• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইউক্ৰেইনৰ ‘সপোন’ জ্বলিল : ‘ম্ৰিয়া’ক পুনৰ নিৰ্মাণ কৰিব যুদ্ধ বিধ্বস্ত ইউক্ৰেইনে

ইউক্ৰেইনৰ ‘সপোন’ জ্বলিল : ‘ম্ৰিয়া’ক পুনৰ নিৰ্মাণ কৰিব যুদ্ধ বিধ্বস্ত ইউক্ৰেইনে

5 years ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

8 minutes ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

21 minutes ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

37 minutes ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

53 minutes ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

2 hours ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

2 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

2 hours ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

3 hours ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

4 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

6 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

7 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ইউক্ৰেইনৰ ‘সপোন’ জ্বলিল : ‘ম্ৰিয়া’ক পুনৰ নিৰ্মাণ কৰিব যুদ্ধ বিধ্বস্ত ইউক্ৰেইনে

editor by editor
February 28, 2022
in বিশ্ব, ৰাজনীতি
0
ইউক্ৰেইনৰ ‘সপোন’ জ্বলিল : ‘ম্ৰিয়া’ক পুনৰ নিৰ্মাণ কৰিব যুদ্ধ বিধ্বস্ত ইউক্ৰেইনে
0
SHARES
314
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘সপোন’ জ্বলিছে যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ৷ আক্ৰমণকাৰী ৰাছিয়াই ইউক্ৰেইনৰ বিশ্বৰ বৃহত্তম বিমানখন ধ্বংস কৰি ‘সপোন’ জ্বলালে৷

ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী দমিত্ৰ’ কুলেবাই প্ৰকাশ কৰা অনুসৰি ‘AN-255 Mriya’ নাৰ বিশ্বৰ সৰ্ববৃহৎ বিমানখন ৰাছিয়াৰ মিছাইল আক্ৰমণত ধ্বংস হৈছে৷

দেশখনৰ ৰাজধানী কীভৰ সমীপত অব্যাহত থকা যুদ্ধৰ মাজতে ৰাছিয়ান সেনাই মিছাইল আক্ৰমণেৰে ‘AN-255 Mriya’ বিমানখন পুৰি ছাৰখাৰ কৰে৷ ৰাছিয়াই এই বিমানখন ধ্বংস কৰি ইউক্ৰেইনৰ বৃহৎ ক্ষতি কৰিছে৷

উল্লেখ্য যে ইউক্ৰেইনৰ এই পণ্যবাহী বিমানখন অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছিল৷ যিখনক ইউক্ৰেইনে ‘সপোন’ নামেৰে নামাংকিত কৰিছিল৷

ইউক্ৰেইনীয় ভাষাত ‘Mriya’ মানে হৈছে ‘সপোন’৷ সেয়ে এই বিমানখন ধ্বংস হোৱাৰ পিছতে ইউক্ৰেইনৰ ‘সপোন’ জ্বলিল বুলি কোৱা হৈছে৷ স্মৰ্তব্য যে ইউক্ৰেইনৰ ‘এণ্টোনাভ’ নাৰ প্ৰতিষ্ঠানটোৱে বিশ্বৰ এই সৰ্ববৃহৎ বিমানখন নিৰ্মাণ কৰিছিল৷

দেশখনৰ বৈদেশিক মন্ত্ৰী কুলেবাই টুইটাৰত লিখিছে, ‘‘কীভৰ সমীপৰ এটা বিমানবন্দৰত ৰুছ সেনাই আক্ৰমণ কৰি বিশ্বৰ বৃহত্তম বিমান ‘ম্ৰিয়া’ক ধ্বংস কৰিছে। আমি বিমানখন পুনৰ নিৰ্মাণ কৰিম। আমি পুনৰ স্বাধীন, শক্তিশালী তথা গণতান্ত্ৰিক ইউক্ৰেইন গঢ়ি তুলিম।’’

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalMriya destroyedRussia Ukraine invasion
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ
বিশ্ব

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

September 29, 2026
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড
বিনোদন

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

September 28, 2026
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!
প্ৰযুক্তি

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

September 28, 2026
আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক অফাৰ
বিশ্ব

আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক অফাৰ

September 28, 2026
Next Post
তীব্ৰ উৎকণ্ঠা! : ‘ইউক্ৰেইন ত্যাগ কৰি নিজৰ প্ৰাণ ৰক্ষা কৰক’, জেলেনস্কি

তীব্ৰ উৎকণ্ঠা! : ‘ইউক্ৰেইন ত্যাগ কৰি নিজৰ প্ৰাণ ৰক্ষা কৰক’, জেলেনস্কি

যুদ্ধপিপাসু ৰাছিয়াক শিক্ষা ইউক্ৰেইনৰ : ৪.৫ হাজাৰ ৰুছ সৈন্যক হত্যা, শতাধিক টেংক ধ্বংস

যুদ্ধপিপাসু ৰাছিয়াক শিক্ষা ইউক্ৰেইনৰ : ৪.৫ হাজাৰ ৰুছ সৈন্যক হত্যা, শতাধিক টেংক ধ্বংস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.