• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গিলেন বাৰি ছিনড্ৰোমত বাঢ়িছে মৃতকৰ সংখ্যা, পুণেত আক্ৰান্ত ১০১, কিয় হৈছে স্নায়ুৰ এই বিৰল ৰোগ?

গিলেন বাৰি ছিনড্ৰোমত বাঢ়িছে মৃতকৰ সংখ্যা, পুণেত আক্ৰান্ত ১০১, কিয় হৈছে স্নায়ুৰ এই বিৰল ৰোগ?

2 years ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

6 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

6 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

7 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

7 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

8 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

9 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

9 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

10 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

10 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

11 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

11 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গিলেন বাৰি ছিনড্ৰোমত বাঢ়িছে মৃতকৰ সংখ্যা, পুণেত আক্ৰান্ত ১০১, কিয় হৈছে স্নায়ুৰ এই বিৰল ৰোগ?

গিলেন বাৰি ছিনড্ৰোমত বাঢ়িছে মৃতকৰ সংখ্যা, পুণেত আক্ৰান্ত ১০১, কিয় হৈছে স্নায়ুৰ এই বিৰল ৰোগ?

editor by editor
January 27, 2025
in জীৱনশৈলী, স্বাস্থ্য
0
গিলেন বাৰি ছিনড্ৰোমত বাঢ়িছে মৃতকৰ সংখ্যা, পুণেত আক্ৰান্ত ১০১, কিয় হৈছে স্নায়ুৰ এই বিৰল ৰোগ?
0
SHARES
729
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গিলেন বাৰি ছিনড্ৰোম ক্ৰমে চিন্তাৰ কাৰণ হৈ উঠিছে৷ এই ৰোগত আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰৰ এজন ব্যক্তিৰ৷ পুণেত আক্ৰান্তৰ সংখ্যা বাঢ়ি হৈছে ১০১ জন৷ যিসকলৰ মাজত ৬০জনৰ অৱস্থা সংকটজনক বুলিও জনাইছে চিকিৎসকে৷ সেই ৬০গৰাকী আক্ৰান্তক ভেণ্টিলেটৰ ছাপৰ্টত ৰখা হৈছে৷ মহাৰাষ্ট্ৰৰ স্বাস্থ্য দফতৰে জনাইছে যে আক্ৰান্তৰ মাজত ১৯ জনৰ বয়স ৯ বছৰৰ তলত৷ চিকিৎসকৰ অনুমান যে ভাইৰাছৰ পৰাই এই ৰোগ হৈছে৷

গিলেন বাৰি ছিনড্ৰোম স্নায়ুৰ এক বিৰল ৰোগ, যিয়ে শৰীৰক পক্ষাঘাতগ্ৰস্থ কৰি দিয়ে কিছু দিনৰ ভিতৰতেই৷ স্নায়ু দুৰ্বল হ’ব পাৰে, পেশী সংকুচিত হ’ব পাৰে৷ ৰোগীৰ মুখ বেকা হৈ যাব পাৰে, খোজকঢ়া আৰু কথা কোৱাৰ ক্ষমতা হেৰুৱাব পাৰে৷ ইয়াৰ সৈতে দেখা দিব পাৰে শ্বাসকষ্টইয়ো৷ চিকিৎসকে কৈছে যে, এয়া অটোইমিউন ডিজঅৰ্ডাৰ, অৰ্থাৎ যেতিয়া নিজৰ শৰীৰৰেই ৰোগ প্ৰতিৰোধ শক্তিয়ে নিজৰ স্নায়ুতন্ত্ৰক দুৰ্বল কৰিবলৈ আৰম্ভ কৰে৷

কাৰ হৈছে এই ৰোগ?

