• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃহৎ সকাহ, অৱশেষত জামিন কেজৰিৱালৰ

বৃহৎ সকাহ, অৱশেষত জামিন কেজৰিৱালৰ

2 years ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

52 minutes ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

1 hour ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

3 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

4 hours ago
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

5 hours ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

6 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বৃহৎ সকাহ, অৱশেষত জামিন কেজৰিৱালৰ

editor by editor
May 10, 2024
in অসম, গুৱাহাটী, বিশ্ব, ভাৰত, ৰাজনীতি
0
বৃহৎ সকাহ, অৱশেষত জামিন কেজৰিৱালৰ
0
SHARES
135
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহৎ সকাহ, অৱশেষত জামিন কেজৰিৱালৰ

অৱশেষত আপ দলৰ নেতা অৰবিন্দ কেজৰিৱাললৈ আহিল সেই বিশেষ খবৰ । অন্তৱৰ্তীকালীন জামিন লাভ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ১ জুনলৈ এই ২০ দিন জামিনত থাকিব কেজৰিৱাল। পুনৰ ২ জুনত হাজিৰ হ’ব লাগিব ন্যায়ালয়ৰ মজিয়াত।

দেশৰ ৰাজধানী দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল এমাহতকৈও অধিক সময় কাৰাগাৰত বন্দী হৈ আছিল৷ বৰ্তমান তেওঁ তিহাৰ কাৰাগাৰত কাৰাবন্দী হৈ আছিল। ইডিৰ গ্ৰেপ্তাৰৰ বৈধতাক আদালতত প্ৰত্যাহ্বান জনাইছিল অৰবিন্দ কেজৰিৱালে। বিচাৰ আদালত আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা সকাহ নোপোৱাৰ পিছত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। সেই আৱেদনৰেই আজি সকাহ লাভ।

উচ্চতম ন্যায়ালয়ত তেওঁৰ এই দাবীৰ শুনানি গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে এই ৰায় দিয়ে।

উল্লেখ্য যে, দিল্লী সুৰা কেলেংকাৰিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছিল। ২১ মাৰ্চ তাৰিখে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিছিল এনফোৰ্চমেন্ট ডিপাৰ্টমেন্টে( ED)। ইডিৰ দলটোৱে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক বহু সময় ধৰি কৰা জেৰাৰ অন্তত জিম্মাত লৈছিল।

২১ মাৰ্চৰ পৰা কাৰাগাৰেই ঠিকনা হৈ পৰিছিল কেজৰিৱালৰ। কাৰাগাৰৰ পৰাই চলাই গৈছিল দিল্লীৰ শাসনভাৰ। অৱশেষত আজি জামিন লাভ কৰে। এতিয়া কেজৰিৱালে আপ দলৰ হৈ লোকসভা নিৰ্বাচনত প্ৰচাৰ চলাব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: arvind kejriwalKejriwal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ
জীৱনশৈলী

March 20, 2026
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?
জীৱনশৈলী

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

March 20, 2026
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ
অসম

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

March 20, 2026
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ
অসম

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

March 20, 2026
Next Post
জনপ্ৰিয় অভিনেতা, যিয়ে কাৰ্গিল যুদ্ধত দেশৰ হৈ যুঁজ দিয়াৰ বাবে এৰি দিছিল অভিনয়

পত্নীক কথা দিয়ামতেই তেওঁ মুখ্যমন্ত্ৰী, জনপ্ৰিয়তাৰে ৩ বছৰতে চেৰ পেলাইছে ১৫ বছৰ ৰাজত্ব কৰা মুখ্যমন্ত্ৰী তৰুণ গগৈকো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন