• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এবাৰ দুবাৰ নহয়, IAS হোৱাৰ বাবে ৭ বাৰকৈ সলাইছিল নাম, এতিয়া UPSCৰ নিষিদ্ধ ঘোষণা

এবাৰ দুবাৰ নহয়, IAS হোৱাৰ বাবে ৭ বাৰকৈ সলাইছিল নাম, এতিয়া UPSCৰ নিষিদ্ধ ঘোষণা

2 years ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

8 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

8 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

9 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

9 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

9 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

10 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

10 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

11 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

12 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

13 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

14 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এবাৰ দুবাৰ নহয়, IAS হোৱাৰ বাবে ৭ বাৰকৈ সলাইছিল নাম, এতিয়া UPSCৰ নিষিদ্ধ ঘোষণা

editor by editor
August 2, 2024
in বিবিধ, ভাৰত, ৰাজনীতি
0
এবাৰ দুবাৰ নহয়, IAS হোৱাৰ বাবে ৭ বাৰকৈ সলাইছিল নাম, এতিয়া UPSCৰ নিষিদ্ধ ঘোষণা
0
SHARES
376
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এবাৰ দুবাৰ নহয়, IAS হোৱাৰ বাবে ৭ বাৰকৈ সলাইছিল নাম, এতিয়া UPSCৰ নিষিদ্ধ ঘোষণা

কেন্দ্ৰীয় লোকসেৱা আয়োগ অৰ্থাৎ ইউ পি এছ চিৰ দ্বাৰা পৰিচালিত কোনো পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব এগৰাকী বিতৰ্কিত প্ৰাক্তন আই এ এছ বিষয়া। এইগৰাকী প্ৰাক্তন আই এ এছ বিষয়াৰ বিৰুদ্ধে ২০১২ চনৰ পৰা ২০২৩ চনৰ ভিতৰত অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে এবাৰ-দুবাৰ নহয় মুঠ ৭ বাৰ পৰিচয় সলনি কৰাৰ অভিযোগ।

ইয়াৰ উপৰিও এইগৰাকী প্ৰাক্তন বিষয়াৰ বিৰুদ্ধে প্ৰতাৰণা আৰু প্ৰৱঞ্চনাৰ অভিযোগো উত্থাপন হৈছে। হয়, নিশ্চয় বুজি পাইছে যে ইয়াত পূজা খেডকাৰৰ কথা কোৱা হৈছে। এতিয়া পূজা খেডকাৰ আজীৱন UPSCৰ নিষিদ্ধ তালিকাত।

১ আগষ্ট বৃহস্পতিবাৰে দিল্লীৰ পাটিয়ালা হাউছ কোৰ্টত দিল্লী আৰক্ষীয়ে ৰেকৰ্ডত লিপিবদ্ধ হোৱা অনিয়মৰ বিষয়ে অৱগত কৰে যিবোৰ পূজা খেডকাৰে ইউ পি এছ চি পৰীক্ষাৰ বাবে সংঘটিত কৰিছিল। সাধাৰণ শ্ৰেণী (জেনেৰেল)ৰ পৰীক্ষাৰ্থীয়ে অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ৬ টা সুযোগ পায়।

কিন্তু অধিক সুযোগ পাবলৈ খেডকাৰে নিজৰ পৰিচয় নকল কৰি অ’বিচি (অন্য পিছপৰা শ্ৰেণী)ৰ বুলি দাবী কৰাৰ লগতে শাৰীৰিক অক্ষমতাৰ কথাও মিছা কথা কয়।

পূজা খেডকাৰৰ প্ৰৱঞ্চনাৰ কাহিনী আৰম্ভ হৈছিল ২০১২ চনৰ অসামৰিক সেৱা পৰীক্ষাৰ পৰা। এই পৰীক্ষাৰ বাবে কৰা আবেদনত পূজাই নিজৰ নামটো ক্ৰছ কৰি খেডকৰ পূজা দিলীপৰাও বুলি লিখিছিল। লগতে পিতৃৰ নাম খেদকাৰ দিলীপৰাও কণ্ডিবা আৰু মাতৃৰ নামৰ নাম খেদকাৰ মনোৰমা দিলীপৰাও বুলি লিখিছিল।

