• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ওপজা দিনত চৰ্চাঃ ৫০০ টকাৰেই আৰম্ভ হৈছিল আকাশ চোৱাৰ সপোন, ‘কমেডি কিং’ কপিলৰ জীৱনযুদ্ধ জানেনে?

ওপজা দিনত চৰ্চাঃ ৫০০ টকাৰেই আৰম্ভ হৈছিল আকাশ চোৱাৰ সপোন, ‘কমেডি কিং’ কপিলৰ জীৱনযুদ্ধ জানেনে?

2 years ago
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

15 minutes ago
জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

1 hour ago
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

2 hours ago
আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

3 hours ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

15 hours ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

16 hours ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

16 hours ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

17 hours ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

17 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

18 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

19 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ওপজা দিনত চৰ্চাঃ ৫০০ টকাৰেই আৰম্ভ হৈছিল আকাশ চোৱাৰ সপোন, ‘কমেডি কিং’ কপিলৰ জীৱনযুদ্ধ জানেনে?

editor by editor
April 2, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত, লেখা
0
ওপজা দিনত চৰ্চাঃ ৫০০ টকাৰেই আৰম্ভ হৈছিল আকাশ চোৱাৰ সপোন, ‘কমেডি কিং’ কপিলৰ জীৱনযুদ্ধ জানেনে?
0
SHARES
77
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ টেলিভিছনৰ জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মা৷ বৰ্তমান কপিল এক কমেডি ব্ৰেণ্ড৷ অভিনেতা হিচাপেও তেওঁ নিজৰ প্ৰতিভাৰ পৰিচয় দিছে৷ তেওঁ মুখ মেলিলেই হাঁহিৰ খোৰাক পায় দৰ্শকে৷ কপিলৰ কথাই বহুতৰ বাবে এতিয়া অৱসাদ দূৰ কৰাৰ পাৰফেক্ট টনিক৷ কঠোৰ শ্ৰম আৰু প্ৰতিভাৰ জোৰতেই তেওঁ আজিৰ এই স্থানত উপনীত হৈছে৷

আজিৰ এই সফল কমেডি কিং কপিলৰ সাফল্যৰ নেপথ্যত আছে কঠিন এখন যুঁজ৷ মাত্ৰ ১৪ বছৰ বয়সতে টেলিফোন বুথত কাম কৰি ৫০০টকা লৈ ঘৰলৈ উভতিছিল কপিল৷ আজি সেই কপিলৰ প্ৰতি ঘণ্টাৰ উপাৰ্জন আপুনি গণি শেষ কৰিব নোৱাৰিব৷ ২ এপ্ৰিলত শৰ্মাৰ জন্মদিনত শুভেচ্ছা জনাইছে অগণন ভক্তই৷ তেওঁৰ ওপজা দিনত অগণন অনুৰাগীয়ে তেওঁক শুভেচ্ছা জনোৱাৰ প্ৰধান কাৰণেই হৈছে তেওঁৰ উত্থানৰ কাহিনীয়ে বহুজনক দিয়ে অনুপ্ৰেৰণা৷

শেহতীয়াতৈ কপিল প্ৰৱেশ কৰিছে অটিটি প্লেটফৰ্মত৷ ডিজিটেল প্লেটফৰ্মত আৰম্ভ হৈছে কপিলৰ দ্যা গ্ৰেট কপিল শ্ব’৷ সাত বছৰৰ পাছত দৰ্শকে আকৌ একেলগে দেখা পাব দুই কমেডিয়ান কপিল আৰু সুনীল গ্ৰভাৰক৷ সকলোৰে মুখত হাঁহি বিৰিঙোৱা কপিলৰ জীৱন কিন্তু মুঠেও মসৃণ নাছিল৷ সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ সন্তানৰ দৰেই ককায়েকৰ টি ছাৰ্ট, ককায়েকৰ বহী কিতাপ ভগাই পাৰ হৈছিল শৈশৱ৷ ভাড়া ঘৰত পাৰ হৈছিল জীৱনৰ এছোৱা কাল৷ ভাড়াঘৰত থাকোতেও কপিলৰ সপোন আছিল আকাশ ছোৱাৰ৷ সেই স্বপ্নৰ উড়ানেই আজি বিশ্ববাসীয়ে দেখিছে৷ অতি সাধাৰণ জীৱনত ব্লকব্লাষ্টাৰ ফিল্ম কৰি তুলিছে কপিলে৷ এই সফলতাৰ আঁৰত আছে তেওঁৰ নিজা দক্ষতা৷ আৰম্ভণি যেনেকুৱাই নহওক কিয়, এতিয়া কিন্তু জীৱনেই গ্ৰেণ্ড কপিলৰ৷

