• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

3 weeks ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

4 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

4 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

5 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

5 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

7 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

7 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

8 hours ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

8 hours ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

9 hours ago
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

9 hours ago
জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

10 hours ago
জুবিনবিহীন অসম, জুবিনময় অসম

জুবিনবিহীন অসম, জুবিনময় অসম

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

editor by editor
September 8, 2026
in চিনেমা, বিনোদন, বিবিধ, লেখা
0
Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?
0
SHARES
225
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ মোহময়ী অভিনেত্ৰী মালাইকা অৰোৰা আৰু অভিনেতা অৰ্জুন কাপুৰৰ সম্পৰ্ক এসময়ত বলীউডৰ চৰ্চিত যুটি আছিল। তেওঁলোকৰ সম্পৰ্ক সদায় আলোচনাৰ কেন্দ্ৰবিন্দু হৈ আহিছে।

৬ বছৰ ধৰি ইজনে সিজনক সমৰ্থন কৰি আহিছে, বয়সৰ বিশাল ব্যৱধান, সামাজিক ঠাট্টা আৰু অহৰহ ট্ৰলিং সহ্য কৰি আহিছে দুয়ো। কিন্তু ২০২৪ চনৰ দীপাৱলীৰ এক অনুষ্ঠানত অৰ্জুন কাপুৰে অবিবাহিত বুলি ঘোষণা কৰাৰ লগে লগে অনুৰাগীসকল স্তম্ভিত হৈ পৰে।

অৰ্জুন আৰু মলাইকাৰ মাজত কি ঘটিছিল সেই লৈ অনুৰাগীৰ মনত বহু প্ৰশ্ন উত্থাপন হৈছিল যে তেওঁলোকে পৃথক হোৱাৰ সিদ্ধান্ত লৈছিল। অৱশ্যে কোনো কাৰণ প্ৰকাশ কৰা হোৱা নাই। দুয়োজনে বিষয়টোৰ ওপৰত কোনো ৰাজহুৱা মন্তব্য নকৰাকৈ আৰু ইজনে সিজনৰ প্ৰতি সন্মান জনাই পৃথক হোৱাৰ সিদ্ধান্ত লয়।

ইফালে দুয়োৰে বিচ্ছেদৰ দুবছৰৰ পাছত অৰ্জুন আৰু মলাইকাৰ বিচ্ছেদৰ আঁৰৰ কাৰণ পোহৰলৈ আহিছে। এটা প’ডকাষ্টত প্ৰবীণ সাংবাদিক ভিকি লালৱানীয়ে এই সম্পৰ্কৰ বিষয়ে কিছু তথ্য প্ৰকাশ কৰে যিবোৰ কোনেও কল্পনা কৰিব নোৱাৰিলেহেঁতেন।

‘হিন্দী ৰাছ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিকি লালৱানীয়ে স্পষ্ট কৰি দিয়ে যে অৰ্জুন আৰু মলাইকাৰ মাজত কোনো ধৰণৰ প্ৰতাৰণা বা তৃতীয় পক্ষৰ হস্তক্ষেপ হোৱা নাই। ইজনে সিজনক গভীৰভাৱে ভাল পাইছিল। কিন্তু সম্পৰ্কটোক আনুষ্ঠানিক নাম দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ মতামত সম্পূৰ্ণ বেলেগ আছিল।

মলাইকাই অৰ্জুনক বিয়া কৰাই পৰিয়াল গঢ়িব বিচাৰিছিল। আনহাতে অৰ্জুন কাপুৰ মানসিকভাৱে গাঁঠি বান্ধিবলৈ সাজু নাছিল। তেওঁ নিজৰ ব্যক্তিগত জীৱন আৰু কেৰিয়াৰৰ বাবে অধিক সময় বিচাৰিছিল।

এজনে বিয়া পাতিবলৈ খৰখেদা কৰিছিল আৰু আনজন মানসিকভাৱে তাৰ বাবে অযোগ্য হোৱাৰ বাবে তেওঁলোকৰ সম্পৰ্কত উত্তেজনা বাঢ়িছিল। অৱশেষত দুয়োজনে পাৰস্পৰিক সন্মতিৰে পৃথক হোৱাৰ অতি কঠিন সিদ্ধান্ত ল’লে।

এতিয়া দুয়োজনেই নিজৰ নিজৰ জীৱনত আগবাঢ়িছে। বৰ্তমান অৰ্জুন কাপুৰ অবিবাহিত আৰু সংবাদ মাধ্যমৰ খবৰ অনুসৰি মলাইকাই বৰ্তমান হীৰা ব্যৱসায়ী হৰ্ষ মেহতাৰ লগত ডেটিং কৰি আছে। আমোদজনক কথাটো হ’ল হৰ্ষ মলাইকাতকৈও ১৯ বছৰ সৰু বুলি কোৱা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো
জীৱনশৈলী

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

September 28, 2026
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম
জীৱনশৈলী

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

September 28, 2026
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড
বিনোদন

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

September 28, 2026
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!
প্ৰযুক্তি

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

September 28, 2026
Next Post
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.