• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্ৰীলংকাৰ বিৰুদ্ধে খেলত প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ হাতত দেখা পোৱা গ’ল ক’লা বেণ্ড, কিয় ?

শ্ৰীলংকাৰ বিৰুদ্ধে খেলত প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ হাতত দেখা পোৱা গ’ল ক’লা বেণ্ড, কিয় ?

2 years ago
বলীডত চুম্বনৰ দৃশ্য! অন্তৰংগ দৃশ্যৰ বাবে আজিও চৰ্চাত এইকেইখন ছবি

বলীডত চুম্বনৰ দৃশ্য! অন্তৰংগ দৃশ্যৰ বাবে আজিও চৰ্চাত এইকেইখন ছবি

52 seconds ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ গুৰুত্বপূৰ্ণ কাম!

39 minutes ago
ফাইনেলৰ প্ৰথম ৫৫ মিনিট মেছিৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

ফাইনেলৰ প্ৰথম ৫৫ মিনিট মেছিৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

1 hour ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

খাদ্য খোৱাৰ পিছত পেট বিষ? সজাগ হওক, অৱহেলা নকৰিব এনে লক্ষণক

2 hours ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

3 hours ago
আপুনি ১০০% হোৱালৈ স্মাৰ্টফোন চাৰ্জ দিয়ে নেকি? এই ভুলে মাতিব ডাঙৰ বিপদ!

আপুনি ১০০% হোৱালৈ স্মাৰ্টফোন চাৰ্জ দিয়ে নেকি? এই ভুলে মাতিব ডাঙৰ বিপদ!

3 hours ago
হঠাৎ অচল হৈ পৰিছে ফেচবুক, আপুনিও হৈছে নেকি সমস্যাৰ সন্মুখীন?

হঠাৎ অচল হৈ পৰিছে ফেচবুক, আপুনিও হৈছে নেকি সমস্যাৰ সন্মুখীন?

5 hours ago
শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

5 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

পুনৰ হ্ৰাস পালে নেকি সোণৰ মূল্য? ক্ৰয় কৰাৰ পূৰ্বে জানি লওক মূল্য

6 hours ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

ফেছ ৱাচ নহয়, এইকেইবিধ সামগ্ৰীৰে বঢ়াওক মুখৰ উজ্জ্বলতা

20 hours ago
নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

20 hours ago
বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

শ্ৰীলংকাৰ বিৰুদ্ধে খেলত প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ হাতত দেখা পোৱা গ’ল ক’লা বেণ্ড, কিয় ?

editor by editor
August 2, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
শ্ৰীলংকাৰ বিৰুদ্ধে খেলত প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ হাতত দেখা পোৱা গ’ল ক’লা বেণ্ড, কিয় ?
0
SHARES
4.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্ৰীলংকাৰ বিৰুদ্ধে খেলত প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ হাতত দেখা পোৱা গ’ল ক’লা বেণ্ড, কিয় ?

ভাৰত আৰু শ্ৰীলংকাৰ মাজত T-20 শৃংখলাৰ পিছত আৰম্ভ হৈছে এদিনীয়া শৃংখলা। আজি ২ আগষ্ট তাৰিখ শুকুৰবাৰে কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই শৃংখলাৰ প্ৰথমখন খেল। য’ত ৰোহিত শৰ্মাৰ অধিনায়কত্বত প্ৰথমে বলিং কৰিবলৈ আহে টিম ইণ্ডিয়া।

পাছে খেলখনত খেলপথাৰত নমা প্ৰতিগৰাকী ভাৰতীয় খেলুৱৈৰ হাতত দেখা পোৱা যায় ক’লা বেণ্ড। হাতত ক’লা বেণ্ড লৈ ভাৰতীয় দল এই মেচলৈ আহে। ৰোহিত শৰ্মা, বিৰাট কোহলীৰ হাততো দেখা যায় এই ক’লা বেণ্ড।

সাধাৰণতে খেলুৱৈয়ে মেচত মৃত খেলুৱৈৰ স্মৃতিত বা কোনো প্ৰতিবাদৰ বাবে তেনেদৰে ক’লা বেণ্ড পিন্ধা দেখা যায়। এইবাৰো বাৰতী দলে প্ৰাক্তন খেলুৱৈৰ স্মৃতিত তেনেদৰে ক’লা বেণ্ড পৰিধান কৰে। প্ৰয়াত ক্ৰিকেটাৰ তথা প্ৰাক্তন প্ৰশিক্ষক অংশুমান গাইকোৱাডৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই খেলখনত টিম ইণ্ডিয়াই ক’লা বেণ্ড পিন্ধে।

https://x.com/KNIGHTS_EXTRA/status/1819298234180767763

উল্লেখ্য যে, ভাৰতীয় দলৰ প্ৰাক্তন প্ৰবীণ ক্ৰিকেটাৰ তথা প্ৰশিক্ষক অংশুমান গাইকোৱাদৰ ৩১ জুলাই তাৰিখে দেহাৱসান ঘটিছিল। তেজৰ কৰ্কট ৰোগত আক্ৰান্ত আছিল তেখেত। ৭১ বছৰ বয়সত বিশ্ববাসীৰ পৰা চিৰ বিদায় লয়।

অংশুমান গাইকৱাদে ১৯৯৭ চনৰ পৰা ২০০০ চনৰ ভিতৰত দুবাৰকৈ ভাৰতীয় দলৰ প্ৰশিক্ষকতা কৰিছিল। প্ৰাক্তন প্ৰবীণ ক্ৰিকেটাৰগৰাকীয়ে ১৯৮৫ চনত ভাৰতৰ হৈ ৪০খন টেষ্টত ২৬৯ ৰান আৰু ১৫খন এদিনীয়াত এটা অৰ্ধশতক অৰিহণা যোগাইছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Anshuman GaekwadBlack handBandcricketHand BandIndian CricketIndian Cricket Team
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বলীডত চুম্বনৰ দৃশ্য! অন্তৰংগ দৃশ্যৰ বাবে আজিও চৰ্চাত এইকেইখন ছবি
বিনোদন

বলীডত চুম্বনৰ দৃশ্য! অন্তৰংগ দৃশ্যৰ বাবে আজিও চৰ্চাত এইকেইখন ছবি

July 19, 2026
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা
বাণিজ্য

বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ গুৰুত্বপূৰ্ণ কাম!

July 19, 2026
ফাইনেলৰ প্ৰথম ৫৫ মিনিট মেছিৰ বাবে কিয় গুৰুত্বপূৰ্ণ?
বিনোদন

ফাইনেলৰ প্ৰথম ৫৫ মিনিট মেছিৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

July 19, 2026
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?
জীৱনশৈলী

খাদ্য খোৱাৰ পিছত পেট বিষ? সজাগ হওক, অৱহেলা নকৰিব এনে লক্ষণক

July 19, 2026
Next Post
কেঞ্চাৰৰ সৈতে যুঁজ , খুৰাই পেলাব লগা হ’ল চুলি, তথাপি হাৰ মনা নাই হিনা খানে

কেঞ্চাৰৰ সৈতে যুঁজ , খুৰাই পেলাব লগা হ'ল চুলি, তথাপি হাৰ মনা নাই হিনা খানে

এবাৰ দুবাৰ নহয়, IAS হোৱাৰ বাবে ৭ বাৰকৈ সলাইছিল নাম, এতিয়া UPSCৰ নিষিদ্ধ ঘোষণা

এবাৰ দুবাৰ নহয়, IAS হোৱাৰ বাবে ৭ বাৰকৈ সলাইছিল নাম, এতিয়া UPSCৰ নিষিদ্ধ ঘোষণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.