এই বিষয়ে স্নায়ুৰোগ চিকিৎসকে কৈছে যে, কম্পাইলোবেক্টৰ, ছাইটোমেগালোভাইৰাছৰ দৰে কেইবা ধৰণৰ ভাইৰাছৰ সংক্ৰমণত এই ৰোগ হ’ব পাৰে৷ কভিডৰ পাছতেই গিলেন বাৰি ছিনড্ৰোম আক্ৰান্তৰ সংখ্যা বাঢ়িছিল৷ পুণেত যিসকল আক্ৰান্ত হৈছে সেই সকলৰ বহুতেই ভয়ংকৰ শ্বাসকষ্টৰ সমস্যাত ভূগিছিল৷ অক্সিজেন ছাপৰ্ট দিব লগা হৈছে৷ সেই ৰোগীসকলৰ তেজৰ নমুনা পৰীক্ষা কৰিছে ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্ছে৷ আক্ৰান্তসকলৰ ৯জনৰ শৰীৰত নোৰোভাইৰাছ পোৱা গৈছে, ৩ জনৰ তেজত কেম্পাইলোবেক্টৰ জেজুনি নামৰ এক ধৰণৰ ভাইৰাছৰ খোঁজ পাইছে৷

কিমান ভয়ংকৰ হ’ব পাৰে গিলেন বাৰি?

মস্তিষ্কৰ কাৰ্যক্ষমতা নষ্ট হৈ যাব পাৰে এই ৰোগত৷ ৰোগীৰ যদি শ্বাসকষ্ট বাঢ়ি থাকে তেন্তে চিন্তাৰ কাৰণ আছে৷ বহু সময়ত দেখা যায় যে ৰেছপিৰেটৰি পেৰালাইছিছ হৈ গৈছে৷ তেতিয়া ভেণ্টিলেটৰ চাপৰ্ট দিব লাগে৷ সেই সময়ত ৰোগীয়ে কথাও ক’ব নোৱাৰে, শ্বাসকষ্ট বাঢ়ি থাকে, তেনেহ’লে চিন্তাৰ কাৰণ আছে৷

এই ৰোগ বিয়পে নেকি?

গিলেন বাৰি ছিনড্ৰোম আৰম্ভণিতেই ধৰা পৰিলে সঠিক চিকিৎসা লওক৷ এইক্ষেত্ৰত দুই ধৰণৰ টেষ্ট কৰা হয়৷ নাৰ্ভ  কণ্ডাকছন ভেলোছিটি টেষ্ট আৰু ছেৰিব্ৰোস্পাইনেল ফ্লুইড টেষ্ট৷ ৰোগ ধৰা পৰিলে তাত দুইধৰণৰ চিকিৎসা পদ্ধতি আছে৷ ইন্ট্ৰাভেনাছ ইমিউনোগ্লোবিউলিন আৰু প্লাজমা থেৰাপিৰ চিকিৎসা কৰা হয়৷ প্লাজমা থেৰাপি এই ৰোগৰ অন্যতম চিকিৎসা বুলিও দাবী কৰিছে চিকিৎসকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ
জীৱনশৈলী

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

October 1, 2026
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ
জীৱনশৈলী

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

October 1, 2026
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন
জীৱনশৈলী

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

October 1, 2026
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!
জীৱনশৈলী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

October 1, 2026
Next Post
পৰিয়ালৰ অনুমতি অবিহনে লীভ ইনত থাকিলেই জে’ল!  উত্তৰাখণ্ডত আৰম্ভ UCC, অভিন্ন দেৱানী বিধি কি? সবিশেষ পঢ়ক

পৰিয়ালৰ অনুমতি অবিহনে লীভ ইনত থাকিলেই জে’ল! উত্তৰাখণ্ডত আৰম্ভ UCC, অভিন্ন দেৱানী বিধি কি? সবিশেষ পঢ়ক

কুম্ভমেলালৈ যাব? ভুলতো মহাকুম্ভৰ পৰা এইসমূহ সামগ্ৰী ঘৰলৈ নানিব

কুম্ভমেলালৈ যাব? ভুলতো মহাকুম্ভৰ পৰা এইসমূহ সামগ্ৰী ঘৰলৈ নানিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.