টেলিকম অফিচত সামান্য ৫০০টকীয়া চাকৰি কৰি জীৱন যুদ্ধত নমা কপিলৰ ছাকচেছৰ ষ্টৰীয়ে বহুজনক বিস্মিতও কৰে৷ দশম শ্ৰেণীত পঢ়াৰ সময়তেই তেওঁ এটা PCO Booth ত কাম কৰিছিল৷ নিজেই এক সাক্ষাৎকাৰত সেই কথা জনাইছে কপিলে৷ অতীত ৰোমন্থন কৰি কপিলে কয়,‘মই বহু সৰু সৰু কাম কৰিছো৷ দশম শ্ৰেণীৰ পৰীক্ষা দিয়াৰ পাছতেই কাপোৰৰ ফেক্টৰীতো কাম কৰিছো৷ তাত গৰম ইমানেই আছিল যে বহু শ্ৰমিকে কাম এৰি দিছিল৷ কিন্তু মই উপায়হীন হৈ তাত কাম কৰি আছিলো৷’

কপিলৰ কণ্ঠ সুমধুৰ আছিল সেয়ে পিতৃয়ে তেওঁ গায়ক হোৱাটো বিচাৰিছিল৷ পিতৃৰ সেই সপোন পূৰণ কৰিবলৈকে তেওঁ গায়কো হ’ব বিচাৰিছিল৷ গায়ক হোৱাৰ সপোন বুকুত বান্ধিয়েই তেওঁ পঞ্জাৱৰ পৰা মুম্বাইলৈ আহে৷ মুম্বাইত আহি আৰম্ভ হয় কপিলৰ ভাগ্যপৰীক্ষা৷ ১৯৯৭ চন, হঠাৎ কপিলৰ জীৱনলৈ নামি আহিল কাল অমানিশা৷ পিতৃয়ে গম পালে যে তেঁওৰ পিতৃ কৰ্কটত আক্ৰান্ত৷ পিতৃৰ ৰোগৰ চিকিৎসা আৰম্ভ হ’ল, ফলত কপিলক ঘৰৰ পৰাও যাৱতীয় খৰচ যোগান ধৰিব নোৱাৰা হ’ল৷ পৰিয়ালটো অভাৱত পৰে৷ সপোন তাতেই এৰি কপিলৰ আৰম্ভ হয় দুবেলা দুমুঠি পৰিয়ালৰ লোকৰ মুখত তুলি দিয়াৰ সংগ্ৰাম৷ স্থানীয় এক বস্ত্ৰ কাৰখানাত কাম আৰম্ভ কৰে কপিলে৷ কামৰ মাজতেই কপিলৰ কথাবোৰে তেওঁৰ সহকৰ্মীক হাঁহিৰ খোৰাক দিয়ে৷ এনেকৈয়ে লাহে লাহে হাঁহিৰ খোৰাকৰ বাবেই কপিল পৰিচিত হ’ব ধৰিলে৷ তেতিয়াও কপিলে কল্পনা কৰা নাছিল এদিন যে তেওঁ কমেডিয়ান হিচাপে বিখ্যাত হৈ উঠিব৷

সকলোৱে তেওঁৰ কথাত হাঁহিৰ খোৰাক পোৱাত কপিলেও ভাৱিলে যে নতুনতৈ আৰম্ভ হোৱা বিশেষ শ্ব লাফটাৰ চেলেঞ্জত তেওঁ অংশ ল’ব৷ ভৱামতেই আগবাঢ়িল কপিল৷ প্রথমবাৰ অডিশ্ব্যনত তেওঁ বিফল হয়৷ তাৰপিছত ২০০৭ চনত কপিল সেই শ্বৰ বিজেতা হয়৷ এই শ্ব’য়েই সলাই দিলে কপিলৰ ভাগ্যৰ চকৰি৷ কপিল এতিয়া ৪৭ বছৰীয়া এগৰাকী প্ৰাপ্তবয়স্ক৷ এই ৪৭ বছৰীয়া জীৱনকালত সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ লৰাজন প্ৰায় ৩০০ কোটিতকৈ অধিক সম্পত্তিৰ মালিক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন
অসম

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

August 21, 2026
জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ
বিনোদন

জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

August 21, 2026
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?
ভাৰত

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

August 21, 2026
আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান
জীৱনশৈলী

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

August 21, 2026
Next Post
পৰিৱেশৰ ভয়াৱহতা, বহু নদীত কমিছে পানী, ১৩ নদী ইতিমধ্যে শুকাই গ’ল, ব্ৰহ্মপুত্ৰটো আহিছে সংকট

পৰিৱেশৰ ভয়াৱহতা, বহু নদীত কমিছে পানী, ১৩ নদী ইতিমধ্যে শুকাই গ'ল, ব্ৰহ্মপুত্ৰটো আহিছে সংকট

টাৰ্গেট অসমীয়া শিল্পী ! দিক্ষু, নীলোৎপল বৰা, বিদুৰভাইৰ ইউটিউব কাৰোবাৰ ফেচবুক একাউণ্ট হেক

টাৰ্গেট অসমীয়া শিল্পী ! দিক্ষু, নীলোৎপল বৰা, বিদুৰভাইৰ ইউটিউব কাৰোবাৰ ফেচবুক একাউণ্ট হেক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.