• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্য কঁপাই যোৱা জঘন্য কাণ্ড, টংলাত ১৩ বছৰীয়া কিশোৰীৰে ভয়ংকৰ ঘটনা

ৰাজ্য কঁপাই যোৱা জঘন্য কাণ্ড, টংলাত ১৩ বছৰীয়া কিশোৰীৰে ভয়ংকৰ ঘটনা

17 minutes ago
মৰ্মান্তিক! শোকাৱহ! ভগ্নীক বচাবলৈ পুখুৰীত জাঁপ দিলে ৩ ভাতৃ

মৰ্মান্তিক! শোকাৱহ! ভগ্নীক বচাবলৈ পুখুৰীত জাঁপ দিলে ৩ ভাতৃ

3 minutes ago
এইবাৰ চীনে নিৰ্মাণ কৰিলে উৰিব পৰা গাড়ী!

এইবাৰ চীনে নিৰ্মাণ কৰিলে উৰিব পৰা গাড়ী!

37 minutes ago
Budh Gochar 2026: বুধে সলাব গতি, কাৰ জিলিকিব ভাগ্য আৰু কোন হ’ব সাৱধান?

Budh Gochar 2026: বুধে সলাব গতি, কাৰ জিলিকিব ভাগ্য আৰু কোন হ’ব সাৱধান?

3 hours ago
ৰোগে অশান্তি কৰিব আপোনাক, যদি ভুল দিশত থাকে পাকঘৰ!

ৰোগে অশান্তি কৰিব আপোনাক, যদি ভুল দিশত থাকে পাকঘৰ!

3 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

নতুন বৰ্ষত হ্ৰাস পাব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ভৱিষ্যদ্বাণী

3 hours ago
অন্তৰংগ দৃশ্যৰ শ্বুটিঙৰ সময়ত অঘটন! এইগৰাকী অভিনেত্ৰীয়ে নোৱাৰিলে একো ক’ব

অন্তৰংগ দৃশ্যৰ শ্বুটিঙৰ সময়ত অঘটন! এইগৰাকী অভিনেত্ৰীয়ে নোৱাৰিলে একো ক’ব

4 hours ago
Post Office Schemes: ডাকঘৰত ৫ লাখ টকাৰ FDত বাম্পাৰ ৰিটাৰ্ণ, ১ৰ পৰা ৫ বছৰৰ হিচাপ চাওক

Post Office Schemes: ডাকঘৰত ৫ লাখ টকাৰ FDত বাম্পাৰ ৰিটাৰ্ণ, ১ৰ পৰা ৫ বছৰৰ হিচাপ চাওক

4 hours ago
ভাতৃ দ্বিতীয়াত ভুল দিশত বহি দিছে নেকি ভাতৃক ফোঁট? আহিব বিপদ!

ভাতৃ দ্বিতীয়াত ভুল দিশত বহি দিছে নেকি ভাতৃক ফোঁট? আহিব বিপদ!

5 hours ago
দেশত হ্ৰাস পাইছে নিবনুৱাৰ হাৰ, সবল হৈছে মহিলা

দেশত হ্ৰাস পাইছে নিবনুৱাৰ হাৰ, সবল হৈছে মহিলা

6 hours ago
Train derailed: ডিগাৰুৰ ৰে’ল দুৰ্ঘটনাৰ ক্ষয়-ক্ষতিৰ আপডেট, মুকলি হেল্পলাইন নম্বৰ

Train derailed: ডিগাৰুৰ ৰে’ল দুৰ্ঘটনাৰ ক্ষয়-ক্ষতিৰ আপডেট, মুকলি হেল্পলাইন নম্বৰ

6 hours ago
১৩ বছৰ বয়সৰ পৰাই ৰোগত আক্ৰান্ত নিক জ’নাছ, চিন্তিত প্ৰিয়ংকা!

১৩ বছৰ বয়সৰ পৰাই ৰোগত আক্ৰান্ত নিক জ’নাছ, চিন্তিত প্ৰিয়ংকা!

