• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

31 minutes ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

1 minute ago
Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

53 minutes ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

1 hour ago
কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

2 hours ago
অক্ষয় তৃতীয়াত লক্ষ্মী নাৰায়ণ ৰাজযোগ, লক্ষ্মীৰ কৃপাত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই

উদয় হ’ব ভাগ্য, ১১ ছেপ্টেম্বৰত স্বাতী নক্ষত্ৰত শুক্ৰই কৰিব গোচৰ!

2 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: শীঘ্ৰে বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ দৰমহা! শেহতীয়া আপডেটৰ সৈতে

3 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ভূমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান?

3 hours ago
সুধাকণ্ঠক ওপজা দিনত সশ্ৰদ্ধ স্মৰণ, ৰাজ্যজুৰি আয়োজন বিশেষ অনুষ্ঠানৰ

ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ, গীতে-মাতে স্মৰণ সুধাকণ্ঠক

5 hours ago
Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

6 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

জীৱনলৈ আহিব সোণালী সুযোগ, আজি কাৰ কাৰ উদয় হ’ব ভাগ্য?

7 hours ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

15 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

ডাকঘৰৰ কোনটো আঁচনি আপোনাৰ বাবে সঠিক?

editor by editor
September 8, 2026
in বাণিজ্য, বিবিধ, লেখা
0
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?
0
SHARES
91
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাকঘৰৰ জৰিয়তে কেইবাখনো চৰকাৰী সঞ্চয় আঁচনি আছে, যিবোৰৰ নিৰাপদ বিনিয়োগ আৰু উচ্চ লাভৰ বাবে যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। চৰকাৰে এই আঁচনিসমূহত বিনিয়োগৰ ওপৰত আকৰ্ষণীয় সুতৰ হাৰ আগবঢ়াইছে, যাৰ ফলত বিনিয়োগকাৰীসকলে তেওঁলোকৰ সৰু সঞ্চয়ক বৃহৎ পুঁজিলৈ ৰূপান্তৰিত কৰাত সহায় কৰিছে। তেনে এক আঁচনি হ’ল ডাকঘৰৰ RD চেভিঙচ আঁচনি। ইয়াত প্ৰতিদিনে ৫০০ টকা সঞ্চয় কৰিলে ২৫ লাখ টকাৰ পুঁজিৰ সৃষ্টি হ’ব পাৰে আৰু কেৱল সুতৰ পৰাই ৭ লাখতকৈ অধিক টকা উপাৰ্জন কৰিব পাৰি। গোটেই হিচাপটো বুজি লওঁক।

বিনিয়োগৰ ৰিস্ক ‘শূন্য’

আজিকালি সকলোৱে নিজৰ আয়ৰ পৰা কোনোবা নহয় কোনোবাখিনি সঞ্চয় কৰি এনে ঠাইত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰে য’ত তেওঁলোকৰ ধন সুৰক্ষিত হ’ব আৰু ভাল ৰিটাৰ্ণো পাব। সেই হিচাপে ডাকঘৰেৰে পৰিচালিত বিভিন্ন চৰকাৰী সঞ্চয় আঁচনি যথেষ্ট জনপ্ৰিয়। কাৰণ এই আঁচনিসমূহত কৰা যিকোনো সৰু-বৰ বিনিয়োগৰ সুৰক্ষাৰ নিশ্চয়তা চৰকাৰে দিয়ে। অৰ্থাৎ কাৰ্যতঃ সেইবোৰক বিপদমুক্ত বা শূন্য বিপদজনক আঁচনি বুলি গণ্য কৰা হয়।

পূৰ্বে উল্লেখ কৰা অনুসৰি চৰকাৰে ডাকঘৰৰ আঁচনিখনত কেৱল নিৰাপত্তা প্ৰদান কৰাই নহয়, আকৰ্ষণীয় সুতৰ হাৰও আগবঢ়ায়। ডাকঘৰৰ আৰ ডি আঁচনিৰ জৰিয়তে বৰ্তমান ৬.৭ শতাংশ সুত প্ৰদান কৰা হৈছে। এই আঁচনিখনক ডাকঘৰ গুল্লক বুলিও কোৱা হয়। ইয়াত সৰু সৰু বিনিয়োগৰ জৰিয়তে ক্ৰমান্বয়ে বৃহৎ পুঁজি সৃষ্টি কৰিব পৰা যায়। বিশেষ কথাটো হ’ল যে যদি আপুনি এটা নিৰ্দিষ্ট কৌশলত বিনিয়োগ কৰে তেন্তে কেৱল সুতৰ পৰাই ভাল পৰিমাণৰ উপাৰ্জন সম্ভৱ।

