• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

2 months ago
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

6 minutes ago
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

2 hours ago
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

2 hours ago
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

3 hours ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

4 hours ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

5 hours ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

5 hours ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

6 hours ago
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

6 hours ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

1 day ago
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

1 day ago
বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

editor by editor
March 30, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, ৰাজনীতি, লেখা
0
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?
0
SHARES
237
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নেপালৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছে বালন্দ্ৰ শ্বাহে৷ শপথ লোৱাৰ মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰত চৰকাৰ আৰু প্ৰশাসনত ডাঙৰ পৰিবৰ্তনৰ ইংগিত দিছে তেওঁ৷ মুঠ ১০০ দফাৰ পৰিকল্পনা ঘোষণা কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা৷

বালেন্দ্ৰৰ ঘোষণা অনুসৰি তেওঁৰ লক্ষ্য চৰকাৰী প্ৰতিষ্ঠানত সংস্কাৰ আৰু সুষ্ঠভাৱে দেশ পৰিচালনা কৰা৷ ছাত্ৰসকলে আন্দোলনক হাঁথিয়াৰ কৰি ক্ষমতালৈ আহিছে তেওঁ৷ অথচ সেই ছাত্ৰ ৰাজনীতিতেই নিষেধাজ্ঞাও জাৰি কৰা হৈছে তেওঁৰ তৰফৰ পৰা৷ সেই সিদ্ধান্তক লৈ ইতিমধ্যেই আৰম্ভ হৈছে বিতৰ্ক৷

কেম্পাছত ৰাজনীতি নিষিদ্ধ

ক্ষমতালৈ আহিলেই বালেন্দ্ৰ শ্বাহে বিশ্ববিদ্যালয় আৰু কলেজ কেম্পাছৰ পৰা ৰাজনৈতিক ছাত্ৰ সংগঠনসমূহ আঁতৰাই দিয়াৰ নিৰ্দেশ দিছে৷ তাৰ সলনি ৯০ দিনৰ ভিতৰত ষ্টুডেণ্ট কাউন্সিল বা ভয়েছ অফ ষ্টুডেণ্টছৰ দৰে অৰাজনৈতিক সংগঠন গঠনৰ কথা কোৱা হৈছে৷

চৰকাৰৰ দাবী, ছাত্ৰ সংগঠনসমূহৰ কাৰণে কেম্পাছত দীৰ্ঘদিন ধৰি হিংসা, ভঙাচিঙা চলিছে৷ শিক্ষাৰ পৰিবেশো নষ্ট হৈছে৷ সমালোচকসকলৰ মতে, এই সিদ্ধান্তৰ ফলত দেশৰ গণতান্ত্ৰিক পৰিকাঠামোক লৈয়ো প্ৰশ্ন উঠিব পাৰে৷ কেৱল ছাত্ৰ ৰাজনীতিয়েই নহয়, চৰকাৰী কৰ্মচাৰী আৰু শিক্ষকসকলৰ ৰাজনৈতিক দলীয় সম্পৰ্ক ৰখাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ চৰকাৰী দপ্তৰত থকা দলীয় ট্ৰেড ইউনিয়নো বাতিল কৰা হয়৷ বালেন্দ্ৰ শ্বাহৰ সমৰ্থকসকলৰ মতে এই কামে প্ৰশাসনিক কামত স্বচ্ছতা আৰু গতি আনিব৷ কিন্তু বিৰোধীসকলৰ অভিযোগ, ইয়াৰ ফলত কৰ্মীসকলৰ অধিকাৰ ক্ষুন্ন হব পাৰে আৰু ভিন্নমতক গুৰুত্ব দিয়া নহ’ব৷

শিক্ষাক্ষেত্ৰত বৃহৎ পৰিবৰ্তন

শিক্ষা ব্যৱস্থাতো একাধিক সংস্কাৰ অনা হৈছে৷ স্নাতকোত্তৰত ভৰ্তি হ’বলৈ নাগৰিকত্বৰ বাধ্যবাধকতা তুলি দিয়া হৈছে৷ পৰীক্ষাৰ ফল প্ৰকাশত নিৰ্দিষ্ট সময়সীমা বাধ্যতামূলক কৰা হ’ব৷

বিৰোধী নেতাসকলক গ্ৰেপ্তাৰ

সংস্কাৰৰ ওপৰিও ৰাজনৈতিক ক্ষেত্ৰতো কাঢ়া পদক্ষেপ লৈছে নতুন চৰকাৰে৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিকো গ্ৰেপ্তাৰ কৰা হৈছে৷ এই গোচৰ প্ৰাক্তন মন্ত্ৰী ৰমেশ লেখকৰ বিৰুদ্ধেও৷ তেওঁকো গ্ৰেপ্তাৰ কৰা হৈছে৷ ইয়াৰোপৰি নাাবালিকা গৃহকৰ্মীৰ ওপৰত দীৰ্ঘদিন ধৰি নিৰ্যাতনৰ অভিযোগ তুলি বিধায়ক ৰেখা শৰ্মাকো গ্ৰেপ্তাৰ কৰা হৈছে৷

আন্দোলনত নিহতসকলৰ কাষত চৰকাৰ

জেন জি আন্দোলনত নিহত ২৭ জন ছাত্ৰৰ পৰিয়ালৰ বাবে চৰকাৰী চাকৰিৰ ঘোষণা কৰা হৈছে বালেন্দ্ৰ শ্বাহ চৰকাৰৰ পৰা৷ প্ৰথম মন্ত্ৰিসভাৰ বৈঠকতেই এই সিদ্ধান্ত লোৱা হয়৷

ভাৰতৰ সৈতে সম্পৰ্কঃ নতুন সূচনা?

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰিছে বালেন্দ্ৰ শ্বাহে৷ জনাইছে যে ভাৰতৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী৷ অতীতত গ্ৰেটাৰ নেপাল ইছ্যু আৰু ভাৰতৰ প্ৰভাৱক লৈ বালেন্দ্ৰ শ্বাহৰ কাঢ়া অৱস্থানৰ কাৰণে দিল্লীয়ে বৰ্তমান পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে বুলি ধাৰণা কৰা হৈছে৷

সকলো মিলি দ্ৰুত আৰু কঠোৰ সিদ্ধান্তৰ মাধ্যমেৰে নিজৰ অৱস্থান স্পষ্ট কৰিছে নেপালৰ নতুন প্ৰধানমন্ত্ৰীয়ে৷ তেওঁৰ পদক্ষেপে যেনে পৰিবৰ্তনৰ ইংগিত দিঠে তেনেকৈ তৈয়াৰ হৈছে বিতৰ্কও৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!
বিনোদন

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

June 5, 2026
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী
অসম

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

June 5, 2026
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…
অসম

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

June 5, 2026
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?
জীৱনশৈলী

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

June 5, 2026
Next Post
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.