অসম লাইভ ২৪ঃ অসমত অব্যাহত আছে বিধানসভা নিৰ্বাচনৰ ভোটগণনা। কোন সমষ্টিত কোন প্ৰাৰ্থীয়ে লাভ কৰিছে অগ্ৰগতি?
দিছপুৰ সমষ্টিত অগ্ৰগতি লাভ কৰিছে অতুল বৰাই
পশ্চিম গুৱাহাটীত ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ অগ্ৰগতি
ৰঙিয়াত বিজেপিৰ ভৱেশ কলিতাৰ অগ্ৰগতি
নগাঁৱত অগ্ৰগতি লাভ ৰূপক শৰ্মাৰ
থাওৰাত কুশল দুৱৰীৰ অগ্ৰগতি লাভ
খুমটাইত অগ্ৰগতি বিজেপিৰ মৃণাল শইকীয়াৰ
ধিঙত আগবাঢ়ি আছে আমিনুল ইছলাম
ধেমাজিত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী ৰণোজ পেগু
হাজোত দুলু আহমেদৰ অগ্ৰগতি
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