• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টাৰ্গেট অসমীয়া শিল্পী ! দিক্ষু, নীলোৎপল বৰা, বিদুৰভাইৰ ইউটিউব কাৰোবাৰ ফেচবুক একাউণ্ট হেক

টাৰ্গেট অসমীয়া শিল্পী ! দিক্ষু, নীলোৎপল বৰা, বিদুৰভাইৰ ইউটিউব কাৰোবাৰ ফেচবুক একাউণ্ট হেক

2 years ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

42 minutes ago
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

1 hour ago
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

2 hours ago
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

3 hours ago
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

4 hours ago
যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

5 hours ago
গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

5 hours ago
ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

6 hours ago
৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

7 hours ago
আপোনাৰ দিনটো আজি কেনে যাব?

আপোনাৰ দিনটো আজি কেনে যাব?

8 hours ago
সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

20 hours ago
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

টাৰ্গেট অসমীয়া শিল্পী ! দিক্ষু, নীলোৎপল বৰা, বিদুৰভাইৰ ইউটিউব কাৰোবাৰ ফেচবুক একাউণ্ট হেক

editor by editor
April 2, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
টাৰ্গেট অসমীয়া শিল্পী ! দিক্ষু, নীলোৎপল বৰা, বিদুৰভাইৰ ইউটিউব কাৰোবাৰ ফেচবুক একাউণ্ট হেক
0
SHARES
138
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টাৰ্গেট অসমীয়া শিল্পী ! দিক্ষু, নীলোৎপল বৰা, বিদুৰভাইৰ ইউটিউব কাৰোবাৰ ফেচবুক একাউণ্ট হেক

হেকাৰে এইবাৰ লক্ষ্য কৰি লৈছে অসমৰ শিল্পী সমাজক। কেইবাগৰীক লোকৰ সামাজিক মাধ্যমৰ একাউণ্ট হেক কৰিলে হেকাৰে। ৰাজ্যৰ শিল্পী-কলা-কুশলী আদিৰ ইউটিউব আৰু ফেচবুক একাউণ্ট হেক কৰিলে।

বহুকেইগৰাকী কণ্ঠশিল্পী আৰু ছবিজগতেৰে জড়িত লোকৰ ফেচবুক আৰু ইউটিউব একাউণ্ট পৰিছে হেকাৰৰ কবলত। সদ্যহতে জানিব পৰা মতে জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ ফেচবুক একাউণ্ট, নীলোৎপল বৰাৰ ইউটিউব একাউণ্ট  হেক কৰিছে দুষ্ট চক্ৰই।

কেৱল কণ্ঠশিল্পীৰেই নহয় ‘বিদুৰভাই’ ৱেব চিৰিজেৰে সমগ্ৰ অসমবাসীৰ হৃদয় জয় কৰা ইউটিউব চেনেলটোও হেক কৰিছে হেকাৰে। সেই ইউটিউব একাউণ্টটো পৰিচালক সৌৰভ কাকতিৰ। ইউটিউব চেনেলটোৰ নাম ROOTSTOCK ENTERTAIMENT .

হেকাৰে কেৱল হেক কৰাই নহয়, এই সামাজিক মাধ্যমৰ একাউণ্ট কেইটা হেকাৰে হেক কৰি নিজৰ নামত লৈ সম্পূৰ্ণৰূপে ডিলিট তথা নাইকিয়া কৰি দিছে। এতিয়া এই একাউণ্ট কেইটাৰ কোনো অস্তিত্বই নাই সামাজিক মাধ্যমত।

উল্লেখ্য যে, কালি ১ এপ্ৰিল তাৰিখে বিদুৰভাইৰ ৱেব চিৰিজ সম্প্ৰচাৰিত হোৱা ROOTSTOCK ENTERTAIMENT নামৰ ইউটিউৱ চেনেলটোত আহিবলগীয়া বিদুৰভাই চিনেমা খনৰ ‘দে ভগৱান’ নামৰ গীতটো মুকলি কৰিছিল। কিন্তু আজি সেই চেনেলটোৱে হেকাৰৰ কবলত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam SingerHackedHackersocial mediaSocial Media Account Hacked
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?
অসম

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

June 24, 2026
অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা
অসম

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

June 23, 2026
অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?
অসম

অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

June 23, 2026
কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?
অসম

কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?

June 22, 2026
Next Post
হাতীৰ বাবে বিশেষ গাঁও, প্ৰত্যকটো হাতীৰ আছে নিজাকৈ ঘৰ আৰু ছুইমিংপুল

হাতীৰ বাবে বিশেষ গাঁও, প্ৰত্যকটো হাতীৰ আছে নিজাকৈ ঘৰ আৰু ছুইমিংপুল

শোকাৱহ, বাইক আৰোহীক বচাবলৈ হৈ দুৰ্ঘটনাত স্কুলীয়া বাছ, ৪ শিশু থিতাতে নিহত

শোকাৱহ, বাইক আৰোহীক বচাবলৈ হৈ দুৰ্ঘটনাত স্কুলীয়া বাছ, ৪ শিশু থিতাতে নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.