• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বকাপত ৭বাৰ ভাৰতৰ বিৰুদ্ধে খেলি ৭বাৰেই পৰাজয়! অষ্টম মেচত ভাৰতক পৰাস্ত কৰিব পাৰিবনে বাবৰ বাহিনীয়ে? কি ক’লে পাক অধিনায়ক বাবৰে?

বিশ্বকাপত ৭বাৰ ভাৰতৰ বিৰুদ্ধে খেলি ৭বাৰেই পৰাজয়! অষ্টম মেচত ভাৰতক পৰাস্ত কৰিব পাৰিবনে বাবৰ বাহিনীয়ে? কি ক’লে পাক অধিনায়ক বাবৰে?

3 years ago
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

15 minutes ago
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

53 minutes ago
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

9 hours ago
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

9 hours ago
মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

10 hours ago
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

10 hours ago
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

11 hours ago
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

11 hours ago
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

13 hours ago
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

13 hours ago
সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

14 hours ago
আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিশ্বকাপত ৭বাৰ ভাৰতৰ বিৰুদ্ধে খেলি ৭বাৰেই পৰাজয়! অষ্টম মেচত ভাৰতক পৰাস্ত কৰিব পাৰিবনে বাবৰ বাহিনীয়ে? কি ক’লে পাক অধিনায়ক বাবৰে?

editor by editor
October 13, 2023
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
বিশ্বকাপত ৭বাৰ ভাৰতৰ বিৰুদ্ধে খেলি ৭বাৰেই পৰাজয়! অষ্টম মেচত ভাৰতক পৰাস্ত কৰিব পাৰিবনে বাবৰ বাহিনীয়ে? কি ক’লে পাক অধিনায়ক বাবৰে?
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দুটাকৈ কাউণ্টডাউন৷ মাজত মাত্ৰ এটা নিশা৷ নিশাটো পাৰ হ’লেই মহালয়া৷ ইয়াৰ লগে লগেই আই চি চি বিশ্বকাপৰ হাইভল্টেজ মেচ৷ পাকিস্তান আৰু ভাৰতৰ মেচ৷ বৰ্তমান পৰ্যন্ত বিশ্বকাপৰ মঞ্চত এই দুই দলে মুঠ ৭বাৰ এটা দল আনটো দলৰ মুখামুখি হৈছে৷ আটাইকেইবাৰেই ভাৰতৰ হাতত পাকিস্তান পৰাস্ত হৈছে৷ এইবাৰ বিশ্বকাপত অষ্টমবাৰৰ বাবে ভাৰত পাকিস্তান মুখামুখি হ’ব৷ মেচত নমাৰ পূৰ্বে পাক ক্ৰিকেট দলৰ অধিনায়ক বাবৰ আজমে আয়োজন কৰিছে এখন সংবাদমেলৰ৷ কিছু সময় পূৰ্বে আয়োজন কৰা সংবাদমেলত বাবৰ আজমে কয়, ‘অতীতত আমাৰ কি পাৰ্ফৰমেন্স সেই বিষয়টো গুৰুত্বপূৰ্ণ নহয়৷ বৰ্তমান আমাৰ পাৰ্ফৰমেন্স কেনে সেইটোহে মুখ্য বিষয়৷ আমি আশাবাদী এইবাৰ আমি ভাল পাৰ্ফৰমেন্স দেখুওৱাম৷’

T-20 ক্ৰিকেটত ভাৰত আৰু পাকিস্তানে বৰ্তমানলৈকে দুখন মেচ খেলিছে৷ দুইখন মেচতেই কিন্তু পাকিস্তানেই জয়লাভ কৰিছে৷ বাবৰ আজমে এই কথাৰ উদ্ধৃতি দি কয়, ‘ভাৰত পাকিস্তানৰ মেচ মানেই উত্তেজনা৷ এই উত্তেজনা এইবাৰো থাকিব তাত কোনো সন্দেহ নাই৷ সমগ্ৰ বিশ্বৰ পৰাই ক্ৰিকেট অনুৰাগীসকলে এই মেচ চাবৰ বাবেই আহমেদাবাদলৈ আহিছে৷ আমি প্ৰথম ১০ অভাৰ উইকেটত পৃথক খেল দেখুৱাম৷ মেচৰ বাবে সকলো পৰিকল্পনা আমি সাজু কৰিছো৷’ এই হাই ভল্টেজ মেচত নাথাকিব পাকিস্তান ক্ৰিকেট দলৰ তাৰকা বলাৰ নাছিম শ্বাহ৷ এছিয়া কাপৰ ছুপাৰ এইটত ভাৰতৰ বিৰুদ্ধে খেলাৰ সময়ত আঘাত পাইছিল নাছিমে৷ সেইবাবেই এই মেচত দেখা নাযাব ছুপাৰ বলাৰ নাছিম শ্বাহক৷ নাছিমৰ ঠাইত থাকিব শ্বাহিন শ্বাহ আফ্ৰিদি৷ এই প্ৰসংগত পাকিস্তান ক্ৰিকেট দলৰ অধিনায়ক বাবৰ আজমে কয়, ‘এই মেচত আমি নাছিম শ্বাহক মিছ কৰিম৷ শ্বাহিন আছে৷ শ্বাহিনৰ ওপৰত আমাৰ যথেষ্ট ভৰসা আছে৷ এই মেচক লৈ আমি বিশেষ চাপ লোৱা নাই৷ আমি ভাৰতৰ বিৰুদ্ধে কেইবাখনো মেচ খেলিছো৷ হায়দৰাবাদত আমাক ভাৰতীয়সকলে দিয়া অভ্যৰ্থনাত আমি মুগ্ধ৷ এই ভালপোৱা আমি মনত ৰাখিম৷ আশা কৰিছো আহমেদাবাদতো আমি এই ভালপোৱা পাম৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!
জীৱনশৈলী

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

August 6, 2026
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?
জীৱনশৈলী

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

August 6, 2026
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা
নিয়োগ

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

August 5, 2026
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND
বিনোদন

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

August 5, 2026
Next Post
‘সন্ত্ৰাসবাদী সংগঠনক আমি ঠাই নিদিও!’ হামাছক সমৰ্থন কৰিলেই ডিলিট হ’ব আপোনাৰ এক্স হেণ্ডেলত থকা একাউন্ট

‘সন্ত্ৰাসবাদী সংগঠনক আমি ঠাই নিদিও!’ হামাছক সমৰ্থন কৰিলেই ডিলিট হ’ব আপোনাৰ এক্স হেণ্ডেলত থকা একাউন্ট

সাৱধান হওক! নিশা টোপনিত এই ৩ কাম কৰিলেই বাঢ়ে ৰাহু কেতু আৰু শনিৰ অশুভ দশা

সাৱধান হওক! নিশা টোপনিত এই ৩ কাম কৰিলেই বাঢ়ে ৰাহু কেতু আৰু শনিৰ অশুভ দশা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.