল লৈ বিভিন্ন খেল দেখুওৱাই তেওঁ। কেৱল মুখত লৈয়েই নাথাকে গিলিও দিয়ে তৰোৱালখন। এই কাৰ্যকলাপ চাবলৈকে ভিৰ হয় জনতাৰ। তৰোৱালৰ খেল দেখুওৱাই জনপ্ৰিয় হৈ পৰা আমেৰিকাৰ স্কট নেলছন হাস্পতালত ভৰ্তী হ’বলগীয়া হৈছে। খেল দেখুৱাবলৈ গৈয়েই হাস্পতালত ভৰ্তি হৈছে জনপ্ৰিয় যাদুকৰগৰাকী। তৰোৱাল খেল দেখুওৱাবলৈ গৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে শিল্পীগৰাকী। নেলছনৰ পেট, যকৃৎ, হাওঁফাওঁ সকলোবোৰেই তৰোৱালৰ ধাৰত কাট খাইছে। নেলছনৰ এই যাদু দেখুওৱাবলৈকে আমেৰিকাত আয়োজন কৰা হয় বিভিন্ন শ্ব’ৰ। বৰ্তমান নেলছন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

জানিব পৰা মতে তৰোৱাল লৈ শ্ব’ ৰ বাবে অনুশীলন চলাই থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হৈছে। মেৰিলেণ্ডৰ এখন থিম পাৰ্কত এই অনুশীলন চলাই আছিল নেলছনে। তাতেই এই ঘটনা। বৰ্তমান ৱাছিংটনৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছে নেলছন। প্ৰথমাৱস্থাত চিকিৎসকে নেলছনৰ মৃ্ত্যু অনিবাৰ্যই বুলি ধাৰণা কৰিছিল যদিও বৰ্তমান নেলছনৰ অৱস্থা কিছু সুস্থিৰ। এমাহতকৈও অধিক সময় ধৰি মৃত্যুৰ সৈতে যুঁজ দি আছে নেলছনে। তেওঁৰ পেটৰ পৰা উলিওৱা হৈছে পাঁচখনকৈ তৰোৱাল। বৰ্তমান তেওঁ বিপদমুক্ত যদিও চিকিৎসালয়তেই চিকিৎসাধীন হৈ আছে নেলছন। ৫৯ বছৰীয়া নেলছনৰ তৰোৱালবাজী দেখি সকলোৱেই বিস্ময়াভূত হয়। তৰোৱাল মুখত সোমোওৱা কাৰ্যকলাপ তেওঁ বহুসময়তে কৰি আহিছে যদিও সেইদিনা হঠাতেই এই দূৰ্ঘটনা সংঘটিত হয়।

উল্লেখ্য যে, ইমান গুৰুতৰ আঘাত পোৱা স্বত্ত্বেও নেলছন বিচলিত হোৱা নাই। ইতিবাচক মনৰগৰাকী নেলচনে সুস্থ হৈয়েই পুনৰ যাদুখেল দেখুৱাবলৈ আগ্ৰহী বুলিও আমেৰিকাৰ এক সংবাদ মাধ্যমৰ আগত মন্তব্য কৰা পৰিলক্ষিত হৈছে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!
জীৱনশৈলী

কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

July 15, 2026
আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

July 15, 2026
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা
জীৱনশৈলী

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

July 14, 2026
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন
বিনোদন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

July 14, 2026
Next Post
মহিলাৰ বুুক আৰু যৌনাংগক লক্ষ্য কৰি গুলীচালনা! ইৰানৰ হিজাব বিৰোধী প্ৰতিবাদত অমানৱীয় ঘটনা…

মহিলাৰ বুুক আৰু যৌনাংগক লক্ষ্য কৰি গুলীচালনা! ইৰানৰ হিজাব বিৰোধী প্ৰতিবাদত অমানৱীয় ঘটনা...

সংগ দিয়ক পিতৃ-মাতৃক! মাতৃ-পিতৃ বন্দনাৰ বাবে ৰাজ্যিক কৰ্মচাৰীলৈ ছুটী…

সংগ দিয়ক পিতৃ-মাতৃক! মাতৃ-পিতৃ বন্দনাৰ বাবে ৰাজ্যিক কৰ্মচাৰীলৈ ছুটী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.