• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

4 months ago
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

24 minutes ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

1 hour ago
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

10 hours ago
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

10 hours ago
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

10 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

11 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

11 hours ago
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

12 hours ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

13 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

13 hours ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

15 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰি দিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

editor by editor
March 30, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?
0
SHARES
676
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশজুৰি ডিজিটেল এৰেষ্টৰ চক্ৰ এক্টিভ হৈ পৰিছে৷ বহুতেই ধন হেৰুৱাই সৰ্বশান্তও হৈছে৷ ডিজিটেল লেনদেনক হাঁথিয়াৰ কৰি ব্যক্তিগত তথ্যও হৰলুকি কৰিছে দুষ্কৃতীকাৰীয়ে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে৷ প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট ব্লক কৰা হৈছে মন্ত্ৰণালয়ৰ তৰফৰ পৰা৷

গৃহমন্ত্ৰণালয়ৰ ছাইবাৰ শাখা ইণ্ডিয়ান ছাইবাৰ ক্ৰাইম কোঅৰ্ডিনেছন চেণ্টাৰ ডিজিটেল ষ্ট্ৰাইক অভিযান আৰম্ভ হৈছে দেশজুৰি৷ যাৰ লক্ষ্য ছাইবাৰ অপৰাধীসকলৰ নেটৱৰ্ক ভাঙি পেলোৱা৷ সূত্ৰৰ খবৰ অনুসৰি ২০২৫ চনৰ আৰম্ভণিৰ পৰা বৰ্তমান পৰ্যন্ত এই অভিযানত ৩৯৬২ টা স্কাইপ আই ডি আৰু ৮৩,৮৬৭ টা হোৱাটছএপ একাউণ্ট ব্লক কৰা হৈছে৷ এই সকলো একাউণ্টৰ পৰা বিভিন্ন প্ৰতাৰণামূলক কাৰ্যকলাপ চলোৱা হৈছিল৷ এই সমস্ত একাউণ্টৰ মাধ্যমেৰে সাধাৰণ মানুহক টাৰ্গেট কৰি জালিয়াতিৰ ফান্দ পতা হয়৷ বিশেষকৈ বিনিয়োগৰ নাম লৈ প্ৰতাৰণা আৰু ভুৱা ডিজিটেল গ্ৰেপ্তাৰৰ ভয় দেখুৱাই ধন আদায় কৰা হয়৷

এই অভিযান পৰিচালিত হৈছে টেলিকম দফতৰ, বিভিন্ন ৰাজ্যৰ আৰক্ষী আৰু টেলিকম পৰিসেৱা প্ৰদানকাৰী সংস্থাসমূহৰ সমন্বয়ত৷ ফলত ছাইবাৰ অপৰাধীসকলে ব্যৱহৃত ডিজিটেল অৱকাঠামোক ডাঙৰ আঘাত কৰা সম্ভৱ হব বুলি ধাৰণা কৰিছে প্ৰশাসনে৷

কেৱল অনলাইন একাউণ্টেই নহয়, মোবাইল আৰু নেটৱৰ্ক নিৰাপত্তাৰ ক্ষেত্ৰতো কাঢ়া পদক্ষেপ লোৱা হৈছে৷ নেশ্ব্যনেল ছাইবাৰ ক্ৰাইম ৰিপোৰ্টিং পৰ্টেলৰ মাধ্যমেৰে চিহ্নিত ৮.৪৫ লাখ ছিম কাৰ্ড আৰু ২.৩৯ লাখ মোবাইল IMEI নম্বৰ ব্লক কৰা হৈছে৷ ইয়াৰ ফলত প্ৰতাৰকসকলৰ যোগাযোগৰ প্ৰধান মাধ্যমসমূহ কাৰ্যত অচল হৈ পৰিছে৷

ইয়াৰোপৰি অনলাইন প্ৰতাৰণাৰ সমগ্ৰ ইকোচিষ্টেম ধ্বংস কৰিবলৈ ৮২৭ টা ক্ষতিকাৰক মোবাইল এপ বন্ধ কৰা হৈছে৷ চৰকাৰী পৰ্টেলৰ মাধ্যমেৰে ১.১১ লাখৰো বেছি সন্দেহজনক অনলাইন কনটেণ্ট ডিলিট কৰা বা ব্লক কৰা হৈছে৷ যিসমূহ পোষ্ট মানুহক বিভ্ৰান্ত বা প্ৰতাৰিত কৰাত ব্যৱহৃত হৈছিল৷

বিশেষজ্ঞৰ মতে সাম্প্ৰতিক সময়ত ছাইবাৰ প্ৰতাৰণাৰ ধৰণ আৰু জটিল আৰু প্ৰযুক্তিনিৰ্ভৰ হৈ উঠিছে৷ সেয়ে এই ধৰণৰ সমন্বিত আৰু দ্ৰুত পদক্ষেপ অত্যন্ত জৰুৰী আছিল৷ কেন্দ্ৰৰ এই ডিজিটেল ষ্ট্ৰাইকে সাধাৰণ মানুহৰ আৰ্থিক আৰু মানসিক সুৰক্ষা নিশ্চিত কৰাত ডাঙৰ ভুমিকা হব বুলি আশা কৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Home Minister Amit ShahWhats App ScamWhatsApp Closed
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!
বিনোদন

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

July 18, 2026
কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো?

July 18, 2026
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!
জীৱনশৈলী

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

July 17, 2026
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক
জীৱনশৈলী

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

July 17, 2026
Next Post
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.