• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

6 months ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

9 minutes ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

36 minutes ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

44 minutes ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

2 hours ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

2 hours ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

4 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

5 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

6 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

6 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

14 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

14 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

editor by editor
April 1, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?
0
SHARES
149
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ আইন নিৰ্ধাৰিত হয় সংসদত৷ নতুনদিল্লীৰ এই ভৱনৰ দুই কক্ষতে গুৰুত্বপূৰ্ণ ইছ্যুক লৈ ভাষণ দিয়ে সাংসদসকলে৷ ৰাজ্যসভা আৰু লোকসভাৰ ভিতৰত কাম কেনেধৰণে চলে তাক লৈ কৌতুহল বহুতৰেই আছে৷ সংসদত সাধাৰণ মানুহে কাম কৰাৰ সুযোগ আছেনে? চাকৰি কৰিব পাৰিনে পাৰ্লিয়ামেণ্টত? জানি থওক কোন কোন পদৰ বাবে সাধাৰণ নাগৰিকেও আবেদন কৰিব পাৰে৷

সংসদত চাকৰিৰ বাবে কি কি যোগ্যতা লাগে?

সংসদৰ দৰে এক দায়িত্বপূৰ্ণ প্ৰশাসনিক আৰু চৰকাৰী ভৱনত কাম কৰাটো বহুতৰেই এক সপোন৷ কিন্তু ইয়াৰ বাবে পদ অনুযায়ী যোগ্যতা নিৰ্ধাৰিত হয়৷ পদসমূহক ৪ টা ভাগত ভাগ কৰা আছে৷ গ্ৰুপ এ, গ্ৰুপ বি, গ্ৰুপ চি আৰু গ্ৰুপ ডি৷

গ্ৰুপ এ পদত চাকৰিৰ বাবে স্নাতকোত্তৰ ডিগ্ৰীৰ প্ৰয়োজন৷

গ্ৰুপ বি পদত চাকৰিৰ বাবে নূন্যতম স্নাতক ডিগ্ৰীৰ প্ৰয়োজন৷

গ্ৰুপ চি পদৰ প্ৰাৰ্থীসকল ন্যূনতম দ্বাদশ শ্ৰেণী পাছ কৰা হব লাগিব৷

ইয়াৰোপৰি গ্ৰুপ ডিত আছে পিয়ন, চালক, নিৰাপত্তাকৰ্মী আৰু অন্যান্য পদ৷ এইসমূহৰ বাবে শিক্ষাগত যোগ্যতা হৈছে দশম পাছ৷ কিছু পদৰ বাবে ড্ৰাইভিং লাইছেন্স বাধ্যতামূলক৷

কামৰ ধৰণ

সংসদ সচিবালয়ৰ পৰা বিভিন্ন শ্ৰেণীৰ পদৰ বাবে সংসদীয় চাকৰিৰ বিজ্ঞাপন দিয়া হয়৷ এই পদসমূহৰ মাজত চুক্তিভিত্তিক পদো অন্তৰ্ভূক্ত৷ সংসদত চাকৰিৰ বাবে আবেদন কৰিবলৈ হ’লে প্ৰাৰ্থীসকলে অৱশ্যেই বিজ্ঞাপ্তিসমূহ মনোযোগ সহকাৰে পৰ্যালোচনা কৰিব লাগিব৷ এই বিজ্ঞাপ্তিসমূহত নিয়োগৰ প্ৰক্ৰিয়া সম্পৰ্কিত সমস্ত বিৱৰণ থাকে৷ যেনে পদৰ নাম, যোগ্যতা, দৰমহা, আৰু নিৰ্বাচন প্ৰক্ৰিয়া৷

কোন কোন পদত নিয়োগ?

সহকাৰী অধিকাৰী

ট্ৰান্সলেটৰ

ৰিপৰ্টাৰ

ক্লাৰ্ক

জুনিয়ৰ ক্লাৰ্ক

ষ্টেনোগ্ৰাফাৰ

ডাটা এন্ট্ৰি অপাৰেটৰ

ছচিয়েল মিডিয়া মাৰ্কেটিং

পাৰ্লিয়ামেণ্ট ইণ্টাৰপ্ৰেটাৰ

আবেদন কেনেকৈ কৰিব?

https://sansad.in/ls/recruitment ৱেবচাইটত নিয়মিত চকু ৰাখক৷ ইয়াতেই লোকসভা আৰু ৰাজ্যসভাৰ সচিবালয়ৰ পৰা নিয়োগৰ খবৰ প্ৰকাশ কৰা হয়৷ উল্লেখিত পদসমূহত শূন্যপদ থাকিলে আবেদন অনলাইনতো কৰিব পাৰে৷ ইয়াৰ পাছতেই লিখিত পৰীক্ষাও হয় কিছু কিছু ক্ষেত্ৰত৷ সাধাৰণতে ২২ৰ পৰা ৫৮ বছৰ বয়সীয়া ভাৰতীয় নাগৰিকেই আবেদন কৰিব পাৰে এই পদসমূহৰ বাবে৷ এই পদসমূহত বেছিক চেলাৰি ১৫ হাজাৰ ৬০০ টকাৰ পৰা ৩৯ হাজাৰ ১০০ টকা পৰ্যন্ত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?
বাণিজ্য

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

October 8, 2026
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ
অসম

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

October 8, 2026
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক
জীৱনশৈলী

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

October 8, 2026
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

October 8, 2026
Next Post
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.