• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ মনু ভাকেৰ, তৃতীয়টো পদকৰ দিশে অগ্ৰসৰ, একেটা ইভেণ্টতে আছে ইশা সিঙো

পুনৰ মনু ভাকেৰ, তৃতীয়টো পদকৰ দিশে অগ্ৰসৰ, একেটা ইভেণ্টতে আছে ইশা সিঙো

2 years ago
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

12 minutes ago
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

36 minutes ago
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

2 hours ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

3 hours ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

3 hours ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

4 hours ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

5 hours ago
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

5 hours ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

1 day ago
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

1 day ago
বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

1 day ago
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পুনৰ মনু ভাকেৰ, তৃতীয়টো পদকৰ দিশে অগ্ৰসৰ, একেটা ইভেণ্টতে আছে ইশা সিঙো

editor by editor
August 2, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
পুনৰ মনু ভাকেৰ, তৃতীয়টো পদকৰ দিশে অগ্ৰসৰ, একেটা ইভেণ্টতে আছে ইশা সিঙো
0
SHARES
261
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ মনু ভাকেৰ, তৃতীয়টো পদকৰ দিশে অগ্ৰসৰ, একেটা ইভেণ্টতে আছে ইশা সিঙো

মনু ভাকেৰ…মনু ভাকেৰ…পুনৰ পদকৰ দিশে মনু ভাকেৰ। পেৰিচ অলিম্পিকত দুটাকৈ পদক লাভৰ পাছত এইবাৰ তৃতীয়টো পদক লাভৰ দিশে আগবাঢ়িছে ভাৰতীয় কন্যাগৰাকী। মনুৰ পৰা তৃতীয়টো পদক আশা কৰিছে দেশবাসীয়ে।

২৫ মিটাৰ পিষ্টলত কোৱালিফায়িং ৰাউণ্ডত তৃতীয় স্থান দখল কৰি ৰেপিড ৰাউণ্ডলৈ মনু ভাকেৰ। এই ৰেপিড ৰাউণ্ডৰ পাছতে শ্ৰেষ্ট ৮ খেলুৱৈ যাব ফাইনেল ৰাউণ্ডলৈ।

বৰ্তমানে সুন্দৰ ফৰ্মত আছে মনু ভাক্ৰ। তৃতীয় স্থানেৰে অগ্ৰসৰ হোৱাৰ বাবে এতিয়া পুনৰ এটা পদকৰ আশা কৰিছে মনুৰ ফালৰ পৰা। এই একেটা ইভেণ্টতে মনুৰ লগতে আন এগৰাকী ভাৰতীয় খেলুৱৈয়ো ।

দশম স্থান দখলেৰে ৰেপিড ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে ভাৰতৰ ইশা সিং। ইশা সিঙে যদি দশমৰ স্থানৰ পৰা অধিক পইণ্ট লাভ কৰি শ্ৰেষ্ঠ ৮ লৈ যাব পাৰে তেন্তে ফাইনেলত উপনীত হব পাৰিব।

খেল খনত মনু ভাকেৰে ৰেপি়ড ৰাফউণ্ডলৈ অগ্ৰসৰ হোৱাৰ বাবে ২৯৪ পইণ্ট লাভ কৰি তৃতীয় স্থানত আছে। আনহাতে ইশাই ২৯১ পইণ্ট লাভ কৰি ১০ নম্বৰ স্থানত আছে।

যদি মনু ভাকৰে এই ২৫ মিটাৰ ইভেণ্টতো পদক লাভ কৰে , তেন্তে ই সঁচাকৈ ইতিহাস হ’ব। কোনো এগৰাকী ভাৰতীয় খেলুৱৈয়ে তিনিটাকৈ অলিম্পিক পদক লাভ কৰা প্ৰথম খেলুৱৈ হোৱাৰ লগতে এখন অলিম্পিকতে এনেদৰে তিনিটা পদক লাভ কৰা প্ৰথম খেলুৱৈ হিচাপে পৰিগনিত হব। ইতিমধ্যে ইতিহাস ৰচিছে ভাৰত কন্যা মনুৱে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Isha SingManu BhakerManu Bhaker and Isha SingMedalolympic medalPeris Olympic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী
অসম

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

June 5, 2026
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…
অসম

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

June 5, 2026
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?
জীৱনশৈলী

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

June 5, 2026
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

June 5, 2026
Next Post
সপোন চুৰমাৰ পি ভি সিন্ধুৰ, পেৰিছ অলিম্পিকত পৰাজয়ৰ পাছতে অৱসৰ সন্দৰ্ভত বিশেষ মন্তব্য

সপোন চুৰমাৰ পি ভি সিন্ধুৰ, পেৰিছ অলিম্পিকত পৰাজয়ৰ পাছতে অৱসৰ সন্দৰ্ভত বিশেষ মন্তব্য

প্ৰাণনাশকাৰী বৰষুণ, এতিয়ালৈকে প্ৰাণ হেৰুৱালে ১৩ জনে, ৪৯ গৰাকী বৰ্তমানেও সন্ধানহীন

প্ৰাণনাশকাৰী বৰষুণ, এতিয়ালৈকে প্ৰাণ হেৰুৱালে ১৩ জনে, ৪৯ গৰাকী বৰ্তমানেও সন্ধানহীন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.