• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৯ বছৰীয়া মনোমালিন্য শেষ! ভাৰত-পাক মেচৰ উদ্বোধনী অনুষ্ঠানত একেলগে দেখা যাব অৰিজিৎ আৰু ছলমান খানক

৯ বছৰীয়া মনোমালিন্য শেষ! ভাৰত-পাক মেচৰ উদ্বোধনী অনুষ্ঠানত একেলগে দেখা যাব অৰিজিৎ আৰু ছলমান খানক

2 months ago
এনিমেল ছবিক লৈ সঁচাকৈ অসন্তুষ্ট নেকি অভিনেতা আমিৰ খান? আমিৰৰ ভাইৰেল ভিডিঅ’ৰ আঁৰৰ ৰহস্য কি?

এনিমেল ছবিক লৈ সঁচাকৈ অসন্তুষ্ট নেকি অভিনেতা আমিৰ খান? আমিৰৰ ভাইৰেল ভিডিঅ’ৰ আঁৰৰ ৰহস্য কি?

2 hours ago
ভয়ংকৰ ৰূপত আহি আছে ‘মাইচোৱাং’। দক্ষিণ ভাৰতত সাগৰীয় ধুমুহা মাইচোৱাঙৰ তাণ্ডৱ

ভয়ংকৰ ৰূপত আহি আছে ‘মাইচোৱাং’। দক্ষিণ ভাৰতত সাগৰীয় ধুমুহা মাইচোৱাঙৰ তাণ্ডৱ

7 hours ago
কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা

কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা

22 hours ago
এতিয়াৰে পৰা এটা অথবা দুটা নহয়, নুন্যতম ৮ টাকৈ হ’ব লাগিব সন্তান

এতিয়াৰে পৰা এটা অথবা দুটা নহয়, নুন্যতম ৮ টাকৈ হ’ব লাগিব সন্তান

1 day ago
মিজোৰামত অপ্ৰতিৰোধ্য ZPM. পৰাস্ত খোদ মুখ্যমন্ত্ৰী জ’ৰামথংগা। মিজোৰামতো ৰাহুল গান্ধীৰ মুখথেকেচা…

মিজোৰামত অপ্ৰতিৰোধ্য ZPM. পৰাস্ত খোদ মুখ্যমন্ত্ৰী জ’ৰামথংগা। মিজোৰামতো ৰাহুল গান্ধীৰ মুখথেকেচা…

1 day ago
পৰাজয় স্বীকাৰ কৰি ৰাহুল গান্ধীৰ আৱেগিক টুইট-‘বিচাৰধাৰাৰ যুদ্ধ আগন্তুক সময়তো অব্যাহত থাকিব।’

পৰাজয় স্বীকাৰ কৰি ৰাহুল গান্ধীৰ আৱেগিক টুইট-‘বিচাৰধাৰাৰ যুদ্ধ আগন্তুক সময়তো অব্যাহত থাকিব।’

2 days ago
বক্স অফিচত এনিমেলৰ যাদু। ভংগ কৰিলে পাঠানৰ অভিলেখ

বক্স অফিচত এনিমেলৰ যাদু। ভংগ কৰিলে পাঠানৰ অভিলেখ

2 days ago
শোচনীয় পৰাজয়ৰ দিশে কংগ্ৰেছ। মিছা হোৱাৰ পথত এগজিট প’লৰ তথ্য!

শোচনীয় পৰাজয়ৰ দিশে কংগ্ৰেছ। মিছা হোৱাৰ পথত এগজিট প’লৰ তথ্য!

2 days ago
এনিমেল

বক্স অফিচত ‘এনিমেল’ৰ গৰ্জন, চেৰ পেলালে ‘পাঠান’ক

3 days ago
কপিল শৰ্মা

খঙত অগ্নিশৰ্মা কমেডি কিং কপিল শৰ্মা

5 days ago
আৰক্ষী

মহানগৰীৰ আৰক্ষী বিষয়া, সাংবাদিকে কেনেকৈ আত্মসাৎ কৰিছিল লাখ লাখ টকা?

5 days ago
কোহলী

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও টি-২০, এদিনীয়া নেখেলে কোহলীয়ে!

6 days ago
  • About
  • Advertise
  • Careers
Tuesday, December 5, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

৯ বছৰীয়া মনোমালিন্য শেষ! ভাৰত-পাক মেচৰ উদ্বোধনী অনুষ্ঠানত একেলগে দেখা যাব অৰিজিৎ আৰু ছলমান খানক

editor by editor
October 13, 2023
in ক্ৰীড়া, চিনেমা, ফেশ্বন, বিনোদন, বিশ্ব, ভাৰত
0
৯ বছৰীয়া মনোমালিন্য শেষ! ভাৰত-পাক মেচৰ উদ্বোধনী অনুষ্ঠানত একেলগে দেখা যাব অৰিজিৎ আৰু ছলমান খানক
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সম্পৰ্কই ফাঁট মেলিছিল ৯ বছৰ পূৰ্বেই৷ ছলমানৰ অপ্ৰিয় হৈ পৰিছিল অৰিজিৎ সিং৷ নিশাৰ ভিতৰতেই শেষ হৈ গৈছিল এটা সম্পৰ্ক৷ ছলমানৰ কোনো শ্ব’, চিনেমাত গীত পৰিবেশন কৰা নাছিল অৰিজিতেও৷ লাহে লাহে কথাবোৰ পুৰণি হৈছে৷ খঙো কমিছে৷ ছলমানে আৰু পুৰণি আক্ষেপসমূহ কঢ়িয়াই ফুৰিব খোজা নাই৷ ‘টাইগাৰ-৩’ৰ মুক্তিৰ পূৰ্বে মান-অভিমান এৰি অৰিজিতক ক্ষমা কৰি দিছে ভাইজানে৷ কিছুদিন পূৰ্বে ছলমানৰ গেলেক্সীলৈকো গৈছিল অৰিজিৎ সিং৷ ভাইৰেল খবৰ অনুসৰি তেওঁলোকৰ মাজত আকৌ বন্ধুত্বৰ এনাজৰীডাল সুদৃঢ় হৈছে৷

