• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আটক কৰিলে , জেলত ৰাখিলে, পাছে প্ৰমাণ দাঙি ধৰিব নোৱাৰি অৱশেষত এৰি দিলে আপ নেতাক

আটক কৰিলে , জেলত ৰাখিলে, পাছে প্ৰমাণ দাঙি ধৰিব নোৱাৰি অৱশেষত এৰি দিলে আপ নেতাক

2 years ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

2 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

2 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

2 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

3 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

4 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

6 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

6 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

7 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

8 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

9 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

9 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আটক কৰিলে , জেলত ৰাখিলে, পাছে প্ৰমাণ দাঙি ধৰিব নোৱাৰি অৱশেষত এৰি দিলে আপ নেতাক

editor by editor
April 2, 2024
in ভাৰত
0
আটক কৰিলে , জেলত ৰাখিলে, পাছে প্ৰমাণ দাঙি ধৰিব নোৱাৰি অৱশেষত এৰি দিলে আপ নেতাক
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আটক কৰিলে , জেলত ৰাখিলে, পাছে প্ৰমাণ দাঙি ধৰিব নোৱাৰি অৱশেষত এৰি দিলে আপ নেতাক

প্ৰৱৰ্তন নিৰ্দেশালয় (ED)য়ে প্ৰমাণ দাঙি ধৰিব নোৱাৰি অৱশেষত এৰি দিলে আপৰ নেতা সঞ্জয় সিঙক। বিগত ৬ মাহ ধৰি তিহাৰ জেলত কাৰবন্দী হৈ আছিল আপৰ জ্যেষ্ঠ নেতা তথা সাংসদ সঞ্জয় সিং।

আজি ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে আপৰ নেতাগৰাকীৰ। বিগত বৰ্ষৰ ৬ অক্টোবৰ তাৰিখে ইডিয়ে ২০২১ৰ সুৰা কেলেংকাৰীৰ গোচৰত আটক কৰিছিল নেতাগৰাকীক। যিদৰে এতিয়া আপৰ প্ৰতিষ্ঠাপক নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আটক কৰিছে।

সঞ্জয় সিঙৰ পূৰ্বে আপৰ আন এগৰাকী নেতা মনীশ শিশোদিয়াকো একেটা সুৰা কেলেংকাৰীৰ গোচৰতে আটক কৰিছিল ইডিয়ে। বিগত ১৩ মাহ ধৰি তিহাৰ জেলতে আছে দিল্লীৰ উপমুখ্যমন্ত্ৰী শিশোদিয়া। তেখেতৰ বিৰুদ্ধেও কোনো প্ৰমাণ হোৱা নাই অদ্যপি, তথাপি জামিনো লাভ কৰা নাই।

সঞ্জয় সিং
সঞ্জয় সিং

আনহাতে আজি সঞ্জয় সিঙৰ ক্ষেত্ৰত তিনি পীঠৰ ন্যায়াধীশে এই জামিন মঞ্জুৰ কৰে। ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ দীপাংকৰ দত্ত, ন্যায়াধীশ পিবি বৰালেৰ পীঠে আজি মঙলবাৰে এই ৰায় দিয়ে।

শুনানীৰ সময়ত ন্যায়ধীশে ইডিক সঞ্জয় সিঙৰ জামিন সন্দৰ্ভত প্ৰশ্ন কৰোতে উত্তৰ দিয়ে যে, তেখেতৰ জামিনত তেঁওলোকৰ কোনো আপত্তি নাই। কিন্তু তেখেতৰ ৰাজনীতিৰ ক্ষেত্ৰত হকাবধা বিচাৰে।

পাছে ন্যায়ালয়ে কয় যে, এই ক্ষেত্ৰত ন্যায়ালয়ে হকাবধা কৰিব নোৱাৰে, কিয়নো তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ সাব্যস্ত হোৱা নাই। সেয়ে নিৰ্বাচনে হওঁক বা অন্য ৰাজনৈতিক কামকাজ, সকলোতে তেওঁ বিনা দ্বিধাই অংশ ল’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aapAAP leaderdelhiDelhi Politicsedenforcement directorate
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!
ভাৰত

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

July 21, 2026
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি
ভাৰত

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

July 21, 2026
ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ
বিবিধ

ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

July 20, 2026
Next Post
ওপজা দিনত চৰ্চাঃ ৫০০ টকাৰেই আৰম্ভ হৈছিল আকাশ চোৱাৰ সপোন, ‘কমেডি কিং’ কপিলৰ জীৱনযুদ্ধ জানেনে?

ওপজা দিনত চৰ্চাঃ ৫০০ টকাৰেই আৰম্ভ হৈছিল আকাশ চোৱাৰ সপোন, ‘কমেডি কিং’ কপিলৰ জীৱনযুদ্ধ জানেনে?

পৰিৱেশৰ ভয়াৱহতা, বহু নদীত কমিছে পানী, ১৩ নদী ইতিমধ্যে শুকাই গ’ল, ব্ৰহ্মপুত্ৰটো আহিছে সংকট

পৰিৱেশৰ ভয়াৱহতা, বহু নদীত কমিছে পানী, ১৩ নদী ইতিমধ্যে শুকাই গ'ল, ব্ৰহ্মপুত্ৰটো আহিছে সংকট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.