• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান হওক! নিশা টোপনিত এই ৩ কাম কৰিলেই বাঢ়ে ৰাহু কেতু আৰু শনিৰ অশুভ দশা

সাৱধান হওক! নিশা টোপনিত এই ৩ কাম কৰিলেই বাঢ়ে ৰাহু কেতু আৰু শনিৰ অশুভ দশা

3 years ago
পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

7 hours ago
দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

8 hours ago
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

8 hours ago
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

8 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

9 hours ago
টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

9 hours ago
Image credit- AI

মহে কামুৰি ভাল পায় বিয়েৰ সেৱন কৰা লোকক! গৱেষণাত পোহৰলৈ আহিছে ডাঙৰ সত্য

10 hours ago
মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

10 hours ago
চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

12 hours ago
ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

12 hours ago
টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

13 hours ago
খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সাৱধান হওক! নিশা টোপনিত এই ৩ কাম কৰিলেই বাঢ়ে ৰাহু কেতু আৰু শনিৰ অশুভ দশা

editor by editor
October 13, 2023
in জীৱনশৈলী, ভাৰত
0
সাৱধান হওক! নিশা টোপনিত এই ৩ কাম কৰিলেই বাঢ়ে ৰাহু কেতু আৰু শনিৰ অশুভ দশা
0
SHARES
3.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘Early to bed and early to rise/ Makes little Jhonny healthy, wealthy and wise.’ নাৰ্ছাৰীত বহুতেই এই কবিতা পঢ়িছিল৷ শাস্ত্ৰতো এই কথা উল্লেখ আছে৷ সূৰ্যোদয়ৰ সৈতে বিছনা এৰক আৰু নিশা সোনকালেই বিছনালৈ যাওক৷ ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য ভালে থাকিব৷ বিভিন্ন গ্ৰহৰ শুভ প্ৰভাৱত সৌভাগ্য খুলিবৰ বাবে এই নিয়ম মানি চলাটো খুবেই প্ৰয়োজন৷ কিন্তু এতিয়া প্ৰায়সংখ্যক লোকেই নিশা দেৰীলৈকে জাগি থাকি পুৱা দেৰীকৈ উঠাৰ অভ্যাস গঢ়ি তোলে৷ এই অভ্যাসেই আমাৰ অনিদ্ৰাৰ সমস্যাৰ সৃষ্টি কৰে৷ চেষ্টা কৰিলেও টোপনি নাহে৷ নিশা টোপনি ক্ষতিৰ ফলত আমাৰ শৰীৰ মন আৰু মগজুত চাপ পৰে৷ জ্যোতিষ অনুসৰি নিশা টোপনি নোহোৱাৰ আঁৰত আছে এই কেইটা গ্ৰহৰ অশুভ দশা৷ নিদ্ৰাহীনতাৰ বাবে কোন কোন গ্ৰহ দায়ী?

শনি
শনি দেৱতাই নিয়ম মানি চলাটো খুবেই পছন্দ কৰে৷ আমি নিয়ম মানি নচলিলে শনি দেৱতা ৰুষ্ট হয়৷ টোপনিৰ ওপৰত শনিৰ বিশেষ প্রভাৱ আছে৷ শনিৰ অশুভ দশাই আমাৰ নিদ্ৰাহীনতাৰ সমস্যাৰ সৃষ্টি কৰে৷ শনিৰ কুপদৃষ্টিৰ ফলতেই আমাৰ নিদ্ৰাহীনতাৰ সমস্যা হয়৷

ৰাহু
ৰাহু দশাৰ কাৰণে জাতকৰ ওপৰত নানান নিগেটিভ প্ৰভাৱ পৰে৷ ৰাহুৰ অশুভ দশাৰ ফলত ইনছমেনিয়া বা নিদ্ৰাহীনতাৰ সমস্যা বাঢ়ে৷ ইয়াৰোপৰি ৰাহুৰ বাবেই মানসিক উদ্বেগ আৰু ভুল চিন্তা মনলৈ আহে৷ ৰাহু মানুহৰ মানসিক অৱস্থাৰ সৈতে জড়িত৷ সেয়ে কোষ্ঠীত ৰাহু দুৰ্বল হ’লে নিদ্ৰাহীনতাৰ সমস্যা বাঢ়ে৷ ৰাহু দশাৰ কাৰণেই ব্যক্তিৰ নিদ্ৰাহীনতাৰ সমস্যা বাঢ়ে৷

কেতু
ৰাহুৰ দৰে কেতুও অশুভ কাৰক গ্ৰহ৷ কেতুৰ অশুভ দশাৰ বাবে টোপনিৰ সমস্যা হয়৷ ইয়াৰোপৰি কেতুৰ অশুভ প্ৰভাৱত প্ৰস্ৰাৱৰ সমস্যা, আঁঠুৰ বিষ, কেৰিয়াৰত বাধা আৰু নানান ঘৰোৱা সমস্যাই দেখা দিব পাৰে৷

জ্যোতিষ অনুসৰি ৰাহু আৰু কেতু হ’ল শনিৰ শিষ্য৷ আটাইকেইগৰাকীয়েই শৰীৰৰ নিৰ্দিষ্ট স্থানত বসবাস কৰে৷ ৰাহুলে আমাৰ মূৰত বাস কৰে৷ কেতুৱে বাস কৰে হাড়, চুলি আৰু ইনটেছটাইনত শনিয়ে বাস কৰে৷ ৰাহু আৰু কেতুৰ অশুভ প্ৰভাৱ আপোনাৰ ওপৰত থাকিলে কাহানিও এইকেইটা কাম নকৰিব৷ এইসমূহ কাম কৰিলে সমস্যাই আৰু গুৰুতৰ ৰূপ ধাৰণ কৰিব৷ ৰাতি এইসমূহ কাম নকৰিব৷

নিশা দেৰীলৈকে জাগি নাথাকিব৷
বেছি নিশা খাদ্য গ্ৰহণ নকৰিব৷
অন্যৰ টোপনি বিনষ্ট নকৰিব৷

নিশা টোপনি ভাল হ’বলৈ কি কি কৰিব?
নিশা টোপনি যোৱাৰ আগে আগে এবাটি পানী বিচনাৰ কাষত আনি থব৷
শোৱা ৰূম সদায় পৰিস্কাৰকৈ থাকিব৷
টোপনি নাহিলে কৰ্পূৰৰ গোন্ধ লওক৷
উত্তৰৰ ফালে মূৰ থৈ নোশোব৷
নিশা সদায় নীলা বা বগা ৰঙৰ পোছাকহে পৰিধান কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!
জীৱনশৈলী

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

May 16, 2026
দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!
জীৱনশৈলী

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

May 16, 2026
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!
জীৱনশৈলী

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

May 16, 2026
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ
ভাৰত

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

May 16, 2026
Next Post
মহালয়াত ৰাশি মানি দান কৰক এই সামগ্ৰী! সুখী হৈ পিতৃলোকলৈ উভতি আহিব পূৰ্বপুৰুষ

মহালয়াত ৰাশি মানি দান কৰক এই সামগ্ৰী! সুখী হৈ পিতৃলোকলৈ উভতি আহিব পূৰ্বপুৰুষ

কাইলৈৰ পৰা আৰম্ভ হ’ব দেৱীপক্ষ! ৪০০ বছৰ পাছত নৱৰাত্ৰীৰ ৯ দিনতেই বিৰল শুভ যোগ

কাইলৈৰ পৰা আৰম্ভ হ’ব দেৱীপক্ষ! ৪০০ বছৰ পাছত নৱৰাত্ৰীৰ ৯ দিনতেই বিৰল শুভ যোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.