ভাইজানৰ সৈতে সম্পৰ্ক ভাল হোৱাৰ পাছতেই বিশ্বৰ বৃহত্তম ক্ৰিকেট ষ্টেডিয়ামত গীত পৰিবেশনৰ বাবে আমন্ত্ৰিত হৈছে অৰিজিৎ৷ শনিবাৰে মহালয়া৷ দেৱীপক্ষৰ আৰম্ভ হ’ব৷ সেই পবিত্ৰ দিনটোতেই বিশ্বকাপ ক্ৰিকেটত আহমেদাবাদ ষ্টেডিয়ামত মুখামুখি হ’ব ভাৰত-পাকিস্তান৷ ভাৰত-পাকিস্তানৰ খেলক লৈ ইতিমধ্যে সাঁজু কৰি তোলা হৈছে সকলো৷ আহমেদাবাদ ষ্টেডিয়ামৰ লগতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে সমগ্ৰ চহৰতেই৷ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ সেই দিনটোতেই গীত পৰিবেশন কৰিব অৰিজিৎ সিঙে৷ দুপৰীয়া ২ বজাৰ পৰা ভাৰত-পকিস্তানৰ মেচ আৰম্ভ হ’ব৷ কিন্তু মেচ আৰম্ভণিৰ পূৰ্বে ৰখা হৈছে সাংস্কৃতিক অনুষ্ঠান৷ সেয়ে ১২ বজাৰ পৰাই আৰম্ভ হ’ব অনুষ্ঠান৷ শনিবাৰে এই অনুষ্ঠানত উপস্থিত থাকিব অমিতাভ বচ্চনৰ পৰা ছলমান খানলৈকে কেইবাজনো বলীউড তাৰকা৷

বলীউডৰ এক সূত্ৰৰ খবৰ অনুসৰি ছলমানে শনিবাৰৰ এই অনুষ্ঠানতেই তেওঁৰ নতুন ছবি ‘টাইগাৰ-৩’ ৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিব৷ এইবাৰ আইচিচি বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান আয়োজিত হোৱা নাছিল৷ সেয়ে ১৪ তাৰিখে ভাৰত-পাকিস্তানৰ হাই ভল্টেজ মেচৰ আৰম্ভনিত বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে বি চি চিআয়ে৷ সুখবিন্দৰ সিং আৰু শংকৰ মহাদেৱেও এই অনুষ্ঠানত উপস্থিত থাকিব৷ অৰিজিৎ এই অনুষ্ঠানৰ বিশেষ আকৰ্ষণ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এনিমেল ছবিক লৈ সঁচাকৈ অসন্তুষ্ট নেকি অভিনেতা আমিৰ খান? আমিৰৰ ভাইৰেল ভিডিঅ’ৰ আঁৰৰ ৰহস্য কি?
চিনেমা

এনিমেল ছবিক লৈ সঁচাকৈ অসন্তুষ্ট নেকি অভিনেতা আমিৰ খান? আমিৰৰ ভাইৰেল ভিডিঅ’ৰ আঁৰৰ ৰহস্য কি?

December 5, 2023
ভয়ংকৰ ৰূপত আহি আছে ‘মাইচোৱাং’। দক্ষিণ ভাৰতত সাগৰীয় ধুমুহা মাইচোৱাঙৰ তাণ্ডৱ
ভাৰত

ভয়ংকৰ ৰূপত আহি আছে ‘মাইচোৱাং’। দক্ষিণ ভাৰতত সাগৰীয় ধুমুহা মাইচোৱাঙৰ তাণ্ডৱ

December 5, 2023
কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা
উত্তৰ-পূব

কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা

December 4, 2023
এতিয়াৰে পৰা এটা অথবা দুটা নহয়, নুন্যতম ৮ টাকৈ হ’ব লাগিব সন্তান
বিশ্ব

এতিয়াৰে পৰা এটা অথবা দুটা নহয়, নুন্যতম ৮ টাকৈ হ’ব লাগিব সন্তান

December 4, 2023
Next Post
বিশ্বকাপত ৭বাৰ ভাৰতৰ বিৰুদ্ধে খেলি ৭বাৰেই পৰাজয়! অষ্টম মেচত ভাৰতক পৰাস্ত কৰিব পাৰিবনে বাবৰ বাহিনীয়ে? কি ক’লে পাক অধিনায়ক বাবৰে?

বিশ্বকাপত ৭বাৰ ভাৰতৰ বিৰুদ্ধে খেলি ৭বাৰেই পৰাজয়! অষ্টম মেচত ভাৰতক পৰাস্ত কৰিব পাৰিবনে বাবৰ বাহিনীয়ে? কি ক’লে পাক অধিনায়ক বাবৰে?

‘সন্ত্ৰাসবাদী সংগঠনক আমি ঠাই নিদিও!’ হামাছক সমৰ্থন কৰিলেই ডিলিট হ’ব আপোনাৰ এক্স হেণ্ডেলত থকা একাউন্ট

‘সন্ত্ৰাসবাদী সংগঠনক আমি ঠাই নিদিও!’ হামাছক সমৰ্থন কৰিলেই ডিলিট হ’ব আপোনাৰ এক্স হেণ্ডেলত থকা একাউন্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.