ডিজিটেল ডেস্কঃ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। ২০২২বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ৯১৩গৰাকী প্ৰাৰ্থী উৰ্ত্তীণ হৈছে। অসম অসামৰিক সেৱাৰ বাবে গৌৰীপুৰৰ ৰচিকা ইছলামে প্ৰথম স্থান, বৰকুছি মিৰ্জাৰ দিক্ষীত দাসে দ্বিতীয় স্থান আৰু বাপুপুঙ ডিগবৈৰ বিথপী গগৈয়ে তৃতীয় স্থান লাভ কৰে।
আনহাতে ২০২২বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অসম পুলিচ সেৱাৰ বাবে হোজাইৰ ৰোহিত চৌধুৰীয়ে প্ৰথম স্থান লাভ কৰে। দ্বিতীয় স্থান লাভ কৰে শ্ৰেয়া আগৰৱাল আৰু তৃতীয় স্থান লাভ কৰিছে ভাৰ্গিছ কুমাৰ ডেকাই।
অসম লোকসেৱা আয়োগৰ সবিশেষ ফলাফল লাভ কৰিব পাৰিব তলৰ লিংকত ক্লিক কৰি-
file:///N:/SOCIAL_MEDIA/2024/JANUARY/17%20JAN/FOOT/ON/Results_CCE_2022_17012024.pdf
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