• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসুস্থ অৰিজিৎ, সমগ্ৰ মাহজুৰি বাতিল সকলো শ্ব’! সামাজিক মাধ্যমত কি লিখিছে অৰিজিতে?

অসুস্থ অৰিজিৎ, সমগ্ৰ মাহজুৰি বাতিল সকলো শ্ব’! সামাজিক মাধ্যমত কি লিখিছে অৰিজিতে?

2 years ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

22 minutes ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

1 hour ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

2 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

3 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

3 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

4 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

4 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

6 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

6 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

8 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অসুস্থ অৰিজিৎ, সমগ্ৰ মাহজুৰি বাতিল সকলো শ্ব’! সামাজিক মাধ্যমত কি লিখিছে অৰিজিতে?

অসুস্থ অৰিজিৎ, সমগ্ৰ মাহজুৰি বাতিল সকলো শ্ব’! সামাজিক মাধ্যমত কি লিখিছে অৰিজিতে?

editor by editor
August 2, 2024
in জীৱনশৈলী, ভাৰত, সংগীত
0
অসুস্থ অৰিজিৎ, সমগ্ৰ মাহজুৰি বাতিল সকলো শ্ব’! সামাজিক মাধ্যমত কি লিখিছে অৰিজিতে?
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তেওঁৰ কণ্ঠৰ জাদুত মুগ্ধ বিশ্ব৷ গানৰ বিশ্বত তেওঁ যেন একক সম্ৰাট৷ অৰিজিৎ সিং এটা প্ৰজন্মৰ আৱেগৰ নাম৷ চিনেমাত গীত গোৱাৰ ওপৰিও দেশ-বিদেশত তেওঁ কনছাৰ্ট কৰে৷ প্ৰায় দৈনিকেই চলি থাকে তেওঁৰ গানৰ কাম৷ আগষ্ট মাহতো কেইবাটাও কনছাৰ্টৰ বাবে চুক্তিবদ্ধ হৈ আছিল অৰিজিৎ৷ ব্ৰিটেইনৰ বিভিন্ন স্থানত অনুষ্ঠান পৰিবেশনৰ কথা আছিল অৰিজিতৰ৷

কিন্তু হঠাৎ সকলো অনুষ্ঠান বাতিলৰ সিদ্ধান্ত লৈ বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে অৰিজিৎ সিঙে৷ তেওঁ কাৰণত উল্লেখ কৰিছে যে, তেওঁ বৰ্তমান অসুস্থ৷ অসুস্থতাৰ বাবে তেওঁ অনুষ্ঠান পৰিবেশন কৰিব নোৱাৰিব৷ সেয়ে সামাজিক মাধ্যমযোগে সকলোৰে ওচৰত ক্ষমা খুজিছে অৰিজিতে৷

https://www.instagram.com/reel/C-IZ_UgShex/?utm_source=ig_web_copy_link

সামাজিক মাধ্যমত দিয়া বিবৃত্তিত অৰিজিৎ সিঙে লিখিছে, ‘সকলোকে অত্যন্ত দুঃখেৰে জনাও যে শাৰীৰিক অসুস্থতাৰ কাৰণে আগষ্টত হ’বলগীয়া সমস্ত শ্ব’ পিছুৱাই দিছো৷ মই জানো আপোনালোকে মোৰ শ্ব’ৰ বাবে অপেক্ষা কৰি আছিল৷ মই তাৰবাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো৷ আপোনালোকৰ ভালপোৱা আৰু সমৰ্থনেই মোৰ একমাত্ৰ শক্তি৷ এই থমকি ৰোৱা সময়ৰে পৰাই মই নতুন প্ৰতিজ্ঞা লৈছো৷ ইয়াৰ পাছত আমাৰ যি সাক্ষাৎ হ’ব সেয়া স্মৰণীয় হ’ব৷’

অৰিজিতৰ শ্ব’ আছিল লণ্ডন, বাৰ্মিংহাম, মানচেষ্টাৰ ইত্যাদি ঠাইত৷ আগষ্ট মাহৰ পৰিবৰ্তে এই  শ্ব’সমূহ হ’ব ছেপ্টেম্বৰৰ ১৫ৰ পৰা ২২ তাৰিখৰ ভিতৰত৷ পষ্ট’টোৰ শেষত অৰিজিতে লিখিছে, ‘পৰিস্থিতি বুজাৰ বাবে আপোনালোকক ধন্যবাদ৷ আপোনালোকৰ সৈতে এক সুখময় স্মৰণীয় মুহূৰ্তৰ বাবে মই উদগ্ৰীৱ হৈ আছো৷’ সকলোবোৰৰ মাজত অসুস্থতা কি সেয়া প্ৰকাশ কৰা নাই গায়কজনে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড
অপৰাধ

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
Next Post
ধূম/পা/ন নকৰিলেও হ’ব পাৰে হাওঁফাওঁৰ কৰ্কট! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?

ধূম/পা/ন নকৰিলেও হ’ব পাৰে হাওঁফাওঁৰ কৰ্কট! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?

পুনৰ মনু ভাকেৰ, তৃতীয়টো পদকৰ দিশে অগ্ৰসৰ, একেটা ইভেণ্টতে আছে ইশা সিঙো

পুনৰ মনু ভাকেৰ, তৃতীয়টো পদকৰ দিশে অগ্ৰসৰ, একেটা ইভেণ্টতে আছে ইশা সিঙো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.