• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ষ্টিকাৰ লগোৱা ফল ভাল নে বেয়া, জানেনে ইয়াৰ কাৰণ! কেতিয়াবা অধিক বেয়া ষ্টিকাৰ লগোৱা ফল

ষ্টিকাৰ লগোৱা ফল ভাল নে বেয়া, জানেনে ইয়াৰ কাৰণ! কেতিয়াবা অধিক বেয়া ষ্টিকাৰ লগোৱা ফল

2 years ago
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

32 minutes ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

1 hour ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

9 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

10 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

11 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

12 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

13 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

13 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

14 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

15 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

16 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

ষ্টিকাৰ লগোৱা ফল ভাল নে বেয়া, জানেনে ইয়াৰ কাৰণ! কেতিয়াবা অধিক বেয়া ষ্টিকাৰ লগোৱা ফল

editor by editor
August 2, 2024
in খাদ্য, বিনোদন, বিবিধ, বিশ্ব, ভাৰত, স্বাস্থ্য
0
ষ্টিকাৰ লগোৱা ফল ভাল নে বেয়া, জানেনে ইয়াৰ কাৰণ! কেতিয়াবা অধিক বেয়া ষ্টিকাৰ লগোৱা ফল
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ষ্টিকাৰ লগোৱা ফল ভাল নে বেয়া, জানেনে ইয়াৰ কাৰণ! কেতিয়াবা অধিক বেয়া ষ্টিকাৰ লগোৱা ফল

প্ৰায়ে বজাৰত দেখিবলৈ পোৱা যায় সুন্দৰ তথা ষ্টিকাৰ লগোৱা ফল। আপেল, কমলা আদিত দেখা পোৱা যায় তেনে ষ্টিকাৰ। যি বোৰ ষ্টিকাৰ লগোৱা ফল, সেই ফলবোৰ সজাইয়ো থয় সুন্দৰকৈ। যি বোৰ দেখিলেই ক্ৰয় কৰাৰ বাবে মন যায়।

তেনেবোৰ ফল দেখিলে গ্ৰাহকেও ভাৱে সেই ফল প্ৰিমিয়াম মানৰ হ’ব আৰু বাহিৰৰ পৰা আমদানি কৰা হৈছে। যাক বাবে অধিক আকৰ্ষিত হয় গ্ৰাহক। ফলমূল বিক্ৰেতাসকলেও ৰাইজৰ এই মানসিকতাৰ সম্পূৰ্ণ সুবিধা লৈ প্ৰিমিয়াম মানৰ বুলি দাবী কৰি বহিঃৰাজ্যৰ পৰা আমদানি কৰি অধিক দামত বিক্ৰী কৰি গ্ৰাহকক প্ৰতাৰণা কৰে।

কিন্তু কেতিয়াবা ভাবিছেনে এই ষ্টীকাৰ লগোৱাৰ অৰ্থ কি? আচলতে এই ষ্টীকাৰবোৰৰ ৰপ্তানি-আমদানিৰ লগত বা ফলৰ দামৰ লগত কোনো সম্পৰ্ক নাই, বৰঞ্চ ই স্বাস্থ্যৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত।

যদি ৪ অংকৰ ষ্টীকাৰ থাকে
আপেল বা কমলাত যদি ৪টা অংকৰ ষ্টীকাৰ দেখা যায়, তেন্তে কিনাৰ আগতে সাৱধান হওক। এই ৪ অংকৰ সংখ্যাবোৰ ৪ ৰে আৰম্ভ হয়। আপোনালোকক কওঁ যে এনে ফলৰ খেতি কৰাৰ সময়ত কীটনাশক আৰু ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হৈছে। এই সংখ্যাই ফলৰ গুণগত মান সূচায়। এই ফলবোৰ অলপ সস্তাত পাব পাৰে, কিন্তু ই আপোনাৰ স্বাস্থ্যৰ উপকাৰতকৈ অধিক ক্ষতি কৰিব পাৰে।

যদি ৫ অংকৰ ষ্টীকাৰ থাকে
কিছুমান ফলৰ ষ্টীকাৰত ৫ অংকৰ নম্বৰ লিখা থাকে। ৫টা সংখ্যা থকা ষ্টীকাৰবোৰ ৮ৰে আৰম্ভ হয়। ৮২১৩১ বা ৮৭৫১২ৰ দৰে ইয়াৰ অৰ্থ হ’ল এনে ফল জিনীয়ভাৱে পৰিৱৰ্তিত। অৰ্থাৎ এই ফলবোৰ প্ৰাকৃতিক নহয়, বৰঞ্চ লেবতহে খেতি কৰা হৈছে। এনে ফলৰ খৰচ বেছি। স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱৰ কথা ক’লে ইয়াৰ কিছু উপকাৰ পোৱা যায় আৰু লগতে কিছু অসুবিধাও আছে।

কোনবোৰ ফল ভাল
কোনবোৰ ফল ভাল বুলিলে, সেইবোৰ ভাল যি ফলত ৫ সংখ্যাৰ ষ্টীকাৰ থাকে আৰু সেইবোৰ ৯ ৰে আৰম্ভ হয়। ৯ৰ পৰা আৰম্ভ হোৱা ষ্টীকাৰ থকা ফলবোৰ ৰাসায়নিক আৰু কীটনাশক দ্ৰব্য অবিহনে জৈৱিকভাৱে উৎপাদন কৰা হয়। এই ফলবোৰৰ দাম অলপ বেছি যদিও স্বাস্থ্যৰ বাবে উপকাৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: foodFruitGood HealthhealthHealth benefitSticker on Fruit
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড
বিনোদন

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

June 27, 2026
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ
জীৱনশৈলী

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

June 27, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

June 26, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

June 26, 2026
Next Post
৩০ বছৰৰ মূৰকত বিৰল যোগ, শনিৰ কুদৃষ্টি, সমস্যা বৃদ্ধি পাব ৫ ৰাশিৰ লোকৰ

৩০ বছৰৰ মূৰকত বিৰল যোগ, শনিৰ কুদৃষ্টি, সমস্যা বৃদ্ধি পাব ৫ ৰাশিৰ লোকৰ

ইতিহাস ৰচিলে ৰোহিত শৰ্মাই, নিজৰ নামত কৰিলে বিশাল ৰেকৰ্ড, ভংগ কৰিবলৈ দূৰ দূৰলৈ নাই কোনো

ইতিহাস ৰচিলে ৰোহিত শৰ্মাই, নিজৰ নামত কৰিলে বিশাল ৰেকৰ্ড, ভংগ কৰিবলৈ দূৰ দূৰলৈ নাই কোনো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.