• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডাঙৰ পৰ্দাত তেওঁ অপৰিচিত, ২২ বছৰ বয়সতেই ক্ৰয় কৰিলে ব্যক্তিগত বিমান, কিন্তু কেনেকৈ?

ডাঙৰ পৰ্দাত তেওঁ অপৰিচিত, ২২ বছৰ বয়সতেই ক্ৰয় কৰিলে ব্যক্তিগত বিমান, কিন্তু কেনেকৈ?

2 years ago
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

17 minutes ago
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

40 minutes ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

3 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

3 hours ago
শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

4 hours ago
মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

5 hours ago
মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

6 hours ago
কালসৰ্প যোগ আৰম্ভ, বৃষকে ধৰি এই ৪ ৰাশিৰ আহিব বিপদ!

আপোনাৰো কালসৰ্প যোগ আছে নেকি? ১৮ জুলাইলৈকে ৩ ৰাশিয়ে থাকক সাৱধান!

6 hours ago
“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

7 hours ago
বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

9 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

বুধবাৰে এই নিয়মেৰে কৰক গণেশৰ পূজা, হ’ব মনোকামনা পূৰণ!

9 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

কেনে যাব আজি আপোনাৰ দিনটো? ৫ ৰাশিৰ সলনি হব ভাগ্য!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ডাঙৰ পৰ্দাত তেওঁ অপৰিচিত, ২২ বছৰ বয়সতেই ক্ৰয় কৰিলে ব্যক্তিগত বিমান, কিন্তু কেনেকৈ?

ডাঙৰ পৰ্দাত তেওঁ অপৰিচিত, ২২ বছৰ বয়সতেই ক্ৰয় কৰিলে ব্যক্তিগত বিমান, কিন্তু কেনেকৈ?

editor by editor
April 2, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
ডাঙৰ পৰ্দাত তেওঁ অপৰিচিত, ২২ বছৰ বয়সতেই ক্ৰয় কৰিলে ব্যক্তিগত বিমান, কিন্তু কেনেকৈ?
0
SHARES
5.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পিন্ধনত বগা ট্ৰেকছ্যুট৷ বিমানৰ ভিতৰত বহি যদি কেতিয়াবা ফটো আপলোড কৰে কেতিয়াবা আকৌ বিমানৰ বাহিৰত থিয় হোৱা ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে৷ সেই ছবি সামাজিকমাধ্যমত পোষ্ট কৰাৰ পাছতেই আৰম্ভ হৈছে চৰ্চা৷ ২২ বছৰীয়া সুন্দৰি তৰুণীৰ সামাজিক মাধ্যমত অনুৰাগীৰ সংখ্যাও আকৌ কৰিণা কাপূৰ খান আৰু কাজলৰ দৰে বলীউড অভিনেত্ৰীতকৈ বেছি৷ এইগৰাকী অভিনেত্ৰী আন কোনো নহয় তেওঁ অৱনীত কৌৰ৷

২০০১ চনৰ ১৩ অক্টোবৰত পঞ্জাৱৰ জলন্ধৰত জন্ম অৱনীতৰ৷ পিতৃ-মাতৃ আৰু ভায়েকৰ সৈতে তেওঁ পঞ্জাৱত থাকে৷ তাতেই স্কুলীয়া শিক্ষা৷ মুম্বাইৰ এখন বেচৰকাৰী কলেজত বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী অৰ্জন কৰে৷ শৈশৱৰ পৰাই নাচৰ প্ৰতি আগ্ৰহী আছিল অৱনীত৷ ২০১০ চনত নাচৰ এক ৰিয়েলিটি শ্ব’তো অংশগ্ৰহণ কৰিছিল অৱনীতে৷ কিন্তু চূড়ান্ত পৰ্বৰ পূৰ্বেই তেঁও প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়৷ তাৰ পাছতেই একাধিক ৰিয়েলিটি শ্ব’ত যোগদান কৰি টেলিভিছন জগতৰ বহুতৰে চিনাকি মুখ হৈ পৰিল অৱনীত৷ তাৰপৰাই তেওঁ পৰিচিত হৈ উঠে৷ সৰু পৰ্দাচ অভিনয় কৰাৰো সুযোগ লাভ কৰে৷ ২০১২ চনত তেওঁ মেৰি মা নামৰ হিন্দী ধাৰাবাহিকত প্ৰথমে অভিনয় কৰে৷ তাৰপাছতেই টেৰে হে পৰ মেৰে হে, সাবিত্ৰী-এক প্ৰেম কাহানী, এক মুঠি আছমান, হামাৰি চিষ্টাৰ দিদি, চন্দ্ৰ নন্দিনী আৰু আলাদিন নাম তৌ শুনা হৌগাৰ দৰে একাধিক হিন্দী ধাৰাবাহিকত অভিনয় কৰে৷ ২০১২ চনত নাচৰ আৰু এটা ৰিয়েলিটি শ্বত প্ৰতিযোগী হিচাপে দেখা যায় আৱনীতক৷

