• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : পৰিণাম ভুগিছে সুৰাসহ সুৰাপায়ী!

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : পৰিণাম ভুগিছে সুৰাসহ সুৰাপায়ী!

5 years ago
ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

24 minutes ago
গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

40 minutes ago
PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

57 minutes ago
নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

2 hours ago
নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

2 hours ago
অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

3 hours ago
ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

4 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

সোমবাৰে ভাগ্যই সংগ দিবনে আপোনাক? জানক ১২টা ৰাশিৰ আজিৰ ভৱিষ্যৎ

4 hours ago
ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

4 hours ago
মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

6 hours ago
দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

7 hours ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

মা লক্ষ্মীৰ প্ৰিয় ফুল কি? ৯৯% লোকে এইক্ষেত্ৰত কৰে ভুল!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : পৰিণাম ভুগিছে সুৰাসহ সুৰাপায়ী!

editor by editor
February 28, 2022
in বাণিজ্য, বিশ্ব, ৰাজনীতি
0
ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : পৰিণাম ভুগিছে সুৰাসহ সুৰাপায়ী!
0
SHARES
240
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অব্যাহত আছে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ৷ ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগৰ ভাবুকি দিয়াৰ পিছতে ইউক্ৰেইনে আলোচনাৰ বাবে সন্মত হৈছে৷

 

এই আক্ৰমণত কেৱল দুয়োপক্ষৰ সৈন্যই নহয় ইউক্ৰেইনৰ কেবা শতাধিক সাধাৰণ নাগৰিকৰো প্ৰাণ হানি হৈছে৷ ইউক্ৰেইনে কৰা দাবী মতে ৰাছিয়াৰ আক্ৰমণত এই পৰ্যন্ত ৩৫২ গৰাকী সাধাৰণ লোকৰ মৃত্যু ঘটিছে৷

 

ইফালে এই আক্ৰমণত কেৱল ইউক্ৰেইনেই ধ্বংসস্তূপত পৰিণত হোৱা নাই৷ ৰাছিয়াই বিভিন্ন ধৰণৰ কূটনৈতিক আৰু অৰ্থৈনিতক প্ৰতিবন্ধকতাৰ সন্মুখীন হৈছে৷

 

অতি শেহতীয়াকৈ ৰাছিয়াই সুৰাৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতাৰ সন্মুখীন হৈছে৷ ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাই ৰাছিয়াৰ সুৰাৰ লগতে অতি জনপ্ৰিয় ৰাছিয়ান ভডকাৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছে৷

 

দেওবাৰে দুয়োখন দেশে ৰাছিয়াৰ সুৰাৰ লগতে ৰাছিয়ান ভডকাৰ ওপৰতো এই নিষেধাজ্ঞা আৰোপ কৰিছে৷ এতিয়াৰে পৰা আমেৰিকা আৰু কানাডাক কোনো ধৰণৰ ৰাছিয়ান সুৰাই উপলব্ধ নহ’ব৷ ইয়াৰ ফলত ৰাছিয়াৰ সুৰাৰ বজাৰখন সাংঘাটিকভাৱে ক্ষতিৰ সন্মুখীন হ’ব বুলি ধাৰণা কৰা হৈছে৷

 

সংবাদ সংস্থা ৰয়টাৰ-এ প্ৰকাশ কৰা মতে কানাডাই ২০২১ বৰ্ষত ২৯ কোটি টকা ৰাছিয়াৰ পৰা কেৱল ভডকাই আমদানি কৰিছিল৷ উল্লেখ্য যে হুইস্কি, ষ্টেটচস্কানৰ লগতে ৰাছিয়ান ভডকাও অতি জনপ্ৰিয়৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalRussia Ukraine invasionvodka ban
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে
বাণিজ্য

PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

October 25, 2026
সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা
বিশ্ব

সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা

October 25, 2026
বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ
অপৰাধ

বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

October 25, 2026
মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প
বিশ্ব

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

October 24, 2026
Next Post
ইউক্ৰেইনৰ ‘সপোন’ জ্বলিল : ‘ম্ৰিয়া’ক পুনৰ নিৰ্মাণ কৰিব যুদ্ধ বিধ্বস্ত ইউক্ৰেইনে

ইউক্ৰেইনৰ ‘সপোন’ জ্বলিল : ‘ম্ৰিয়া’ক পুনৰ নিৰ্মাণ কৰিব যুদ্ধ বিধ্বস্ত ইউক্ৰেইনে

তীব্ৰ উৎকণ্ঠা! : ‘ইউক্ৰেইন ত্যাগ কৰি নিজৰ প্ৰাণ ৰক্ষা কৰক’, জেলেনস্কি

তীব্ৰ উৎকণ্ঠা! : ‘ইউক্ৰেইন ত্যাগ কৰি নিজৰ প্ৰাণ ৰক্ষা কৰক’, জেলেনস্কি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.