• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডায়বেটিছ ৰোগী কেজৰী, ধৰ্মীয় তাবিজ খুলিবলৈ নক’ব! কেজৰীৰ অধিবক্তাৰ আদালতত আৰু কি কি আৰ্জি?

ডায়বেটিছ ৰোগী কেজৰী, ধৰ্মীয় তাবিজ খুলিবলৈ নক’ব! কেজৰীৰ অধিবক্তাৰ আদালতত আৰু কি কি আৰ্জি?

3 years ago
কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

2 minutes ago
SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

58 minutes ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

নৱেম্বৰৰ পূৰ্বেই ভাল খবৰ পাব ৩ ৰাশিৰ জাতকে! কেৰিয়াৰ, ধন-সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ

2 hours ago
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

3 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

3 hours ago
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

4 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

5 hours ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

22 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

23 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

23 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

24 hours ago
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ডায়বেটিছ ৰোগী কেজৰী, ধৰ্মীয় তাবিজ খুলিবলৈ নক’ব! কেজৰীৰ অধিবক্তাৰ আদালতত আৰু কি কি আৰ্জি?

editor by editor
April 2, 2024
in ভাৰত, ৰাজনীতি, লেখা
0
ডায়বেটিছ ৰোগী কেজৰী, ধৰ্মীয় তাবিজ খুলিবলৈ নক’ব! কেজৰীৰ অধিবক্তাৰ আদালতত আৰু কি কি আৰ্জি?
0
SHARES
257
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ১৪ঃ তিহাৰ জে’লত প্ৰথম নিশা পাৰ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে। আগন্তুক ১৪ দিন এই হাই প্ৰফাইল কাৰাগাৰেই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঠিকনা হ’ব। ১৫এপ্ৰিল পৰ্যন্ত কাৰাগাৰতেই থাকিব দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপ প্ৰধান কেজৰিৱাল। দিল্লীৰ আবকাৰী দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অৰবিন্দ কেজৰিৱাল তিহাৰ জে’লত কেনে অৱস্থাত আছে সেই কথা জানিবলৈ বহুজনেই আগ্ৰহী। তিহাৰ জে’লৰ ২নম্বৰ ছেলত প্ৰথম নিশা সাধাৰণ কয়দীৰ দৰেই কটালে কেজৰীয়ে। এক সূত্ৰৰ খবৰ অনুসৰি দিল্লীৰ ৰাউছ এভিনিউ আদালতৰ দুগৰাকী অধিবক্তা বিক্ৰম চৌধুৰী আৰু ৰমেশ গুপ্তাই একাধিক আৱেদন জনাইছে কেজৰীৰ সপক্ষে।

কি কি আৱেদন জনাইছে কেজৰীৰ অধিবক্তাই?
দিল্লীৰ মুখ্যমন্ত্ৰী ডায়বেটিছ ৰোগী। সেয়ে তেওঁক নিয়মিত ডায়বেটিছৰ ঔষধ যোগান ধৰিব লাগিব।
ভাগৱত গীতা, ৰামায়ণ আৰু হাউ প্ৰাইম মিনিষ্টাৰ্ছ ডিছাইড এই তিনি গ্ৰন্থ তেওঁক যোগান ধৰাৰ আৱেদন।
তেওঁ ডিঙিত এটা তাবিজ পৰিধান কৰে। সেই তাবিজ যাতে খুলি নিদিয়ে।
বিশেষকৈ ডায়েট মানিবলৈ তেওঁক সুযোগ দিব লাগে বুলিও আবেদন জনোৱা হৈছে।
কাৰাগাৰত টেবুল-চকীও বিচাৰি আবেদন কৰিছে কেজৰীৱালে।

উল্লেখ্য যে অৰবিন্দ কেজৰীৱালত তিহাৰ জে’লৰ ভিতৰত ঠিকনা হৈছে ২নম্বৰ ছেলত আছে কেজৰিৱাল। তেওঁৰ নিচেই কাষৰ ছেলত অৰ্থাৎ ১নম্বৰ ছেলত আছে মণীশ ছিচোডিয়া। তেওঁৰ দলৰ আন এজন নেতা তথা প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈন আছে ৭নম্বৰ ছেলত। ৰাজ্যসভাৰ আপ সাংসদ সঞ্জয় সিং আছে ৫নম্বৰ ছেলত।

কাৰাগাৰত কেজৰিৱালৰ ৰুটিন কেনে হ’ব?

তিহাৰ জে’লৰ অন্যান্য কয়দীৰ দৰেই সূৰ্যোদয়ৰ লগে লগেই শোৱাপাটী এৰিব লাগিব কেজৰীয়ে। ব্ৰেকফাষ্টত তেওঁ লাভ কৰিব একাপ চাহ আৰু কেইটুকুৰামান পাউৰুটি। ইয়াৰপাছতেই পুৱা গা ধোৱাৰ পাছত তেওঁক আদালতলৈ নিয়া হ’ব। যদি আদালতত হাজিৰ নহয় তেন্তে তেওঁৰ আইনী দলৰ সৈতে তিহাৰ জে’লৰ ভিতৰতেই বৈঠক অনুষ্ঠিত কৰাৰ অনুমতি আছে। ১০বাজি ৩০ মিনিটৰ পৰা ১১ বজাৰ ভিতৰত দিয়া হ’ব দিনৰ আহাৰ। মেনুত থাকিব দাইল, পাচলি আৰু ভাত নতুবা ৫খন ৰুটি। দুপৰীয়া ৩বজালৈকে তেওঁ ছেলতেই আৱদ্ধ হৈ থাকিব লাগিব। দুপৰীয়া ৩বজাৰ পৰা ৩ বাজি ৩০ মিনিটৰ ভিতৰত দিয়া হ’ব চাহ বিস্কুট। বিয়লি ৪ বজাত তেওঁ নিজা অধিবক্তাক লগ কৰিব পাৰিব। বিয়লি ৫বজাতেই দিয়া হ’ব নিশাৰ আহাৰ। সন্ধিয়া ৭বজাত তেঁও ছেলত বন্দী হ’ব লাগিব।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ
বাণিজ্য

কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

October 20, 2026
SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ
বাণিজ্য

SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

October 20, 2026
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!
জীৱনশৈলী

নৱেম্বৰৰ পূৰ্বেই ভাল খবৰ পাব ৩ ৰাশিৰ জাতকে! কেৰিয়াৰ, ধন-সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ

October 20, 2026
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ
অসম

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

October 20, 2026
Next Post
এতিয়া ঘৰুৱা কেছতো ED, চিবিআই! উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে বুজাই ক’লে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ কাম কি

এতিয়া ঘৰুৱা কেছতো ED, চিবিআই! উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে বুজাই ক’লে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ কাম কি

এক্সট্ৰা মেৰিটেল সম্পৰ্ক শাস্তিযোগ্য নহয়, কোন আদালতে দিলে এই ৰায়?

এক্সট্ৰা মেৰিটেল সম্পৰ্ক শাস্তিযোগ্য নহয়, কোন আদালতে দিলে এই ৰায়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.