• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

3 months ago
ৰক বেণ্ডৰ ড্ৰামাৰ Paiceক কিয় জাপানৰ প্ৰধানমন্ত্ৰী তাকাইচিয়ে কৈছিল ‘You are my god’

ৰক বেণ্ডৰ ড্ৰামাৰ Paiceক কিয় জাপানৰ প্ৰধানমন্ত্ৰী তাকাইচিয়ে কৈছিল ‘You are my god’

12 minutes ago
ডিমেনচিয়াৰ আশংকা কমাবলৈ গঢ়ি তোলক এই অভ্যাস

বয়সৰ লগে লগে বাঢ়ি আহে ডিমেনচিয়াৰ আশংকা! গঢ়ি তোলক এই অভ্যাস

1 hour ago
চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা

চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা

2 hours ago
এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!

এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!

2 hours ago
মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

3 hours ago
কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

4 hours ago
সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য

সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য

4 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

5 hours ago
বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

20 hours ago
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

20 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

20 hours ago
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

editor by editor
April 1, 2026
in জীৱনশৈলী, বাণিজ্য, লেখা
0
LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?
0
SHARES
277
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যুদ্ধৰ প্ৰভাৱ এতিয়া দেশৰ বিভিন্ন খণ্ডত পৰিছে৷ ইৰান-আমেৰিকাৰ সংঘাতৰ ফলত এইবাৰ দাম বাঢ়িছে এল পি জি চিলিণ্ডাৰৰ৷ ইয়াৰোপৰি এইবাৰ দাম বাঢ়িছে ইন্ধনৰো৷ পেট্ৰল আৰু ডিজেল উভয়ৰেই দাম বাঢ়িছে৷ সাধাৰণ পেট্ৰল, ডিজেলেই নহয়, প্ৰিমিয়াম ইন্ধনৰ লিটাৰে প্ৰতি দাম একধাক্কাত ১১ টকা বাঢ়িছে৷ জনা গৈছে ইণ্ডিয়ান অয়েলৰ প্ৰিমিয়াম পেট্ৰল এক্স পি ১০০ পেট্ৰল আৰু প্ৰিমিয়াম ডিজেল এক্সট্ৰা গ্ৰীণৰ দাম বঢ়োৱা হৈছে৷

পূৰ্বে এক্সপি ১০০ পেট্ৰলৰ দাম আছিল লিটাৰে প্ৰতি ১৪৯ টকা৷ বৰ্তমান সেই দাম বাঢ়ি লিটাৰে প্ৰতি ১৬০ টকা কৰা হৈছে৷ উল্লেখ্য যে ইণ্ডিয়ান অয়েলৰ এক্সপি ১০০ ভাৰতৰ প্ৰথম ১০০ অক্টেন প্ৰিমিয়াম পেট্ৰল, লাক্সাৰি বাহন আৰু ছুপাৰবাইকৰ বাবেই মূলত ব্যৱহৃত হয়৷ পেট্ৰলৰ ওপৰিও প্ৰিমিয়াম ডিজেলৰ দামো বাঢ়িছে৷ এক্সট্ৰা গ্রীণ প্ৰিমিয়াম ডিজেলত পূৰ্বে ৯১.৪৯ টকা দাম আছিল, এতিয়া সেয়া ৯২.৯৯ টকা হৈ গৈছে৷

হঠাৎ প্ৰিমিয়াম ইন্ধন অৰ্থাৎ প্ৰিমিয়াম পেট্ৰল-ডিজেলৰ দাম কিয় বৃদ্ধি কৰা হৈছে সেয়া বাখ্যা কৰা নাই ইণ্ডিয়ান অইলে৷ ধাৰণা কৰা হৈছে যে বিশ্বৰ বজাৰত ক্ৰুৰ তেলৰ দাম বঢ়োৱাৰ কাৰণেই প্ৰিমিয়াম ইন্ধনৰ দামো বঢ়োৱা হৈছে৷ ইয়াৰ পূৰ্বে প্ৰায় দুই সপ্তাহ পূৰ্বে হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেছন লিমিটেড আৰু প্ৰিমিয়াম পেট্ৰলৰ দাম লিটাৰে প্ৰতি ২ টকাকৈ বঢ়োৱা হৈছিল৷ ৯৯.৮৭ টকাৰ পৰা দাম বাঢ়ি ১০১.৮৯ টকা হৈছিল৷

প্ৰিমিয়াম পেট্ৰল -ডিজেলৰ দাম বাঢ়িলেও কেন্দ্ৰীয় চৰকাৰে এতিয়াও সাধাৰণ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি কৰিবলৈ দিয়া নাই৷ ইয়াৰ বাবে বিগত ২৭ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে পেট্ৰল আৰু ডিজেলৰ ওপৰত অতিৰিক্ত আবকাৰী শুল্ক বা এক্সাইজ ডিউটিত লিটাৰে প্ৰতি ১০ টকা ৰেহাই ঘোষণা কৰিছে৷

ইফালে এলপিজি চিলিণ্ডাৰৰ দামো বাঢ়িছে৷ ইণ্ডিয়ান অয়েলৰ ১৯ কেজি এল পি জি চিলিণ্ডাৰৰ দাম প্ৰায় ১৯৫ টকা বাঢ়িছে৷ যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা বৰ্তমান পৰ্যন্ত ৩০০ টকা বাঢ়িছে এল পি জি চিলিণ্ডাৰৰ দাম৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিমেনচিয়াৰ আশংকা কমাবলৈ গঢ়ি তোলক এই অভ্যাস
জীৱনশৈলী

বয়সৰ লগে লগে বাঢ়ি আহে ডিমেনচিয়াৰ আশংকা! গঢ়ি তোলক এই অভ্যাস

July 2, 2026
এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!
জীৱনশৈলী

এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!

July 2, 2026
মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ
জীৱনশৈলী

মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

July 2, 2026
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?
জীৱনশৈলী

আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

July 2, 2026
Next Post
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.