9 hours ago
ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, ৩০ৰো অধিক লোক গুৰুতৰভাৱে আহত

ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, ৩০ৰো অধিক লোক গুৰুতৰভাৱে আহত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ৰাজ্য কঁপাই যোৱা জঘন্য কাণ্ড, টংলাত ১৩ বছৰীয়া কিশোৰীৰে ভয়ংকৰ ঘটনা

পলাতক লম্পট! কেনে আছে ভুক্তভোগী কিশোৰী?

editor by editor
November 11, 2026
in অপৰাধ, অসম, লেখা
0
ৰাজ্য কঁপাই যোৱা জঘন্য কাণ্ড, টংলাত ১৩ বছৰীয়া কিশোৰীৰে ভয়ংকৰ ঘটনা
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টংলাৰ কুলশী নৈৰ পাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নৈত গা ধুবলৈ যোৱা এগৰাকী ১৩ বছৰীয়া কিশোৰীক অপকৰ্মৰ অপচেষ্টা চলোৱাৰ লগতে গামোচাৰে ডিঙি চিপি হ*ত্যাৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে এজন ৰাজমিস্ত্ৰীৰ বিৰুদ্ধে। পৰৱৰ্তী সময়ত কিশোৰীগৰাকীক নৈৰ পাৰৰ ঝাৰণিত অচেতন অৱস্থাত উদ্ধাৰ কৰে পৰিয়ালৰ লোকে।

অভিযোগ অনুসৰি, টংলাৰ উত্তৰ জংঘলপাৰাৰ নৱম শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকী অইন দিনাৰ দৰে ১০ নৱেম্বৰৰ পুৱাৰ ভাগত কুলশী নৈত গা ধুবলৈ গৈছিল। সেই সময়ত কিশোৰীগৰাকী অকলে থকাৰ সুযোগ লৈ গাঁৱখনত কাম কৰিবলৈ অহা ৰাজমিস্ত্ৰী উৎপল দাসে তেওঁক নৈৰ পাৰৰ ঝাৰণিলৈ টানি লৈ যায় আৰু অপকৰ্মৰ অপচেষ্টা চলায় বুলি অভিযোগ উত্থাপন হৈছে।

কিশোৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত অভিযুক্তই গামোচাৰে তেওঁৰ ডিঙি চিপি অচেতন কৰি নৈৰ পাৰৰ ঝাৰণিতে পেলাই থৈ যোৱাৰ অভিযোগ উঠিছে। ইফালে, কিশোৰীগৰাকী ঘৰলৈ উভতি অহাত পলম হোৱা দেখি পৰিয়ালৰ লোকসকলে বিচাৰ-খোচাৰ আৰম্ভ কৰে। বিচাৰি গৈ তেওঁলোকে নৈৰ পাৰৰ ঝাৰণিত কিশোৰীগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰে। পিছত কিশোৰীগৰাকীৰ চেতনা ঘূৰি অহাৰ পাছত পৰিয়ালৰ লোকে সোধা-পোছা কৰাত ঘটনাৰ বিষয়ে জানিব পাৰে।

অভিযোগ অনুসৰি, অভিযুক্ত ৰাজমিস্ত্ৰীজনৰ নাম উৎপল দাস (৪২)। তেওঁৰ ঘৰ টংলাৰ নিকটৱৰ্তী ভুকলী কাণ্ডা গাঁৱত বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে কিশোৰীগৰাকীৰ পৰিয়ালে টংলা আৰক্ষীক অৱগত কৰে। অভিযুক্তৰ বিৰুদ্ধে কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে পৰিয়ালৰ লোকে। ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এগৰাকী নাবালিকাৰ সৈতে সংঘটিত এই জঘন্য ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মৰ্মান্তিক! শোকাৱহ! ভগ্নীক বচাবলৈ পুখুৰীত জাঁপ দিলে ৩ ভাতৃ
ভাৰত

মৰ্মান্তিক! শোকাৱহ! ভগ্নীক বচাবলৈ পুখুৰীত জাঁপ দিলে ৩ ভাতৃ

November 11, 2026
Budh Gochar 2026: বুধে সলাব গতি, কাৰ জিলিকিব ভাগ্য আৰু কোন হ’ব সাৱধান?
জীৱনশৈলী

Budh Gochar 2026: বুধে সলাব গতি, কাৰ জিলিকিব ভাগ্য আৰু কোন হ’ব সাৱধান?

November 11, 2026
ৰোগে অশান্তি কৰিব আপোনাক, যদি ভুল দিশত থাকে পাকঘৰ!
জীৱনশৈলী

ৰোগে অশান্তি কৰিব আপোনাক, যদি ভুল দিশত থাকে পাকঘৰ!

November 11, 2026
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?
বাণিজ্য

নতুন বৰ্ষত হ্ৰাস পাব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ভৱিষ্যদ্বাণী

November 11, 2026
Next Post
মৰ্মান্তিক! শোকাৱহ! ভগ্নীক বচাবলৈ পুখুৰীত জাঁপ দিলে ৩ ভাতৃ

মৰ্মান্তিক! শোকাৱহ! ভগ্নীক বচাবলৈ পুখুৰীত জাঁপ দিলে ৩ ভাতৃ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.