• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰ্চাৰ শিখৰত থাকি ভালপায় এইকেইটা ৰাশিৰ জাতক! বিখ্যাত হ’বলৈ সকলো প্ৰকাৰে চেষ্টা কৰে এইকেইটা ৰাশিৰ জাতকে

চৰ্চাৰ শিখৰত থাকি ভালপায় এইকেইটা ৰাশিৰ জাতক! বিখ্যাত হ’বলৈ সকলো প্ৰকাৰে চেষ্টা কৰে এইকেইটা ৰাশিৰ জাতকে

2 years ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

7 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

7 hours ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

8 hours ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

9 hours ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

12 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

12 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

13 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

14 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

14 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

15 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

1 day ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চৰ্চাৰ শিখৰত থাকি ভালপায় এইকেইটা ৰাশিৰ জাতক! বিখ্যাত হ’বলৈ সকলো প্ৰকাৰে চেষ্টা কৰে এইকেইটা ৰাশিৰ জাতকে

editor by editor
January 18, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
চৰ্চাৰ শিখৰত থাকি ভালপায় এইকেইটা ৰাশিৰ জাতক! বিখ্যাত হ’বলৈ সকলো প্ৰকাৰে চেষ্টা কৰে এইকেইটা ৰাশিৰ জাতকে
0
SHARES
16.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাশিচক্ৰত মেষৰ পৰা মীন পৰ্যন্ত মুঠ ১২ টা ৰাশি আছে। আমি প্ৰত্যেকেই এই ১২ ৰাশিৰ মাজৰ কোনোবা নহয় কোনোবা এটা জাতকৰ ভিতৰত পৰো। প্ৰত্যেক ৰাশিৰ জাতকৰে পৰস্পৰৰ পৰা পৰস্পৰৰ স্বভাৱ, চৰিত্ৰ আৰু মানসিকতা পৃথক পৃথক হয়। জীৱনত কি কৰিব খোজে সেই লক্ষ্যও পৃথক পৃথক হয়। আটাইকেইটা ৰাশিৰ ভিতৰত ৪ টা ৰাশিৰ জাতকে জীৱনত যিকোনো উপায়েৰে বিখ্যাত হ’ব খোজে। বহু মানুহে এওঁলোকক জানিব, চিনি পাব অৰ্থাৎ নিজৰ প্ৰচাৰত বিশেষভাৱে গুৰুত্ব দি ভালপায় এইকেইটা ৰাশিৰ জাতকে। জানি থওক জীৱনত খ্যাতিৰ শীৰ্ষত উঠিব বিচাৰে কোন কোন ৰাশিৰ জাতকে।

সিংহ ৰাশি
সিংহ ৰাশিৰ গ্ৰহ অধিপতি হৈছে সূৰ্য। এওঁলোকে নিজৰ মনৰ কথা সকলোৰে সন্মুখত স্পষ্টভাৱে প্ৰকাশ কৰিব পাৰে। নিজকে জাহিৰ কৰাত এওঁলোকে কোনো ত্ৰুটি নাৰাখে। সিংহ ৰাশিৰ জাতকৰ সকলোসময়তে স্পটলাইটত থাকিব বিচাৰে। বিখ্যাত হ’বৰ বাবে এওঁলোকে নিজৰ সকলো এনাৰ্জি ব্যৱহাৰ কৰে।

ধনু ৰাশি
নতুনক জনাৰ আগ্ৰহ আৰু নজনা কাম কৰাৰ প্ৰৱল হেঁপাহ আছে এই ৰাশিৰ জাতকৰ। নতুন কথা শিকিবৰ বাবেই তেওঁলোকে ভ্ৰমণ কৰি ভালপায়। ভ্ৰমণৰ মাজেৰেই বিখ্যাত হ’ব খোজে ধনু ৰাশিৰ জাতক। এওঁলোক যতেই যায় তাৰপৰাই ভিডিঅ’, ছবি আদি শ্বেয়াৰ কৰি ভালপায়।

মিথুন ৰাশি
নিশাৰ ভিতৰতে বিখ্যাত হোৱাৰ বাসনা থাকে মিথুন ৰাশিৰ জাতক। এওঁলোকে চেলিব্ৰিটিৰ দৰে জীৱন কটাই ভালপায়। বিখ্যাত হ’বৰ বাবে এওঁলোকে পৰিশ্ৰম কৰে।

মেষ ৰাশি
মেষ ৰাশিৰ অধিপতি হৈছে মঙ্গল। ৰঙা গ্ৰহৰ প্রভাৱত মেষ ৰাশিৰ জাতক যথেষ্ট আত্মবিশ্বাসী হয়। এওঁলোকৰ মাজত প্ৰচুৰ পৰিমানে এনাৰ্জিও থাকে। বিখ্যাত হোৱাৰ অদম্য বাসনা মনতে পুঁহি ৰাখে এই ৰাশিৰ জাতকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা
জীৱনশৈলী

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

July 14, 2026
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?
জীৱনশৈলী

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

July 14, 2026
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’
ভাৰত

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

July 14, 2026
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য
জীৱনশৈলী

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

July 14, 2026
Next Post
‘মোলৈ অহা এই ভাল খবৰটোৱে মুকলিকৈ উশাহ ল’ব পাৰিছেনে?’ আজি কবি নীলমণি ফুকনৰ প্ৰথম মৃত্যুবাৰ্ষিকী

‘মোলৈ অহা এই ভাল খবৰটোৱে মুকলিকৈ উশাহ ল'ব পাৰিছেনে?’ আজি কবি নীলমণি ফুকনৰ প্ৰথম মৃত্যুবাৰ্ষিকী

নতুন ৫০০টকীয়া নোট সচাঁকৈ ওলাব নেকি?

নতুন ৫০০টকীয়া নোট সচাঁকৈ ওলাব নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.