• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰাণনাশকাৰী বৰষুণ, এতিয়ালৈকে প্ৰাণ হেৰুৱালে ১৩ জনে, ৪৯ গৰাকী বৰ্তমানেও সন্ধানহীন

প্ৰাণনাশকাৰী বৰষুণ, এতিয়ালৈকে প্ৰাণ হেৰুৱালে ১৩ জনে, ৪৯ গৰাকী বৰ্তমানেও সন্ধানহীন

2 years ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

13 minutes ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

42 minutes ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

2 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

2 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

4 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

4 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

5 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

21 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

21 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

22 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

22 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

প্ৰাণনাশকাৰী বৰষুণ, এতিয়ালৈকে প্ৰাণ হেৰুৱালে ১৩ জনে, ৪৯ গৰাকী বৰ্তমানেও সন্ধানহীন

editor by editor
August 2, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
প্ৰাণনাশকাৰী বৰষুণ, এতিয়ালৈকে প্ৰাণ হেৰুৱালে ১৩ জনে, ৪৯ গৰাকী বৰ্তমানেও সন্ধানহীন
0
SHARES
4.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰাণনাশকাৰী বৰষুণ, এতিয়ালৈকে প্ৰাণ হেৰুৱালে ১৩ জনে, ৪৯ গৰাকী বৰ্তমানেও সন্ধানহীন

কাল হৈ নামিছে বৰষুণ, ধাৰাসাৰ বৰষুণৰ বাবেই প্ৰাণ হেৰুৱালে ১৩ গৰাকীকৈ লোকে। আনহাতে বৰ্তমানেও সন্ধানহীন ৪৯ গৰাকী লোক। কোনো শুংসুত্ৰ নাই ৪৯ গৰাকীৰ। বৰষুণৰ বাবে বহু বাধা থাকিলেও সেই বাধা নেওচি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে।

পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ডত বৰষুণৰ বাবে দুৰ্যোগলৈ পৰিণত হৈছে। উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশত বৰষুণৰ ফলত বহু লোকৰ মৃত্যু হৈছে। তথ্য অনুসৰি উত্তৰাখণ্ডত এতিয়ালৈকে ১৩ জন লোকৰ মৃত্যু হৈছে। হৰিদ্বাৰত ৪ জন, তেহৰীত ৩ জন, ডেৰাডুনত ৩ জন, চামোলী, ৰুদ্ৰপ্ৰয়াগ আৰু নৈনিতালত এজনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

আনহাতে ১৬ জন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। ইফালে কেদাৰনাথত আবদ্ধ হৈ থকা ২৫৩৭জন যাত্ৰীক উদ্ধাৰ কৰা হৈছে। হেলিকপ্টাৰেৰে ৭৩৭ গৰাকী যাত্ৰীক উলিয়াই অনা হয়। উদ্ধাৰ অভিযানত চিনুক আৰু এম আই ১৭কো নিয়োগ কৰা হৈছিল।

উত্তৰাখণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। ইয়াৰ বাবে বহু ঠাইত বান পৰিস্থিতি অব্যাহত আছে। প্ৰচণ্ড সোঁতৰ বাবে বাট-পথ উটুৱাই নিয়াৰ ফলত আবদ্ধ হৈ পৰিছে বহু লোক। উত্তৰাখণ্ডৰ দুৰ্যোগৰ ওপৰত চকু ৰাখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াত বায়ুসেনাৰ চিনুক, এম আই ১৭ আৰু এ টি এফৰ তিনিখন টেংকাৰক উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হৈছে। মুখ্যমন্ত্রী পুষ্কৰ সিং ধামীৰ অনুৰোধত পিএমঅ’ই সকলো প্রয়োজনীয় সহায়ৰ আশ্বাস দিছে৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাইও পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে।

বুধবাৰে মাজনিশা হিমাচল প্ৰদেশতো ধাৰাসাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ডাৱৰ বিস্ফোৰণে ছয় স্থানত বিপুল ধ্বংসলীলাৰ সৃষ্টি কৰিছে। ৰাজ্যত সন্ধানহীন হৈছে ৪৯জন লোক। এই পৰ্যন্ত ৫ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ৪৭টা ঘৰ, ১০খন দোকান, ৭খন দলং, তিনিখন বিদ্যালয়, এখন ঔষধৰ দোকান, এখন বাছ ষ্টেণ্ড, ১৮খন বাহন, দুটা বিদ্যুৎ প্ৰকল্প আৰু এটা মথাউৰি জাহ গৈছে।

শিমলাৰ ৰামপুৰত সংঘটিত ডাৱৰ বিস্ফোৰণৰ ঘটনাৰ পিছত এতিয়াও ৩৬ জন নিৰুদ্দেশ হোৱা লোকৰ সন্ধান অব্যাহত আছে। এন ডি আৰ এফ, সেনা, আই টি বি পি, এছ ডি আৰ এফ, হিমাচল আৰক্ষীয়ে নলাত তালাচী অভিযান চলাই আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: heavu rainHimachal PradeshMisingrainuttarakhand
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!
জীৱনশৈলী

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

August 17, 2026
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু
বিনোদন

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

August 17, 2026
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ
অসম

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

August 17, 2026
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে
বিনোদন

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

August 17, 2026
Next Post
কেতু-শুক্ৰৰ কৃপাত আগন্তুক ২২ দিনত ভাগ্য জিলিকি উঠিব ৫টা ৰাশিৰ

কেতু-শুক্ৰৰ কৃপাত আগন্তুক ২২ দিনত ভাগ্য জিলিকি উঠিব ৫টা ৰাশিৰ

শ্ৰীলংকাৰ বিৰুদ্ধে খেলত প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ হাতত দেখা পোৱা গ’ল ক’লা বেণ্ড, কিয় ?

শ্ৰীলংকাৰ বিৰুদ্ধে খেলত প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ হাতত দেখা পোৱা গ'ল ক'লা বেণ্ড, কিয় ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.