• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰিৱেশৰ ভয়াৱহতা, বহু নদীত কমিছে পানী, ১৩ নদী ইতিমধ্যে শুকাই গ’ল, ব্ৰহ্মপুত্ৰটো আহিছে সংকট

পৰিৱেশৰ ভয়াৱহতা, বহু নদীত কমিছে পানী, ১৩ নদী ইতিমধ্যে শুকাই গ’ল, ব্ৰহ্মপুত্ৰটো আহিছে সংকট

2 years ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

22 minutes ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

37 minutes ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

2 hours ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

3 hours ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

3 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

3 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

4 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

5 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

5 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

14 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

16 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পৰিৱেশৰ ভয়াৱহতা, বহু নদীত কমিছে পানী, ১৩ নদী ইতিমধ্যে শুকাই গ’ল, ব্ৰহ্মপুত্ৰটো আহিছে সংকট

editor by editor
April 2, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
পৰিৱেশৰ ভয়াৱহতা, বহু নদীত কমিছে পানী, ১৩ নদী ইতিমধ্যে শুকাই গ’ল, ব্ৰহ্মপুত্ৰটো আহিছে সংকট
0
SHARES
273
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৰিৱেশৰ ভয়াৱহতা, বহু নদীত কমিছে পানী, ১৩ নদী ইতিমধ্যে শুকাই গ’ল, ব্ৰহ্মপুত্ৰটো আহিছে সংকট

পৰিৱেশৰ ভৱিষ্যত ভয়াৱহতাই দেখা দিছে। লাহে লাহে কমিবলৈ ধৰিছে দেশৰ বহু নদীৰ পানী। ইতিমধ্যে একেবাৰেই শুকাই মৃতপ্ৰায় হৈ পৰিছে দেশৰ ১৩ খনকৈ নদী। তাৰে মাজতে থকা কেইখনৰ কিছুমানে আনিছে ভৱিষ্যতৰ বেয়া বতৰা।

জলবায়ু পৰিৱৰ্তনৰ এই ভয়াৱহতা বিশেষকৈ দেশৰ তিনি নদীৰ ওপৰত বাৰুকৈয়ে পৰিছে। গংগা, সিন্ধু আৰু ব্ৰহ্মপুত্ৰ নদী। এই তিনি নদীৰ ঘাট সমূহত ইতিমধ্যে পানী হ্ৰাসৰ ছবি ফুটি উঠিছে।

কেন্দ্ৰীয় জল আয়োগ (CWC)ৰ বিশ্লেষণত এই কথা পোহৰলৈ আহিছে যে, ভাৰতৰ ১৫০ খন প্ৰমুখ নদীৰ পানী জমা কৰিব পৰা ক্ষমতা ৩৬ শতাংশ হ্ৰাস পাইছে। ৮৬ নদীত ৪০ শতাংশলৈ হ্ৰাস পাইছে ক্ষমতা। ইয়াৰে অধিকাংশ নদী দক্ষিণ আৰু পশ্চিম ভাৰতৰ।

বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি দেশৰ ভিতৰত সবাতোকৈ অধিক ভয়াৱহ পৰিস্থিতি হৈছে অন্ধ্ৰপ্ৰদেশত। আনহাতে বৰষুণৰ ক্ষেত্ৰত যদি চোৱা হয় দেশৰ অন্য প্ৰান্তৰ তুলনাত চলিত ২০২৪ চনটোত অন্ধ্ৰপ্ৰদেশত ৬৫ শতাংশ আৰু তেলেংগানাত ৬৭ শতাংশ বৰষুণ হ্ৰাস পাইছে।

পাছে অধিক চিন্তাৰ কাৰণ নদীৰ পানী হ্ৰাস পোৱা। কেন্দ্ৰীয় জল আয়োগৰ ওচৰত দেশৰ প্ৰমুখ ২০খন নদীৰ ডেইলী ৰিপোৰ্ট থাকে। সেই ৰিপোৰ্ট অনুসৰি সেই ২০ নদীৰ ভিতৰত ১২ নদীৰ পানীৰ স্তৰ পূৰ্বৰ তুলনাত ভালেখিনি হ্ৰাস পাইছে।

আনহাতে ১৩ নদীত পানীৰ অস্তিত্বই নোহোৱা হোৱাৰ দৰে। এই ১৩ নদী অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আৰু উৰিষ্যাৰ মাজেৰে বৈ বংগোপ সাগৰত পৰে। যাৰ পানীয়ে বহু খেতি কৰ্মতো সহায় কৰিছিল, পাছে বৰ্তমানে সকলো শূণ্য।

ব্ৰহ্মপুত্ৰ নদীৰ ক্ষেত্ৰত প্ৰকাশিত বাতৰি অনুসৰি, নদীৰ পানী হ্ৰাস পাইছে, কিন্তু ই অধিক চিন্তাৰ কাৰণ কৰি তুলিছে বানপানীৰ। বিশেষকৈ নামনি অসমত খৰাং বতৰত অধিক শুকাই ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল সমুহতো খৰাঙৰ পৰিস্থিতি কৰি তুলিছে, বিপৰীতে বাৰিষা ভয়ংকৰ বানৰ সৃষ্টি কৰাৰ আশংকাই দেখা দিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: brahmaputraBrahmaputra RiverClimate ChangeIndian RiverRiver Brahmaputra
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি
অসম

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

September 16, 2026
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত
প্ৰযুক্তি

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

September 16, 2026
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা
ভাৰত

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

September 16, 2026
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল
অসম

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

September 15, 2026
Next Post
টাৰ্গেট অসমীয়া শিল্পী ! দিক্ষু, নীলোৎপল বৰা, বিদুৰভাইৰ ইউটিউব কাৰোবাৰ ফেচবুক একাউণ্ট হেক

টাৰ্গেট অসমীয়া শিল্পী ! দিক্ষু, নীলোৎপল বৰা, বিদুৰভাইৰ ইউটিউব কাৰোবাৰ ফেচবুক একাউণ্ট হেক

হাতীৰ বাবে বিশেষ গাঁও, প্ৰত্যকটো হাতীৰ আছে নিজাকৈ ঘৰ আৰু ছুইমিংপুল

হাতীৰ বাবে বিশেষ গাঁও, প্ৰত্যকটো হাতীৰ আছে নিজাকৈ ঘৰ আৰু ছুইমিংপুল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.