তাৰ পাছতেই ‘তাৰে জমিন পৰ ছবিৰ শিশু অভিনেতা দৰ্শিল ছাফাৰিৰ সৈতে দেখা যায় অৱনীতক৷ সেই বিশেষ শ্ব’ৰ কনিষ্ঠতম প্ৰতিযোগী আছিল অৱনীত৷ ২০১৩ চনৰ পৰা বহু মিউজিক ভিডিঅ’ত নাচৰ দৃশ্যত তেওঁ অভিনয় কৰিছে৷ সৰু পৰ্দাৰ অভিনয়ৰ ওপৰিও ডাঙৰ পৰ্দাতো তেওঁ অভিনয় কৰিছে৷ ২০১৪ চনৰ ৰাণী মুখাৰ্জীৰ অভিনীত মৰদানী ছবিৰ মাধ্যমেৰে বলীউডত প্ৰৱেশ কৰে অৱনীতে৷ মৰদানি ২ আৰু কৰিব কৰিব চিংগল ছবিত দুটাকৈ কেমিঅ’ চৰিত্ৰতো অভিনয় কৰে তেওঁ৷

ৱেব চিৰিজতো অভিনয় কৰা দেখা গৈছে অৱনীতক৷ ২০১৮ চনত বব্বৰ কা তব্বৰ নামৰ এটা ৱেব চিৰিজত অভিনয় কৰে তেঁও৷ হিন্দী ৱেব চিৰিজৰ তালিকাত প্ৰথম শাৰীত আছে বন্দিশ বেণ্ডিটছ৷ সেই চিৰিজতো এটা গানত তেওঁ অভিনয় কৰিছে৷ সৰু পৰ্দাত বহু নামী দামী সংস্থাৰ বিজ্ঞাপনতো অভিনয় কৰিছে অৱনীতে৷ এই সময়ত হিন্দী টেলিভিছন জগতত সৰ্বোচ্ছ উপাৰ্জনকাৰী শিশু অভিনেতাৰ তালিকাৰ শীৰ্ষত তেওঁৰ নাম৷

মুম্বাইৰ এটা বিলাসবহুল ঘৰত থাকে ২২ বছৰীয়া অভিনেত্ৰী অৱনীত৷ বলীউডৰ সূত্ৰৰ খবৰ অনুসৰি তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৪১কোটি৷ অভিনেত্ৰীৰ সংগ্ৰহৰ তালিকাত আছে বহুমূলীয়া বাহনো৷ সম্প্ৰতি ব্যক্তিগত ক্ষেত্ৰত ব্যৱহাৰৰ বাবে তেওঁৰ আছে বিমানো৷ অমিতাভ বচ্চন, শ্বাহৰুখ খান, অক্ষয় কুমাৰ, অজয় দেৱগন, প্ৰিয়ংকা চোপ্ৰা জোনাছ আৰু শিল্পা চেট্টীৰ দৰে তাৰকাৰহে ব্যক্তিগত বিমান আছে৷ সেই তালিকাত নাম সন্নিবিষ্ট কৰিলে অৱনীতেও৷ ইফালে অৱনীতৰ ইনষ্টাগ্ৰামত অনুৰাগীৰ সংখ্যা ৩কোটিৰো অধিক৷ কৰিণা কাপূৰ, কাজল, অনন্যা পাণ্ডে, জাহ্নৱী কাপূৰতকৈয়ো অধিক অনুৰাগী আছে অৱনীতৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য
জীৱনশৈলী

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

July 8, 2026
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ
অপৰাধ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

July 8, 2026
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…
জীৱনশৈলী

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

July 8, 2026
শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!
জীৱনশৈলী

শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

July 8, 2026
Next Post
আটক কৰিলে , জেলত ৰাখিলে, পাছে প্ৰমাণ দাঙি ধৰিব নোৱাৰি অৱশেষত এৰি দিলে আপ নেতাক

আটক কৰিলে , জেলত ৰাখিলে, পাছে প্ৰমাণ দাঙি ধৰিব নোৱাৰি অৱশেষত এৰি দিলে আপ নেতাক

ওপজা দিনত চৰ্চাঃ ৫০০ টকাৰেই আৰম্ভ হৈছিল আকাশ চোৱাৰ সপোন, ‘কমেডি কিং’ কপিলৰ জীৱনযুদ্ধ জানেনে?

ওপজা দিনত চৰ্চাঃ ৫০০ টকাৰেই আৰম্ভ হৈছিল আকাশ চোৱাৰ সপোন, ‘কমেডি কিং’ কপিলৰ জীৱনযুদ্ধ জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.