• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেঞ্চাৰৰ সৈতে যুঁজ , খুৰাই পেলাব লগা হ’ল চুলি, তথাপি হাৰ মনা নাই হিনা খানে

কেঞ্চাৰৰ সৈতে যুঁজ , খুৰাই পেলাব লগা হ’ল চুলি, তথাপি হাৰ মনা নাই হিনা খানে

2 years ago
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

52 minutes ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

2 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

আজি ৫ ৰাশিৰ হ’ব ভাগ্য উদয়, কোনে থাকিব সাৱধান?

3 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

11 hours ago
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

12 hours ago
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

12 hours ago
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

13 hours ago
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

14 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

15 hours ago
Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

15 hours ago
‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

16 hours ago
২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

কেঞ্চাৰৰ সৈতে যুঁজ , খুৰাই পেলাব লগা হ’ল চুলি, তথাপি হাৰ মনা নাই হিনা খানে

editor by editor
August 2, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
কেঞ্চাৰৰ সৈতে যুঁজ , খুৰাই পেলাব লগা হ’ল চুলি, তথাপি হাৰ মনা নাই হিনা খানে
0
SHARES
774
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেঞ্চাৰৰ সৈতে যুঁজ , খুৰাই পেলাব লগা হ’ল চুলি, তথাপি হাৰ মনা নাই হিনা খানে

ভাৰতীয় টিভি তাৰকা হিনা খানৰ সাহস তথা হাৰ নমনা মন দেখি এতিয়া বহুজনৰে চকু পানী  উলাইছে। মন সেমেকি উঠিছে বহু অনুৰাগীৰ। বৰ্তমানে স্তন কেন্সাৰত আক্ৰান্ত হৈ জীৱন-মৃত্যুৰে যুদ্ধ দি আছে জনপ্ৰিয় অভিনেত্ৰী হিনা খানে।

তৃতীয় পৰ্যায়ৰ কৰ্কট ৰোগত আক্ৰান্ত অভিনেত্ৰীগৰাকী। এই মাৰাত্মক ৰোগক পৰাস্ত কৰিবলৈ হিনা খানে কেৱল চিকিৎসাৰ ওপৰত গুৰুত্ব দিয়াই নহয়, মানসিক স্বাস্থ্যৰ ওপৰতো কাম কৰি আছে। হিনাই যোৱা ৪ সপ্তাহত বহু ধুমুহাৰ মাজেৰে সময় পাৰ কৰিছে। প্ৰথমে দীঘল চুলিকোছা চুটি কৰি কাটি পেলাই, তাৰ পাছত শ্বুটিঙত কেমো থেৰাপীৰ দাগ লুকাবলৈ বিশেষ ব্যৱস্থা কৰিছে।  এতিয়া কেমো থেৰাপীৰ পাছত চুলি সৰিবলৈ ধৰাত খুৰাই পেলাই সকলো চুলি।

সামাজিক মাধ্যমত হিনা খানৰ এটা পোষ্টে এতিয়া বহুতৰে মন সেমেকাই তুলিছে। ভিডিঅ’টোত হিনাই প্ৰথমে কেন্সাৰৰ বাবে চুলি কিমান সৰিছে সেয়া দেখুৱাই। বিচনা, গাৰু, টাৱেল আদি সকলোতে কেৱল চুলি। সেয়ে অধিক চুলি সৰি মানসিক ভাৱে ভাগি পৰাৰ পূৰ্বে সকলো চুলিয়ে হঠাতে খুৰাই পেলাই অভিনেত্ৰীগৰাকীয়ে। নিজেই মূৰত ট্ৰিমাৰ চলাই দি খুৰাই পেলাই সকলো চুলি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: breast cancerCancerCancer TreatmentHinaHina KhanTV Actress
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!
ভাৰত

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

August 5, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

August 5, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি ৫ ৰাশিৰ হ’ব ভাগ্য উদয়, কোনে থাকিব সাৱধান?

August 5, 2026
কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

August 4, 2026
Next Post
এবাৰ দুবাৰ নহয়, IAS হোৱাৰ বাবে ৭ বাৰকৈ সলাইছিল নাম, এতিয়া UPSCৰ নিষিদ্ধ ঘোষণা

এবাৰ দুবাৰ নহয়, IAS হোৱাৰ বাবে ৭ বাৰকৈ সলাইছিল নাম, এতিয়া UPSCৰ নিষিদ্ধ ঘোষণা

ষ্টিকাৰ লগোৱা ফল ভাল নে বেয়া, জানেনে ইয়াৰ কাৰণ! কেতিয়াবা অধিক বেয়া ষ্টিকাৰ লগোৱা ফল

ষ্টিকাৰ লগোৱা ফল ভাল নে বেয়া, জানেনে ইয়াৰ কাৰণ! কেতিয়াবা অধিক বেয়া ষ্টিকাৰ লগোৱা ফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.