অসম বিধানসভাৰ নতুন ভৱন। নামত অভিযন্তাৰ বিসংগতি থকা কাম। ৰাজ্যৰ জনতাক কোঙা কৰিছে মূল্যবৃদ্ধিয়ে। মূল্যবৃদ্ধি হৈছে, ৰোধ কৰাত ব্যৰ্থ চৰকাৰ। সংস্থাপন নাই, নিবনুৱাৰ হাহাকাৰ। বিষয় হৈছে চৰকাৰী ধনৰ অপচয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