• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহিলাৰ বুুক আৰু যৌনাংগক লক্ষ্য কৰি গুলীচালনা! ইৰানৰ হিজাব বিৰোধী প্ৰতিবাদত অমানৱীয় ঘটনা…

মহিলাৰ বুুক আৰু যৌনাংগক লক্ষ্য কৰি গুলীচালনা! ইৰানৰ হিজাব বিৰোধী প্ৰতিবাদত অমানৱীয় ঘটনা…

3 years ago
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

24 minutes ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

2 hours ago
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

2 hours ago
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

3 hours ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

3 hours ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

4 hours ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

4 hours ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

5 hours ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

5 hours ago
8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

6 hours ago
ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

23 hours ago
গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

মহিলাৰ বুুক আৰু যৌনাংগক লক্ষ্য কৰি গুলীচালনা! ইৰানৰ হিজাব বিৰোধী প্ৰতিবাদত অমানৱীয় ঘটনা…

editor by editor
December 9, 2022
in অপৰাধ, জীৱনশৈলী, বিশ্ব
0
মহিলাৰ বুুক আৰু যৌনাংগক লক্ষ্য কৰি গুলীচালনা! ইৰানৰ হিজাব বিৰোধী প্ৰতিবাদত অমানৱীয় ঘটনা…
0
SHARES
355
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ইৰানত আৰম্ভ হৈছে বিক্ষোভ। হিজাব বিৰোধী বিক্ষোভত মহিলা বিক্ষোভকাৰীৰ চকু-মুখ-বুকু-যৌনাংগক লক্ষ্য কৰি গুলীচালনা কৰিছে ইৰানৰ আৰক্ষীয়ে। এই আন্দোলনত ভাগ লোৱা পুৰুষসকলো হাৰি যোৱা নাই। পিঠি, ভৰি, নিতম্বক লক্ষ্য কৰি গুলীচালনা কৰিছে আৰক্ষীয়ে। দ্যা গাৰ্ডিয়ানৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। এই কথা প্ৰকাশ কৰিছে ইৰানৰ আহত প্ৰতিবাদকাৰীসকলৰ চিকিৎসাত ব্ৰতী হৈ থকা চিকিৎসকেও।

হিজাব বিৰোধী বিক্ষোভ চলাৰ সময়তেই নিৰাপত্তা বাহিনীয়ে মহিলাসকলৰ ওপৰত এনেদৰে অমানৱীয় অত্যাচাৰ চলোৱা বুলি অভিযোগ উত্থাপিত হৈছে। মহিলাসকলৰ ওপৰত সাধাৰণভাৱে গুলীচালন চলোৱাই নহয় তেওঁলোকৰ যৌনাংগত লক্ষ্য কৰি গুলীচালনা কৰা হৈছে। চিকিৎসকে প্ৰকাশ কৰা প্ৰতিবেদন মতে এগৰাকী ২০ বছৰীয়া মহিলাৰ যৌনাংগৰ পৰা দুটাকৈ গুলী উলিওৱা হৈছে। ইয়াৰোপৰি উৰুৰ পৰা উলিওৱা হৈছে দহটাকৈ গুলী। উৰুত লগা ১০ টা গুলী উলিয়াই দিলেও যৌনাংগত লগা গুলী উলিওৱা সহজ নহয়। এই গুলী উলিয়াব নোৱাৰাৰ বাবে অৱশেষত মৃত্যু ঘটিছে যুৱতীগৰাকীৰ।

উল্লেখ্য যে ইৰানত হিজাব বিৰোধী প্ৰতিবাদত নামি বহু যুৱতীয়ে চুলি কাটি হিজাব জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে। শাসকপক্ষৰ নেতাসকলৰ প্ৰতীকি জ্বলাই আন্দোলন অব্যাহত ৰাখিছে ইৰানী মহিলাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!
জীৱনশৈলী

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

May 30, 2026
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!
জীৱনশৈলী

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

May 30, 2026
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!
জীৱনশৈলী

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

May 30, 2026
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক
জীৱনশৈলী

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

May 30, 2026
Next Post
সংগ দিয়ক পিতৃ-মাতৃক! মাতৃ-পিতৃ বন্দনাৰ বাবে ৰাজ্যিক কৰ্মচাৰীলৈ ছুটী…

সংগ দিয়ক পিতৃ-মাতৃক! মাতৃ-পিতৃ বন্দনাৰ বাবে ৰাজ্যিক কৰ্মচাৰীলৈ ছুটী...

স্বাস্থ্য অতি সংকটজনক! গুণগ্ৰাহীৰ প্ৰাৰ্থনা, সুস্থ হৈ উঠক শিৱনাথ বৰ্মন

স্বাস্থ্য অতি সংকটজনক! গুণগ্ৰাহীৰ প্ৰাৰ্থনা, সুস্থ হৈ উঠক শিৱনাথ বৰ্মন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.