সেইই আবেদনত তেওঁ PwBD অৰ্থাৎ বেঞ্চমাৰ্ক অক্ষমতা থকা ব্যক্তি শ্ৰেণীত থকাৰ কথা উল্লেখ কৰা নাছিল। উল্লেখ্য যে, পূজা খেডকাৰৰ পিতৃৰ প্ৰকৃত নাম দিলীপ খেদকাৰ। তেওঁ মহাৰাষ্ট্ৰ চৰকাৰৰ প্ৰাক্তন বিষয়া আৰু তেওঁৰ সম্পত্তিৰ মূল্য প্ৰায় ৪০ কোটি টকা। মাতৃৰ প্ৰকৃত নাম মনোৰমা খেডকাৰ।

২০১৮ চনত পূজা খেডকাৰে পুনৰ অসামৰিক সেৱা পৰীক্ষাৰ বাবে আবেদন কৰিছিল আৰু সেইবাৰ নাম সলনি কৰি পূজা দিলীপ খেডকাৰ কৰিছিল। এইবাৰ তেওঁ পিতৃৰ নাম দিলীপ কণ্ডিবা আৰু মাতৃৰ নাম সলনি কৰি বুধৱন্ত মনোৰমা জগন্নাথ কৰে। লগতে নিজকে PwBD শিতানত থকাৰ কথা উল্লেখ কৰি অন্ধতা আৰু দুৰ্বল দৃষ্টিশক্তিৰ অক্ষমতা বুলি উল্লেখ কৰে। তেনেদৰে ২০১৯ চন, ২০২০, ২০২১ , ২০২২ আৰু ২০২৩ চনৰ মুঠ ৭ টা পৰীক্ষাত নিজৰ লগতে পিতৃ-মাতৃৰো নাম সলনি কৰি আহিছিল।

জুলাই মাহত দিল্লী আৰক্ষীৰ অপৰাধ শাখাই পূজা খেডকাৰৰ বিৰুদ্ধে অসামৰিক সেৱাৰ পৰীক্ষাত পৰীক্ষাৰ্থী হোৱাৰ বাবে অক্ষমতা আৰু অ’বিচি কোটাৰ অপব্যৱহাৰৰ গোচৰ ৰুজু কৰিছিল। যোৱা বুধবাৰে ইউ পি এছ চিয়ে পূজা খেডকাৰৰ অস্থায়ী প্ৰাৰ্থীত্ব বাতিল কৰাৰ লগতে ভৱিষ্যতৰ সকলো পৰীক্ষাৰ পৰা স্থায়ীভাৱে নিষেধাজ্ঞা আৰোপ কৰে।

ইউ পি এছ চিয়ে কয় যে , ২০০৯ চনৰ পৰা ২০২৩ চনৰ ভিতৰত অৱশেষত অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে পৰামৰ্শ দিয়া ১৫ হাজাৰতকৈ অধিক পৰীক্ষাৰ্থীৰ উপলব্ধ তথ্য পৰীক্ষা কৰা হৈছে। এই তদন্তৰ শেষত পুজাৰ সকলোত বাস্তৱতা ওলাই পৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: IASipsName ChangePuja KhedkarupscUPSC BandUPSC Exam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
জীৱনশৈলী

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

October 17, 2026
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

October 17, 2026
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ
ভাৰত

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

October 17, 2026
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
জীৱনশৈলী

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

October 17, 2026
Next Post
ষ্টিকাৰ লগোৱা ফল ভাল নে বেয়া, জানেনে ইয়াৰ কাৰণ! কেতিয়াবা অধিক বেয়া ষ্টিকাৰ লগোৱা ফল

ষ্টিকাৰ লগোৱা ফল ভাল নে বেয়া, জানেনে ইয়াৰ কাৰণ! কেতিয়াবা অধিক বেয়া ষ্টিকাৰ লগোৱা ফল

৩০ বছৰৰ মূৰকত বিৰল যোগ, শনিৰ কুদৃষ্টি, সমস্যা বৃদ্ধি পাব ৫ ৰাশিৰ লোকৰ

৩০ বছৰৰ মূৰকত বিৰল যোগ, শনিৰ কুদৃষ্টি, সমস্যা বৃদ্ধি পাব ৫ ৰাশিৰ লোকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.