• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এক্সট্ৰা মেৰিটেল সম্পৰ্ক শাস্তিযোগ্য নহয়, কোন আদালতে দিলে এই ৰায়?

এক্সট্ৰা মেৰিটেল সম্পৰ্ক শাস্তিযোগ্য নহয়, কোন আদালতে দিলে এই ৰায়?

2 years ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

4 hours ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

4 hours ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

5 hours ago
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

5 hours ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

5 hours ago
মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

5 hours ago
কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

6 hours ago
১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

6 hours ago
মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

7 hours ago
মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

17 hours ago
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

17 hours ago
শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

এক্সট্ৰা মেৰিটেল সম্পৰ্ক শাস্তিযোগ্য নহয়, কোন আদালতে দিলে এই ৰায়?

editor by editor
April 2, 2024
in অপৰাধ, জীৱনশৈলী, ভাৰত
0
এক্সট্ৰা মেৰিটেল সম্পৰ্ক শাস্তিযোগ্য নহয়, কোন আদালতে দিলে এই ৰায়?
0
SHARES
181
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিবাহিত সম্পৰ্কৰ বাহিৰত দু’জন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে স্বেচ্ছাৰে যৌন সম্পৰ্ক স্থাপন কৰিলে সেয়া শাস্তিযোগ্য অপৰাধ বুলি গণ্য কৰা নহ’ব। সম্প্ৰতি ৰাজস্থান হাইকৰ্টৰ এই ৰায়ে নতুনকৈ সৃষ্টি কৰিছে বিতৰ্কৰ। ইয়াৰ পূৰ্বে ২০১৮চনত উচ্চতম ন্যয়ালয়ে দিয়া নিৰ্দেশনাত উল্লেখ আছিল যে বিবাহ বহিৰ্ভূত সম্পৰ্ক অপৰাধ নহয়। ৰাজস্থান হাইকৰ্টৰ ন্যায়াধীশ বীৰেন্দ্ৰ কুমাৰে সেই নিৰ্দেশনাৰ কথা টানি আনি কয়, ‘আমাৰ সমাজত বিবাহিত দম্পত্তিত মাজত যৌন সম্পৰ্কৰ স্বীকৃতি আছে। কিন্তু তাৰ মানে এয়াও নহয় যে বিবাহৰ সম্পৰ্কৰ বাহিৰেও কোনোৱে যদি এই সম্পৰ্ক স্থাপন কৰে তেন্তে সেয়া শাস্তিযোগ্য অপৰাধ হ’ব।’

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বীৰেন্দ্ৰ কুমাৰে লগতে কয়, ‘সামাজিক নৈতিকতাৰ ওপৰিত সাংবিধানিক নৈতিকতাক স্থান দিব লাগে।’ এই ৰায় দিয়াৰ আঁৰত আছে ৰাজস্থানৰ এগৰাকী ব্যক্তিয়ে তৰা এটা গোচৰ। ব্যক্তিগৰাকীৰ পত্নীক তিনিজন লোকে অপহৰণ কৰিছে বুলি আৰক্ষীৰ ওচৰত গোচৰ তৰিছিল। অৱশ্যে তেওঁ অন্য এক গোচৰত নিজেই কাৰাগাৰত থকাৰ বাবে নিজে আদালতলৈ আহিব পৰা নাছিল। সেই গোচৰ কৰ্টত উঠাৰ পাছতেই অপহৃতা পত্নী এজলাছে জনাই যে, তেওঁ স্বেচ্ছাই অভিযুক্ত এজনৰ সৈতে লীভ ইন ৰিলেছনচিপত আছে। মহিলাগৰাকীৰ সেই জৱানবন্দিৰ পাছতেই নিম্ন আদালতে তেওঁৰ স্বামীয়ে দিয়া এফ আই আৰ খাৰিজ কৰে। নিম্ন আদালতে সেই বিষয়টোক লৈ শুনানি দিয়ে যে, দুজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ মাজত স্বেচ্ছাই যৌন সম্পৰ্ক স্থাপনক অনৈতিক ক’ব নোৱাৰি।

নিম্ন আদালতৰ সেই শুনানিৰ পাছতেই মহিলাগৰাকীৰ স্বামীয়ে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কাষ চাপে। তেওঁৰ অধিবক্তা অংকিত খাণ্ডেলৱালে আদালতত জনাই যে, স্বামী বৰ্তমান থকা সত্ত্বেও সেই মহিলাগৰাকীয়ে অন্য ব্যক্তিৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্কৰ কথা স্বীকাৰ কৰি তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪৯৮ আৰু ৪৯৭ ধাৰাত গোচৰ কৰা উচিত। কিন্তু আদালতে সেই আৱেদনত বিশেষ কাণসাৰ নিদিলে। ব্যক্তিগৰাকীৰ অধিবক্তাই এই সন্দৰ্ভত কয়, ‘স্বামী জীয়াই থকা সত্ত্বেও বিবাহিত মহিলা অন্য সম্পৰ্কত সোমাই পৰিলে সমাজলৈ ভুল বাৰ্তা যায়। এইক্ষেত্ৰত আদালতকেই সামাজিক নৈতিকতা ৰক্ষাৰ বাবে আগুৱাই অহা উচিত।’

সেই বিষয়টোক লৈ ৰাজস্থান হাইকৰ্টৰ ন্যায়াধীশ বীৰেন্দ্ৰ কুমাৰে কয়, ‘বিবাহিত হৈয়ো যদি অন্য কাৰোবাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিলে সেয়া অপৰাধ নহয়।’ আদালতৰ পৰ্যবেক্ষণমতে মহিলাগৰাকী প্ৰাপ্তবয়স্ক। তেওঁ স্বেচ্ছায় যদি কাৰো সৈতে সম্পৰ্কত সোমাই পৰে তেন্তে সেই সিদ্ধান্ত সলাবলৈ কোনেও তেওঁক বলপূৰ্বক বাধ্য কৰাব নোৱাৰিব। আদালতে পৰ্যবেক্ষণৰ পাছতেই ব্যক্তিগৰাকীৰ গোচৰেই খাৰিজ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব
জীৱনশৈলী

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

April 26, 2026
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?
জীৱনশৈলী

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

April 26, 2026
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 
জীৱনশৈলী

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

April 26, 2026
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?
জীৱনশৈলী

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

April 26, 2026
Next Post
কেতিয়া দিব মেট্ৰিকৰ ৰিজাল্ট, তাৰিখ সদৰি…!

কেতিয়া দিব মেট্ৰিকৰ ৰিজাল্ট, তাৰিখ সদৰি...!

ডাঙৰ পৰ্দাত তেওঁ অপৰিচিত, ২২ বছৰ বয়সতেই ক্ৰয় কৰিলে ব্যক্তিগত বিমান, কিন্তু কেনেকৈ?

ডাঙৰ পৰ্দাত তেওঁ অপৰিচিত, ২২ বছৰ বয়সতেই ক্ৰয় কৰিলে ব্যক্তিগত বিমান, কিন্তু কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.