মাত্ৰ ১০০ টকাৰে একাউণ্ট খুলিব পাৰিব

ডাকঘৰৰ অন্যতম জনপ্ৰিয় ক্ষুদ্ৰ সঞ্চয় আঁচনি, ডাকঘৰ আৰ ডি আঁচনিখন ওচৰৰ যিকোনো ডাকঘৰৰ জৰিয়তে সহজেই খুলিব পাৰি। মাত্ৰ ১০০ টকাৰ প্ৰাৰম্ভিক বিনিয়োগেৰে এই একাউণ্ট খোলা সম্ভৱ। বিনিয়োগকাৰীয়ে ইচ্ছা কৰিলে একক বা যৌথ একাউণ্টো খুলিব পাৰে।

৫ বছৰৰ মেচিউৰিটি, এই সুবিধাও উপলব্ধ হ’ব

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনিত বিনিয়োগৰ মেচিউৰিটি সময়সীমা
৫ বছৰ নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ উপৰিও যদি কোনোবাই অধিক লাভৰ বাবে বিনিয়োগ কৰি যাব বিচাৰে, তেন্তে মেচিউৰিটিৰ পিছতো এই চৰকাৰী আঁচনিখনত বিনিয়োগৰ সময়সীমা বৃদ্ধি কৰাৰ সুবিধা আছে। ২৫ লাখ টকাৰ পুঁজিৰ পৰা আয় আৰু ৭ লাখ টকাতকৈ অধিক সুতৰ হিচাপও ১০ বছৰৰ বিনিয়োগৰ ওপৰত ভিত্তি কৰি কৰা হয়।

১৮ লাখ টকীয়া পুঁজি কেনেকৈ সৃষ্টি কৰিব?

ডাকঘৰৰ আঁচনিখনত বিনিয়োগ কৰি ২৫ লাখ টকাৰ পুঁজি সৃষ্টি কৰিবলৈ হ’লে প্ৰতিদিনে ৫০০ টকা সঞ্চয় কৰিব লাগিব। এইদৰে নিয়মিতভাৱে সঞ্চয় কৰিলে মাহে প্ৰায় ১৫ হাজাৰ টকা জমা হ’ব। এতিয়া এই ধন যদি আপুনি প্ৰতিমাহে ডাকঘৰৰ RD চেভিঙচ একাউণ্টত জমা ধনত বিনিয়োগ কৰে তেন্তে ৫ বছৰৰ মেচিউৰিটি পিৰিয়ডত আপোনাৰ মুঠ জমা ধন হ’ব ৯ লাখ টকা। ইয়াৰ লগতে সুতৰ পৰা ১,৭০,৪৯২ টকা উপাৰ্জন কৰিব। ফলত ৫ বছৰৰ শেষত মুঠ পুঁজি হ’ব ১০,৭০,৪৯২ টকা। তাৰ পিছত বৰ্তমানৰ সুবিধা অনুসৰি বিনিয়োগৰ সময়সীমা আৰু ৫ বছৰ বৃদ্ধি কৰিব লাগিব। তেনে ক্ষেত্ৰত ১০ বছৰত আপোনাৰ মুঠ বিনিয়োগ ১৮ লাখ টকা হ’ব। আৰু মুঠ পুঁজি হ’ব প্ৰায় ২৫.৬২ লাখ টকা। ইয়াৰ ভিতৰত কেৱল সুতৰ পৰা আয় হ’ব ৭,৬২,৮২২ টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!
বাণিজ্য

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

September 8, 2026
Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?
বিনোদন

Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা
ভাৰত

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

September 8, 2026
কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!
জীৱনশৈলী

কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

September 8, 2026
Next Post
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.