• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাতীৰ বাবে বিশেষ গাঁও, প্ৰত্যকটো হাতীৰ আছে নিজাকৈ ঘৰ আৰু ছুইমিংপুল

হাতীৰ বাবে বিশেষ গাঁও, প্ৰত্যকটো হাতীৰ আছে নিজাকৈ ঘৰ আৰু ছুইমিংপুল

2 years ago
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

2 minutes ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

56 minutes ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

1 hour ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

3 hours ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

3 hours ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

4 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

4 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

5 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

5 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

6 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

14 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হাতীৰ বাবে বিশেষ গাঁও, প্ৰত্যকটো হাতীৰ আছে নিজাকৈ ঘৰ আৰু ছুইমিংপুল

editor by editor
April 2, 2024
in জীৱনশৈলী
0
হাতীৰ বাবে বিশেষ গাঁও, প্ৰত্যকটো হাতীৰ আছে নিজাকৈ ঘৰ আৰু ছুইমিংপুল
0
SHARES
300
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাতীৰ বাবে বিশেষ গাঁও, প্ৰত্যকটো হাতীৰ আছে নিজাকৈ ঘৰ আৰু ছুইমিংপুল

জনসংখ্যাৰ জোখাৰে ভাৰত এতিয়া বিশ্বৰ ভিতৰতে সকলোতকৈ অধিক আবাসীৰ দেশ। চীনক পিছপেলাই ভাৰত সৰ্বাধিক জনসংখ্যাৰ দেশ হৈ পৰে। পাছে তাৰ বিপৰীতে জংঘলত থকা জন্তুৰ বাবে থকা ঠাইৰ অভাৱ হৈ পৰিছে। যাৰ বাবেই সঘনাই জনবসতি ঠাইত বাঘ হাতী আদি ওলাই থকা খবৰ পোৱা যায়।

পাছে তাৰে মাজতে দেশত এখন এনে গাঁও আছে, যি গাঁও কেৱল হাতীৰ বাবে। গাঁওখনত থকা প্ৰত্যকটো হাতীৰ বাবে আছে নিজাকৈ ঘৰ । লগতে আছে ছুইমিংপুল।

এই গাঁওখনৰ নাম ‘হাতী গাঁও’। ইয়াত মুঠ ৮০ টা হাতী আছে। এই গাঁওখনলৈ গ’লে আপুনি চাৰিওফালে কেৱল হাতীয়ে দেখা পাব।

হাতী বিশেষ এই গাঁওখন আছে ৰাজস্থানৰ ৰাজধানী জয়পুৰৰত। ২০০৮ চনত নিৰ্মাণ কৰা হৈছিল এই হাতী গাঁও। এইখন হৈছে ভাৰতৰ প্ৰথমখন আৰু বিশ্বৰ তৃতিয়খন হাতী গাঁও।

মন কৰিবলগীয়া কথা যে, এই গাঁওখনত থকা প্ৰত্যকটো হাতীৰ বাবে আছে নিজা ঘৰ। লগতে এটা সমুহীয়াকৈ ব্যৱহাৰ কৰিব পৰা প্ৰকাণ্ড পুখুৰী। যি পুখুৰীত গা ধুই আনন্দ ল’ব পাৰে হাতীয়ে।

লগেত সেই হাতী বোৰৰ বাবে আছে চিকিৎসালয়ো। যি চিকিৎসালয়ত ২৪ ঘণ্টাই সজাগ থাকে চিকিৎসকৰ দল।

গাঁওখনৰ এই হাতী বোৰৰ জৰিয়তেই ঘৰ পোহপাল দিয়ে মাউতে। পৰ্যটকৰ বাবে বাৰ মাহেই খোলা থাকে এই গাঁও। ইয়াত হাতী চাফাৰী কৰিলে ভাৰতীয় পৰ্যটকৰ বাবে ৫০ টকা আৰু বিদেশী পৰ্যটকৰ বাবে ৩০০ টকা।

মুঠ ১৪০ বিঘা মাটিকালিৰে আগুৰি আছে এই গাঁও। আমীৰ কিলাৰ পৰা প্ৰায় ৪ কিলোমিটাৰ দুৰত অৱস্থিত এই হাতী গাঁও।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Elephant VillageHati VillageindiaJaipurrajasthan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?
শিক্ষা

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

September 16, 2026
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে
প্ৰযুক্তি

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

September 16, 2026
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি
জীৱনশৈলী

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

September 16, 2026
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

September 16, 2026
Next Post
শোকাৱহ, বাইক আৰোহীক বচাবলৈ হৈ দুৰ্ঘটনাত স্কুলীয়া বাছ, ৪ শিশু থিতাতে নিহত

শোকাৱহ, বাইক আৰোহীক বচাবলৈ হৈ দুৰ্ঘটনাত স্কুলীয়া বাছ, ৪ শিশু থিতাতে নিহত

কাৰাগাৰত কুখ্যাত গেংষ্টাৰৰ চুবুৰীয়া হ’ল  কেজৰিৱাল…লগতে কোনে কোনে লগ কৰিব পাৰিব তেখেতক

কাৰাগাৰত কুখ্যাত গেংষ্টাৰৰ চুবুৰীয়া হ'ল  কেজৰিৱাল...লগতে কোনে কোনে লগ কৰিব পাৰিব তেখেতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.